ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে নিৰ্দেশনা জাৰিঃ বৈজ্ঞানিক পৰীক্ষণ, প্ৰসাধন সামগ্ৰীৰ পৰীক্ষণত শহা পশু জাতীয় জন্তু ব্যৱহাৰ কৰিব নোৱাৰিব

ASSAM TIMES POST by ASSAM TIMES POST
February 6, 2020
Reading Time: 1 min read
A A
0
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে নিৰ্দেশনা জাৰিঃ বৈজ্ঞানিক পৰীক্ষণ, প্ৰসাধন সামগ্ৰীৰ পৰীক্ষণত শহা পশু জাতীয় জন্তু ব্যৱহাৰ কৰিব নোৱাৰিব

0 1 e1574345654996 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি

Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ

BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়

নিউজ ডেস্ক

এতিয়াৰ পৰা বৈজ্ঞানিক পৰীক্ষণ আৰু প্ৰসাধন সামগ্ৰীৰ পৰীক্ষণৰ ক্ষেত্ৰত শহা পশু জাতীয় জন্তু ব্যৱহাৰ কৰিব নোৱাৰিব৷ এইদৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে নিৰ্দেশনা জাৰি কৰিছে৷ কেন্দ্ৰীয় মহিলা তথা শিশু উন্নয়ন দপ্তৰৰ এক আবেদনৰ ভিত্তিত স্বাস্থ্য দপ্তৰে এই সিদ্ধান্ত লৈছে৷

ভাৰতত কেইবাটাও বহুজাতিক প্ৰসাধন সামগ্ৰী প্ৰস্তুত কৰা প্ৰতিষ্ঠানৰ কাৰখানা আছে৷ এই প্ৰতিষ্ঠানবোৰে নতুনকৈ প্ৰস্তুত কৰা প্ৰসাধন সামগ্ৰী বজাৰত মেলি দিয়াৰ পূৰ্বে জীৱ-জন্তুৰ ওপৰত পৰীক্ষা চলায়৷ জীৱ-জন্তুক গিনিপিগৰ দৰে ব্যৱহাৰ কৰি অহাৰ বিৰুদ্ধে ইতিমধ্যে প্ৰকৃতিপ্ৰেমী সংগঠনবোৰৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

নতুনকৈ প্ৰস্তুত কৰা প্ৰসাধন সামগ্ৰী জন্তুৰ ক্ষেত্ৰত পৰীক্ষা কৰোতে কেতিয়াবা জন্তু ছালৰ ৰোগত আক্ৰান্ত হৈছে৷ সেয়ে এই ক্ষেত্ৰত প্ৰসাধন সামগ্ৰী নিৰ্মাতাসকলক নিষেধাজ্ঞা জাৰি কৰিছে৷ জীৱকুলৰ বিস্তৰ ক্ষতি হোৱালৈ চাই এই নিষেধাজ্ঞা জাৰি কৰা এছিয়াৰ প্ৰথমখন দেশ হৈছে ভাৰত৷

Tags: Featured2
Share4Tweet3Send

Related Posts

West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি
National-International

by Staff Reporter
May 5, 2026
50
Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ
National-International

Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ

by News Desk
May 4, 2026
50
BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়
National-International

BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়

by News Desk
May 4, 2026
50
Assembly Election results 2026 : বংগত দুৰ্গ হেৰুৱালে মমতাই, তামিলনাডুত অভিনেতা বিজয়ৰ চমকপ্ৰদ উত্থান

‎TVK win : তামিলনাডুত অটো চালকে হেৰুৱালে দুই প্ৰভাৱশালী ব্যক্তিক

Asssam Election Result : বোকাখাত ১০৫ নং বিধানসভা সমষ্টিৰ পৰা ৬০,৫৩৭ ভোটৰ ব্যৱধানত তৃতীয় বাৰৰ বাবে নিৰ্বাচিত অতুল বৰা
Assam

ADVERTISEMENT
West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি
National-International

West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি

May 5, 2026
50
Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ
National-International

Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ

May 4, 2026
50
BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়
National-International

BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়

May 4, 2026
50
Assembly Election results 2026 : বংগত দুৰ্গ হেৰুৱালে মমতাই, তামিলনাডুত অভিনেতা বিজয়ৰ চমকপ্ৰদ উত্থান
National-International

Assembly Election results 2026 : বংগত দুৰ্গ হেৰুৱালে মমতাই, তামিলনাডুত অভিনেতা বিজয়ৰ চমকপ্ৰদ উত্থান

May 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি

West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি

May 5, 2026
Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ

Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ

May 4, 2026
BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়

BJP in Kerala : ‎খোল খাইছে দক্ষিণৰ দুৱাৰ! কেৰালাৰ তিনিখন আসনত বিজেপিৰ জয়

May 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT