ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Operation Sindoor I কেৱল পাকিস্তানেই নহয়, ‘অপাৰেচন সিন্দুৰ’ত তিনি শত্ৰুৰ মুখামুখি হৈছে ভাৰত; সেনাপ্ৰধানৰ মুখত কোন এই দুই শত্ৰু

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
July 4, 2025
Reading Time: 1 min read
A A
0
Operation Sindoor । ভাৰতৰ ব্ৰহ্মছ আক্ৰমণক লৈ উদ্বেগ প্ৰকাশ পাক প্ৰধানমন্ত্ৰীৰ উপদেষ্টাৰ

Oplus_0

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

ADR Report : ২০২৪-২৫ বৰ্ষত বিজেপিয়ে লাভ কৰিছে প্ৰায় ৭ হাজাৰ কোটি অনুদান, বাকী দলবোৰে কিমান পালে

UPSC results 2025 : ইউ পি এছ চিৰ চূড়ান্ত পৰীক্ষাত উজলিল তিনি অসম সন্তান

Piles operation : অৰ্শৰোগৰ অস্ত্ৰোপচাৰ কৰি নাপালে ছুটী, পেণ্ট খুলি ঘা দেখুৱাই দিলে অসুস্থতাৰ প্ৰমাণ

সীমান্ত একেটা, কিন্তু ‘শত্ৰু’ তিনিটা। ‘অপাৰেচন সিন্দুৰ’(Operation Sindoor)ৰ সময়ত ভাৰতে তিনি প্ৰতিপক্ষৰ সন্মুখীন হ’বলগীয়া হৈছিল। এই কথা প্ৰকাশ কৰিছে ভাৰতীয় সেনাৰ উপ-সেনা প্ৰধান লেফটেনেণ্ট জেনেৰেল ৰাহুল আৰ সিঙে। তেওঁ কয় যে ভাৰতৰ সৈতে সংঘাতৰ সময়ত দুখন দেশে পাকিস্তানক সহায় কৰি আছিল। ইয়াৰ বাবেই ভাৰতৰ প্ৰতিবন্ধকতা বৃদ্ধি পায়।

Operation Sindoor I
‘অপাৰেচন সিন্দুৰ’ত তিনি শত্ৰুৰ মুখামুখি হৈছে ভাৰত:

সেনা বিষয়াসকলে পাকিস্তানৰ ভিতৰত ৯টা সন্ত্ৰাসবাদী শিবিৰ কেনেদৰে চিনাক্ত কৰিছিল আৰু তাত আক্ৰমণৰ পৰিকল্পনা কেনেদৰে কৰা হৈছিল সেই সন্দৰ্ভত ৰাহুলে বিতংভাৱে প্ৰকাশ কৰে। ফেডাৰেচন অব ইণ্ডিয়ান চেম্বাৰ্ছ অব কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰিজে আয়োজন কৰা এক অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ এই মন্তব্য কৰে।

তেওঁ কয়, “আমাৰ সন্মুখত সীমান্ত এটা আছিল। কিন্তু প্ৰতিপক্ষ আছিল দুটা, আচলতে তিনিটা। সমুখত পাকিস্তান আছিল। চীনে তেওঁলোকক সকলো দিশতে সহায় কৰি আছিল। পাকিস্তানৰ সামৰিক হাৰ্ডৱেৰৰ ৮১ শতাংশ চীনৰ পৰা আহে। অস্ত্ৰও চীনৰ পৰা আহিছে। আচলতে চীনে পাকিস্তানৰ জৰিয়তে নিজৰ অস্ত্ৰৰ শক্তি পৰীক্ষা কৰে। তেওঁলোকে পাকিস্তানক ‘লাইভ লেব’ হিচাপে ব্যৱহাৰ কৰে।” এতিয়া কথা হ’ল পাকিস্তান আৰু চীন যদি দুই শত্ৰু হয়, তেন্তে তৃতীয় বিৰোধী কোন?

ইয়াৰ উত্তৰত তেওঁ কয় যে চীনৰ বাহিৰেও তুৰস্কই পাকিস্তানক সহায় কৰিছিল। সেনাধ্যক্ষগৰাকীয়ে কয়, “পাকিস্তানক সহায় কৰাত তুৰস্কয়ো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। যেতিয়া ডি জি এম অ’ পৰ্যায়ৰ আলোচনা চলি আছিল, তেতিয়া পাকিস্তানে চীনৰ পৰা বহু তথ্য লাভ কৰিছিল। আমাক অধিক শক্তিশালী বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ প্ৰয়োজন।”

পাকিস্তানত লক্ষ্য চিনাক্ত কৰা সন্দৰ্ভত সেনা বিষয়াগৰাকীয়ে কয়, “অপাৰেচন সিন্দুৰৰ পৰা আমি বহু কথা শিকিছো। আমাৰ প্ৰযুক্তি আৰু চোৰাংচোৱাৰ উৎসৰ জৰিয়তে সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত লক্ষ্য নিৰ্বাচন কৰা হৈছিল। আমি প্ৰথমে ২১ টা স্থান চিনাক্ত কৰিছিলো। ইয়াৰে ৯ টা স্থানত আক্ৰমণ কৰা উচিত যেন লাগিছিল। শেষ মুহূৰ্তত সিদ্ধান্ত চূড়ান্ত কৰা হৈছিল।”

পৰিসংখ্যা অনুসৰি, ২০১৫ চনৰ পৰা চীনে পাকিস্তানক ৮০০ কোটি ডলাৰৰ অস্ত্ৰ বিক্ৰী কৰিছে। ২০২০ চনৰ পৰা ২০২৪ চনৰ ভিতৰত চীন বিশ্বৰ চতুৰ্থ বৃহত্তম অস্ত্ৰ ৰপ্তানিকাৰক দেশ আছিল।

ইয়াৰে ৬৩ শতাংশ ৰপ্তানি পাকিস্তানলৈ গৈছিল। চীনৰ অস্ত্ৰৰ সৰ্বাধিক ক্ৰেতা দেশ পাকিস্তান। পাকিস্তানে ব্যৱহাৰ কৰা যুদ্ধ বিমানসমূহৰ অধিকাংশই আৰু ভাৰতৰ সৈতে সংঘাতৰ সময়ত ব্যৱহাৰ কৰা বিমানসমূহো চীনৰ পৰা আহিছিল।

Tags: ‘অপাৰেচন সিন্দুৰ’ত তিনি শত্ৰুৰকেৱল পাকিস্তানেই নহয়মুখামুখি হৈছে ভাৰত;সেনাপ্ৰধানৰ মুখত কোন এই দুই শত্ৰু
Share4Tweet3Send

Related Posts

ADR Report : ২০২৪-২৫ বৰ্ষত বিজেপিয়ে লাভ কৰিছে প্ৰায় ৭ হাজাৰ কোটি অনুদান, বাকী দলবোৰে কিমান পালে
National-International

ADR Report : ২০২৪-২৫ বৰ্ষত বিজেপিয়ে লাভ কৰিছে প্ৰায় ৭ হাজাৰ কোটি অনুদান, বাকী দলবোৰে কিমান পালে

by News Desk
March 6, 2026
50
UPSC results 2025 : ইউ পি এছ চিৰ চূড়ান্ত পৰীক্ষাত উজলিল তিনি অসম সন্তান
National-International

UPSC results 2025 : ইউ পি এছ চিৰ চূড়ান্ত পৰীক্ষাত উজলিল তিনি অসম সন্তান

by News Desk
March 6, 2026
50
Piles operation : অৰ্শৰোগৰ অস্ত্ৰোপচাৰ কৰি নাপালে ছুটী, পেণ্ট খুলি ঘা দেখুৱাই দিলে অসুস্থতাৰ প্ৰমাণ
National-International

Piles operation : অৰ্শৰোগৰ অস্ত্ৰোপচাৰ কৰি নাপালে ছুটী, পেণ্ট খুলি ঘা দেখুৱাই দিলে অসুস্থতাৰ প্ৰমাণ

by News Desk
March 6, 2026
50
America’s war expenditure : ইৰাণৰ সৈতে যুদ্ধত আমেৰিকাৰ বৃহৎ আৰ্থিক ক্ষতিৰ সন্মুখীন প্রথম ১০০ ঘণ্টাত খৰচ ৩১০০০ কোটি
National-International

America’s war expenditure : ইৰাণৰ সৈতে যুদ্ধত আমেৰিকাৰ বৃহৎ আৰ্থিক ক্ষতিৰ সন্মুখীন প্রথম ১০০ ঘণ্টাত খৰচ ৩১০০০ কোটি

by News Desk
March 6, 2026
50
Cuba : ইৰাণৰ পাছত কিউবা, এইবাৰ কাষ্ট্ৰোৰ দেশ দখল কৰিব আমেৰিকাই 
National-International

Cuba : ইৰাণৰ পাছত কিউবা, এইবাৰ কাষ্ট্ৰোৰ দেশ দখল কৰিব আমেৰিকাই 

by News Desk
March 6, 2026
50
Political party’s income : ৰাজনৈতিক দলৰ আয়ৰ ৮৫ শতাংশ বিজেপিৰ
National-International

Political party’s income : ৰাজনৈতিক দলৰ আয়ৰ ৮৫ শতাংশ বিজেপিৰ

by News Desk
March 6, 2026
50
ADVERTISEMENT
ADR Report : ২০২৪-২৫ বৰ্ষত বিজেপিয়ে লাভ কৰিছে প্ৰায় ৭ হাজাৰ কোটি অনুদান, বাকী দলবোৰে কিমান পালে
National-International

ADR Report : ২০২৪-২৫ বৰ্ষত বিজেপিয়ে লাভ কৰিছে প্ৰায় ৭ হাজাৰ কোটি অনুদান, বাকী দলবোৰে কিমান পালে

March 6, 2026
50
UPSC results 2025 : ইউ পি এছ চিৰ চূড়ান্ত পৰীক্ষাত উজলিল তিনি অসম সন্তান
National-International

UPSC results 2025 : ইউ পি এছ চিৰ চূড়ান্ত পৰীক্ষাত উজলিল তিনি অসম সন্তান

March 6, 2026
50
Piles operation : অৰ্শৰোগৰ অস্ত্ৰোপচাৰ কৰি নাপালে ছুটী, পেণ্ট খুলি ঘা দেখুৱাই দিলে অসুস্থতাৰ প্ৰমাণ
National-International

Piles operation : অৰ্শৰোগৰ অস্ত্ৰোপচাৰ কৰি নাপালে ছুটী, পেণ্ট খুলি ঘা দেখুৱাই দিলে অসুস্থতাৰ প্ৰমাণ

March 6, 2026
50
America’s war expenditure : ইৰাণৰ সৈতে যুদ্ধত আমেৰিকাৰ বৃহৎ আৰ্থিক ক্ষতিৰ সন্মুখীন প্রথম ১০০ ঘণ্টাত খৰচ ৩১০০০ কোটি
National-International

America’s war expenditure : ইৰাণৰ সৈতে যুদ্ধত আমেৰিকাৰ বৃহৎ আৰ্থিক ক্ষতিৰ সন্মুখীন প্রথম ১০০ ঘণ্টাত খৰচ ৩১০০০ কোটি

March 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ADR Report : ২০২৪-২৫ বৰ্ষত বিজেপিয়ে লাভ কৰিছে প্ৰায় ৭ হাজাৰ কোটি অনুদান, বাকী দলবোৰে কিমান পালে

ADR Report : ২০২৪-২৫ বৰ্ষত বিজেপিয়ে লাভ কৰিছে প্ৰায় ৭ হাজাৰ কোটি অনুদান, বাকী দলবোৰে কিমান পালে

March 6, 2026
UPSC results 2025 : ইউ পি এছ চিৰ চূড়ান্ত পৰীক্ষাত উজলিল তিনি অসম সন্তান

UPSC results 2025 : ইউ পি এছ চিৰ চূড়ান্ত পৰীক্ষাত উজলিল তিনি অসম সন্তান

March 6, 2026
Piles operation : অৰ্শৰোগৰ অস্ত্ৰোপচাৰ কৰি নাপালে ছুটী, পেণ্ট খুলি ঘা দেখুৱাই দিলে অসুস্থতাৰ প্ৰমাণ

Piles operation : অৰ্শৰোগৰ অস্ত্ৰোপচাৰ কৰি নাপালে ছুটী, পেণ্ট খুলি ঘা দেখুৱাই দিলে অসুস্থতাৰ প্ৰমাণ

March 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx