ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বিশ্বত প্ৰতিদিনে অবাবত নষ্ট হয় হাজাৰ হাজাৰ লিটাৰ পানী

ASSAM TIMES POST by ASSAM TIMES POST
February 6, 2020
Reading Time: 1 min read
A A
0
বিশ্বত প্ৰতিদিনে অবাবত নষ্ট হয় হাজাৰ হাজাৰ লিটাৰ পানী

0 1 e1574345654996 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

‎পূব এছিয়াত ইৰাণৰ জাহাজ হিউজ I বিলিয়ন ডলাৰ মূল্যৰ তেল লৈ দক্ষিণ চীন সাগৰ দ্বীপত উপস্থিত

‎নিৰ্বাচনত পৰাজিত প্ৰাৰ্থীৰ প্ৰতিশোধ I মোডী-শ্বাহৰ ৰাজ্যৰ বাসিন্দা একেৰাহে চাৰি দিন ধৰি খোৱা পানীৰ পৰা বঞ্চিত

‎মুৰ্খামিৰ প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুত, ট্ৰাম্পক ভাবুকি ইৰাণৰ

নিউজ ডেস্ক

বিশ্বত প্ৰতিদিনে ব্যৱহাৰ হয় ৪০০ বিলিয়ন পানী৷ পৃথিৱীৰ মুঠ পানীৰ প্ৰায় ৭০ শতাংশ পানী হিমবাহৰূপে গোট মাৰি আছে৷ মন কৰিব লগীয়া যে মানুহে খাবলৈ ব্যৱহাৰ কৰা পানীখিনি ৫০ বাৰৰো অধিক বাৰ ব্যৱহাৰ হৈছে৷ গুৰুত্বপূৰ্ণ যে মানুহ অনাহাৰে থাকিব পাৰিলেও পানী নোখোৱাকৈ এসপ্তাহো থাকিব নোৱাৰে৷

সমগ্ৰ বিশ্বত মানুহে ব্যৱহাৰ কৰা মুঠ পানীৰ ৭০ শতাংশ জলসিঞ্চনৰ বাবে ব্যৱহাৰ হয়৷ বিশ্বত প্ৰতিদিনে হাজাৰ হাজাৰ লিটাৰ পানী অবাবত নষ্ট হয়৷ শেহতীয়া সমীক্ষা মতে ভাৰতীয়সকলে সৰ্বাধিক পানী নষ্ট কৰে৷ ভাৰতত বৰষুণৰ পানী সদ্ব্যৱহাৰ কৰা লোকৰ সংখ্যা অতি নগণ্য৷ ফলত দেশখন জলসংকটত পৰাটো স্বাভাৱিক হৈ পৰিছে৷

পানী ব্যৱহাৰত মিতব্যয়ী দেশখন হ’ল নেদাৰলেণ্ড৷ নেদাৰলেণ্ডৰ মানুহে বৰষুণৰ পানী পুনৰ ব্যৱহাৰ কৰাত গুৰুত্ব দিয়ে৷ সেয়ে নেদাৰলেণ্ডৰ মানুহৰ প্ৰায়বোৰ ঘৰতে বৰষুণৰ পানী ধৰি ৰাখিব পৰা টেংকী আছে৷ আনহাতে আমেৰিকাত কৃষি খণ্ডতকৈ উদ্যোগ খণ্ডত অধিক পানী ব্যৱহাৰ হয়৷ আমেৰিকাত এখন চাৰি চকীয়া গাড়ী নিৰ্মাণ কৰোতে কেইবা লাখ লিটাৰ পানী খৰচ কৰে৷ অৱশ্যে আমেৰিকাত বৰষুণৰ পানী ধৰি ৰখাৰ ব্যৱস্থা আছে৷

Tags: featured3
Share4Tweet3Send

Related Posts

‎পূব এছিয়াত ইৰাণৰ জাহাজ হিউজ I বিলিয়ন ডলাৰ মূল্যৰ তেল লৈ দক্ষিণ চীন সাগৰ দ্বীপত উপস্থিত
National-International

‎পূব এছিয়াত ইৰাণৰ জাহাজ হিউজ I বিলিয়ন ডলাৰ মূল্যৰ তেল লৈ দক্ষিণ চীন সাগৰ দ্বীপত উপস্থিত

by Staff Reporter
May 3, 2026
50
Indore water poison : পৌৰসভাৰ পানী খাই বিষক্ৰিয়াত ৭ জনৰ মৃত্যু, গুৰুতৰভাৱে অসুস্থ শতাধিক
National-International

‎নিৰ্বাচনত পৰাজিত প্ৰাৰ্থীৰ প্ৰতিশোধ I মোডী-শ্বাহৰ ৰাজ্যৰ বাসিন্দা একেৰাহে চাৰি দিন ধৰি খোৱা পানীৰ পৰা বঞ্চিত

by Staff Reporter
May 3, 2026
50
‎মুৰ্খামিৰ প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুত, ট্ৰাম্পক ভাবুকি ইৰাণৰ
National-International

‎মুৰ্খামিৰ প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুত, ট্ৰাম্পক ভাবুকি ইৰাণৰ

by Staff Reporter
May 3, 2026
50
Air India : বিমানত হিন্দু আৰু শিখক ‘হালাল’ খাদ্য পৰিবেশন নকৰে এয়াৰ ইণ্ডিয়াই
National-International

‎এদিনত বাতিল হ’ল ১০০ খন বিমান I ইন্ধনৰ মূল্যবৃদ্ধিত বৃহৎ সিদ্ধান্ত এয়াৰ ইণ্ডিয়াৰ

by Staff Reporter
May 3, 2026
50
‎দিল্লীৰ বিবেক বিহাৰত ভয়ংকৰ অগ্নিকাণ্ড, মৃত্যু ৯ ‎
National-International

‎দিল্লীৰ বিবেক বিহাৰত ভয়ংকৰ অগ্নিকাণ্ড, মৃত্যু ৯ ‎

by Staff Reporter
May 3, 2026
50
Youtube I ইউটিউব চাই ঘৰতে সন্তান প্ৰসৱ ১৫ বছৰীয়া কিশোৰীৰ! নৱজাতকক ডিঙি চেপি হত্যা
National-International

‎প্ৰসৱৰ পিছত বাচি থকা ছোৱালীৰ সংখ্যা বৃদ্ধি পাইছে I কেন্দ্ৰ

by Staff Reporter
May 2, 2026
50
ADVERTISEMENT
‎পূব এছিয়াত ইৰাণৰ জাহাজ হিউজ I বিলিয়ন ডলাৰ মূল্যৰ তেল লৈ দক্ষিণ চীন সাগৰ দ্বীপত উপস্থিত
National-International

‎পূব এছিয়াত ইৰাণৰ জাহাজ হিউজ I বিলিয়ন ডলাৰ মূল্যৰ তেল লৈ দক্ষিণ চীন সাগৰ দ্বীপত উপস্থিত

May 3, 2026
50
Indore water poison : পৌৰসভাৰ পানী খাই বিষক্ৰিয়াত ৭ জনৰ মৃত্যু, গুৰুতৰভাৱে অসুস্থ শতাধিক
National-International

‎নিৰ্বাচনত পৰাজিত প্ৰাৰ্থীৰ প্ৰতিশোধ I মোডী-শ্বাহৰ ৰাজ্যৰ বাসিন্দা একেৰাহে চাৰি দিন ধৰি খোৱা পানীৰ পৰা বঞ্চিত

May 3, 2026
50
‎মুৰ্খামিৰ প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুত, ট্ৰাম্পক ভাবুকি ইৰাণৰ
National-International

‎মুৰ্খামিৰ প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুত, ট্ৰাম্পক ভাবুকি ইৰাণৰ

May 3, 2026
50
Air India : বিমানত হিন্দু আৰু শিখক ‘হালাল’ খাদ্য পৰিবেশন নকৰে এয়াৰ ইণ্ডিয়াই
National-International

‎এদিনত বাতিল হ’ল ১০০ খন বিমান I ইন্ধনৰ মূল্যবৃদ্ধিত বৃহৎ সিদ্ধান্ত এয়াৰ ইণ্ডিয়াৰ

May 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎পূব এছিয়াত ইৰাণৰ জাহাজ হিউজ I বিলিয়ন ডলাৰ মূল্যৰ তেল লৈ দক্ষিণ চীন সাগৰ দ্বীপত উপস্থিত

‎পূব এছিয়াত ইৰাণৰ জাহাজ হিউজ I বিলিয়ন ডলাৰ মূল্যৰ তেল লৈ দক্ষিণ চীন সাগৰ দ্বীপত উপস্থিত

May 3, 2026
Indore water poison : পৌৰসভাৰ পানী খাই বিষক্ৰিয়াত ৭ জনৰ মৃত্যু, গুৰুতৰভাৱে অসুস্থ শতাধিক

‎নিৰ্বাচনত পৰাজিত প্ৰাৰ্থীৰ প্ৰতিশোধ I মোডী-শ্বাহৰ ৰাজ্যৰ বাসিন্দা একেৰাহে চাৰি দিন ধৰি খোৱা পানীৰ পৰা বঞ্চিত

May 3, 2026
‎মুৰ্খামিৰ প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুত, ট্ৰাম্পক ভাবুকি ইৰাণৰ

‎মুৰ্খামিৰ প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুত, ট্ৰাম্পক ভাবুকি ইৰাণৰ

May 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx