ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home accident

বোকাজানত মর্মান্তিক পথ দুর্ঘটনা: ডাম্পাৰ আৰু মটৰ চাইকেলৰ সংঘৰ্ষত দুজন নিহত

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
June 23, 2025
Reading Time: 1 min read
A A
0
বোকাজানত মর্মান্তিক পথ দুর্ঘটনা: ডাম্পাৰ আৰু মটৰ চাইকেলৰ সংঘৰ্ষত দুজন নিহত

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

No Content Available

সোমবাৰে দিনৰ ১২ বাজি ৩০ মিনিটত ডাম্পাৰ আৰু মটৰ চাইকেলৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষৰ ফলত দুজন লোক থিতাতে নিহত হয় ৷

বোকাজানত মর্মান্তিক পথ দুর্ঘটনা: ডাম্পাৰ আৰু মটৰ চাইকেলৰ সংঘৰ্ষত দুজন নিহত
বোকাজানত মর্মান্তিক পথ দুর্ঘটনা: ডাম্পাৰ আৰু মটৰ চাইকেলৰ সংঘৰ্ষত দুজন নিহত

বোকাজানৰ হাতীগড় তিনিআলিস্থিত 39 নং ৰাষ্ট্ৰীয় ঘাইপথত AR-22-3477 নম্বৰৰ এখন দাম্পাৰ আৰু AS-09-L-0543 নম্বৰৰ মটৰ চাইকেলৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত এই দুৰ্ঘটনাত থিতাতে নিহত হোৱা দুই মটৰ চাইকেল আৰোহী ক্ৰমে বোকাজানৰ ফুলবাৰী বাগানৰ ৰাজীৱ পানীকা আৰু হৰি কুৰ্মী বুলি জানিব পৰা গৈছে।ঘটনাৰ খবৰ লাভ কৰা মাত্ৰকেই বোকাজান আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে৷

Tags: AR-22-3477AS-09-L-0543অসমঘটনাস্থলডাম্পাৰদুই লোক নিহতদুৰ্ঘটনাপথ দুর্ঘটনাফুলবাৰী বাগানবোকাজানবোকাজান আৰক্ষীব্যৱস্থা গ্ৰহণমটৰ চাইকেলমুখামুখি সংঘৰ্ষমৃত্যুসংবাদ।সোমবাৰেসড়ক দুৰ্ঘটনাহাতীগড়হৰি কুৰ্মী১২ বাজি ৩০ মিনিট৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰাজীৱ পানীকা
Share4Tweet3Send

Related Posts

No Content Available
ADVERTISEMENT
NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!
National-International

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

June 17, 2026
50
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ
National-International

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

June 17, 2026
50
Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন
DIPHU

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

June 17, 2026
50
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

June 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

June 17, 2026
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

June 17, 2026
Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

June 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx