ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Road accidents : বোকাখাতৰ বিহৰাত টেংকাৰ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ

অজন্তা তালুকদাৰঃ বোকাখাত :

News Desk by News Desk
September 23, 2024
Reading Time: 1 min read
A A
0
Road accidents : বোকাখাতৰ বিহৰাত টেংকাৰ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ

RELATED POSTS

দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত

Assam: Eviction Drive Resumes at Lutumari Forest, 600 Families at Risk

Assam Shocker: Robbery Accused Injured in Police Firing at Rangia

New Logo Smal 2 | ASSAM TIMES POST

বোকাখাতৰ বিহৰা (Bihra of Bokakhat) ১২ নং লাইনৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ২২ ছেপ্তেম্বৰৰ নিশা সংঘটিত হয় এক পথ দুৰ্ঘটনা (Road accidents)। ক্ৰমে এ এচ ১৭ চি ৮২৮৭ পঞ্জীয়ন নম্বৰৰ মালবাহী ট্ৰাক আৰু এন এল ০১ এ এফ ১৭৩৫ পঞ্জীয়ন নম্বৰৰ টেংকাৰৰ মাজত মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনাত টেংকাৰৰ চালকজন বহু সময় গাড়ীত চেপা খাই আবদ্ধ হৈ থাকে। স্থানীয় ৰাইজৰ সহযোগত চালকজনক উদ্ধাৰ কৰা হয়। দুয়োগৰাকী চালকক বোকাখাত শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে লৈ যোৱা হয়। দূৰ্ঘটনাটোত টেংকাৰ চালক গৰাকীৰ ভৰি এখন চেঁপা খাই আঘাতপ্ৰাপ্ত হয় আৰু বোকাখাত শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়।

Boka acci | ASSAM TIMES POST
বোকাখাতৰ বিহৰাত টেংকাৰ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ

আনহাতে মালবাহী ট্ৰাকৰ চালকগৰাকী সাধাৰণ আঘাতপ্ৰাপ্ত আৰু বিপদমুক্ত বুলি জানিব পৰা গৈছে। দুয়োগৰাকী চালক বিহাৰী সম্প্ৰদায়ৰ বুলি জানিব পৰা গৈছে। লগতে জানিব পৰা মতে টেংকাৰ চালক গৰাকীৰ ঘৰ বিহাৰত আৰু আন গৰাকীৰ ঘৰ অসমৰ ধুবুৰীত।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Roadaccidentsপথদুৰ্ঘটনা
Share5Tweet3Send

Related Posts

দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত
ALL NEWS

দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত

by ASSAM TIMES POST
October 18, 2026
50
Assam: Eviction Drive Resumes at Lutumari Forest, 600 Families at Risk
Assam

Assam: Eviction Drive Resumes at Lutumari Forest, 600 Families at Risk

by ASSAM TIMES POST
October 18, 2026
50
Encounter in Rongia : ৰঙিয়াত ডকাইতক এনকাউণ্টাৰ
Assam

Assam Shocker: Robbery Accused Injured in Police Firing at Rangia

by News Desk
October 17, 2026
57
Eviction drive : সৰুপথাৰ অসম-নাগালেণ্ড সীমান্তত পুনৰ চলিল উচ্ছেদ অভিযান
Assam

Eviction drive : সৰুপথাৰ অসম-নাগালেণ্ড সীমান্তত পুনৰ চলিল উচ্ছেদ অভিযান

by News Desk
October 17, 2026
54
Fakiraganj Road accident : ই-ৰিক্সাৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে কণমানি
Assam

Fakiraganj Road accident : ই-ৰিক্সাৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে কণমানি

by News Desk
October 17, 2026
54
Encounter in Rongia : ৰঙিয়াত ডকাইতক এনকাউণ্টাৰ
Assam

Encounter in Rongia : ৰঙিয়াত ডকাইতক এনকাউণ্টাৰ

by News Desk
October 17, 2026
51
ADVERTISEMENT
দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত
ALL NEWS

দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত

October 18, 2026
50
Assam: Eviction Drive Resumes at Lutumari Forest, 600 Families at Risk
Assam

Assam: Eviction Drive Resumes at Lutumari Forest, 600 Families at Risk

October 18, 2026
50
Kolkata Pandal Stampede Probe: False Alarm, Rain & Crowd Lapses
National-International

Kolkata Pandal Stampede Probe: False Alarm, Rain & Crowd Lapses

October 18, 2026
50
Fakiraganj Road accident : ই-ৰিক্সাৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে কণমানি
accident

Road Accident : শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা, কৰুণ মৃত্যুক সাবটিলে ২৬ বছৰীয়া যুৱ অভিযন্তা আকাশ লাহনে

October 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত

দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত

October 18, 2026
Assam: Eviction Drive Resumes at Lutumari Forest, 600 Families at Risk

Assam: Eviction Drive Resumes at Lutumari Forest, 600 Families at Risk

October 18, 2026
Kolkata Pandal Stampede Probe: False Alarm, Rain & Crowd Lapses

Kolkata Pandal Stampede Probe: False Alarm, Rain & Crowd Lapses

October 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d