ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Raja murder case । সাত জনমৰ সংগী, হত্যাৰ পিছত ৰাজাৰ একাউণ্টৰ পৰা পোষ্ট সোণমৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 10, 2025
Reading Time: 1 min read
A A
0
Meghalaya honeymoon couple case I মেঘালয়ৰ মধুচন্দ্ৰিকা কাণ্ড; সোণমে হত্যা কৰিছিল স্বামীক, উত্তৰ প্ৰদেশত তিনি সহযোগীৰে গ্ৰেপ্তাৰ

Oplus_0

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Rajasthan sand storm : ৩০ মিনিট ধৰি বালিৰ ধুমুহাৰ তাণ্ডৱ, ঘণ্টাত ৭০ কিলোমিটাৰ বেগত ধূলিৰ ধুমুহা ৰাজস্থানৰ পাঁচ জিলাত

Abhishek Banerjee : ৰাইজৰ ৰোষত তৃণমূলৰ নেতা অভিষেক, হেলমেট পিন্ধিহে কথমপি ৰক্ষা

Indian Internet users : ভাৰতীয় মহিলাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ তিনি বছৰত দুগুণ বৃদ্ধি

তদন্তকাৰীক বিপথে পৰিচালিত কৰাৰ প্ৰয়াসত সোণম ৰঘুবংশীয়ে (Raja Raghuvanshi) কোনো চেষ্টাৰ ত্ৰুটি কৰা নাই। তদন্তকাৰীয়ে জানিব পাৰিছে যে ৰাজা ৰঘুবংশীক হত্যা কৰাৰ পিছত সোণমে স্বামীৰ ফোন আৰু একাউণ্ট ব্যৱহাৰ কৰি ছ’চিয়েল মিডিয়াত এটা পোষ্ট কৰিছিল।

Raja murder case ।
সাত জনমৰ সংগী, হত্যাৰ পিছত ৰাজাৰ একাউণ্টৰ পৰা পোষ্ট সোণমৰ:

পোষ্টটোত লিখা আছিল ‘সাত জনমৰ সংগী’। আৰক্ষীৰ সূত্ৰ অনুসৰি, যোৱা ২৩ মে’ত ৰাজাক হত্যা কৰা হৈছিল। ইয়াৰ পিছত সোণমে ৰাজাৰ ফোন আৰু একাউণ্ট ব্যৱহাৰ কৰি দুপৰীয়া ২.১৫ বজাত পোষ্টটো পোষ্ট কৰে।

তদন্তকাৰীৰ মতে, সোণমে এই কৌশল ব্যৱহাৰ কৰি স্বামী জীয়াই আছে বুলি বাৰ্তা প্ৰেৰণ কৰাৰ লগতে ভৱিষ্যতে সম্ভাৱ্য তদন্তৰ পৰা হাত সাৰিবলৈ ব্যৱহাৰ কৰিছিল। ১১ মে’ত ৰাজাৰ সৈতে বিবাহপাশত আবদ্ধ হয় সোণমে। মধুচন্দ্ৰিকালৈ আহিছিল মেঘালয়ৰ চেৰাপুঞ্জীলৈ। ২৩ মে’ত তাৰ পৰা নিৰুদ্দেশ হয়।

১০ দিনৰ মূৰত ৰিয়াৰ আৰলিয়াঙৰ খাৱৈৰ পৰা উদ্ধাৰ কৰে ৰাজাৰ মৃতদেহ। ইতিমধ্যে ৰাজাৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰিছে মেঘালয় আৰক্ষীয়ে। আৰক্ষীৰ সূত্ৰ অনুসৰি, তেওঁৰ মূৰৰ পিছফালে, ডিঙিৰ ওপৰত গভীৰ ঘা পোৱা গৈছে। কপালৰ ওপৰৰ অংশত আৰু এটা আঘাতৰ চিন।

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে ৰাজাৰ মূৰৰ দুয়োফালে কিবা এটা চোকা বস্তুৰে আঘাত কৰা হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, ৰাজাৰ শৰীৰত বহু আঘাতৰ চিন আছিল। অৱশ্যে ‘আটাইতকৈ গুৰুতৰ’ আঘাত দুটা মূৰৰ দুয়োফালে।

দেওবাৰে নিশা উত্তৰ প্ৰদেশৰ এখন ধাবাৰ পৰা গ্ৰেপ্তাৰ হয় সোণমক। তেওঁৰ গহনা চুৰি হোৱা বুলি ধাবাৰ মালিকক দাবী কৰে। তেওঁক অপহৰণ কৰা হৈছিল বুলি উল্লেখ কৰি কয় যে তেওঁ নাজানে কেনেকৈ তেওঁ তাত উপস্থিত হ’ল।

Tags: একাউণ্টৰ পৰা পোষ্ট সোণমৰসাত জনমৰ সংগীহত্যাৰ পিছত ৰাজাৰ
Share4Tweet3Send

Related Posts

Rajasthan sand storm : ৩০ মিনিট ধৰি বালিৰ ধুমুহাৰ তাণ্ডৱ, ঘণ্টাত ৭০ কিলোমিটাৰ বেগত ধূলিৰ ধুমুহা ৰাজস্থানৰ পাঁচ জিলাত
National-International

by News Desk
May 30, 2026
50
Abhishek Banerjee : ৰাইজৰ ৰোষত তৃণমূলৰ নেতা অভিষেক, হেলমেট পিন্ধিহে কথমপি ৰক্ষা
National-International

Abhishek Banerjee : ৰাইজৰ ৰোষত তৃণমূলৰ নেতা অভিষেক, হেলমেট পিন্ধিহে কথমপি ৰক্ষা

by News Desk
May 30, 2026
50
Indian Internet users : ভাৰতীয় মহিলাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ তিনি বছৰত দুগুণ বৃদ্ধি
National-International

Indian Internet users : ভাৰতীয় মহিলাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ তিনি বছৰত দুগুণ বৃদ্ধি

by News Desk
May 30, 2026
50
Terrorist arrested : পাকিস্তানস্থিত নেটৱৰ্কৰ সৈতে জড়িত নটা সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ
National-International

Terrorist gang arrested : দিল্লীত গ্ৰেপ্তাৰ বৃহৎ সন্ত্ৰাসবাদী চক্ৰ, আক্ৰমণৰ চক্ৰান্তত জড়িত ডাউদ-আই এছ আই

by News Desk
May 30, 2026
50
Rajasthan murder case : ৱেব ছিৰিজ চাই পাঁচ মাহ ধৰি হত্যাৰ পৰিকল্পনা নাবালক পুত্ৰৰ, ৰাজস্থান হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য

Mamata Banerjee : ৬ জুনত ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক, উপস্থিত থাকিব পাৰে মমতা

ADVERTISEMENT
Rajasthan sand storm : ৩০ মিনিট ধৰি বালিৰ ধুমুহাৰ তাণ্ডৱ, ঘণ্টাত ৭০ কিলোমিটাৰ বেগত ধূলিৰ ধুমুহা ৰাজস্থানৰ পাঁচ জিলাত
National-International

Rajasthan sand storm : ৩০ মিনিট ধৰি বালিৰ ধুমুহাৰ তাণ্ডৱ, ঘণ্টাত ৭০ কিলোমিটাৰ বেগত ধূলিৰ ধুমুহা ৰাজস্থানৰ পাঁচ জিলাত

May 30, 2026
50
Abhishek Banerjee : ৰাইজৰ ৰোষত তৃণমূলৰ নেতা অভিষেক, হেলমেট পিন্ধিহে কথমপি ৰক্ষা
National-International

Abhishek Banerjee : ৰাইজৰ ৰোষত তৃণমূলৰ নেতা অভিষেক, হেলমেট পিন্ধিহে কথমপি ৰক্ষা

May 30, 2026
50
Indian Internet users : ভাৰতীয় মহিলাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ তিনি বছৰত দুগুণ বৃদ্ধি
National-International

Indian Internet users : ভাৰতীয় মহিলাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ তিনি বছৰত দুগুণ বৃদ্ধি

May 30, 2026
50
Terrorist arrested : পাকিস্তানস্থিত নেটৱৰ্কৰ সৈতে জড়িত নটা সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ
National-International

Terrorist gang arrested : দিল্লীত গ্ৰেপ্তাৰ বৃহৎ সন্ত্ৰাসবাদী চক্ৰ, আক্ৰমণৰ চক্ৰান্তত জড়িত ডাউদ-আই এছ আই

May 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rajasthan sand storm : ৩০ মিনিট ধৰি বালিৰ ধুমুহাৰ তাণ্ডৱ, ঘণ্টাত ৭০ কিলোমিটাৰ বেগত ধূলিৰ ধুমুহা ৰাজস্থানৰ পাঁচ জিলাত

Rajasthan sand storm : ৩০ মিনিট ধৰি বালিৰ ধুমুহাৰ তাণ্ডৱ, ঘণ্টাত ৭০ কিলোমিটাৰ বেগত ধূলিৰ ধুমুহা ৰাজস্থানৰ পাঁচ জিলাত

May 30, 2026
Abhishek Banerjee : ৰাইজৰ ৰোষত তৃণমূলৰ নেতা অভিষেক, হেলমেট পিন্ধিহে কথমপি ৰক্ষা

Abhishek Banerjee : ৰাইজৰ ৰোষত তৃণমূলৰ নেতা অভিষেক, হেলমেট পিন্ধিহে কথমপি ৰক্ষা

May 30, 2026
Indian Internet users : ভাৰতীয় মহিলাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ তিনি বছৰত দুগুণ বৃদ্ধি

Indian Internet users : ভাৰতীয় মহিলাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ তিনি বছৰত দুগুণ বৃদ্ধি

May 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT