ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Heat wave in north India I প্ৰচণ্ড গৰমে দহিছে উত্তৰ ভাৰত, ছয় ৰাজ্যৰ ১৮ চহৰত গ্ৰীষ্মপ্ৰবাহৰ সতৰ্কতা; ৰাজস্থানত ৪৭ ডিগ্ৰী অতিক্ৰম তাপমাত্ৰা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 10, 2025
Reading Time: 1 min read
A A
0
Heat Wave : একেৰাহে তিনিমাহ গ্ৰীষ্মপ্ৰৱাহে দহিব ১৬ ৰাজ্য

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Republic day 2026 : সন্ত্ৰাসবাদী আক্ৰমণৰ আশঙ্কা, চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত সমগ্ৰ দিল্লীত জাৰি হাই এলাৰ্ট

Vande Bharat Express : দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল উদ্বোধন কৰি মোদীয়ে কয়, ‘কালী আৰু কামাখ্যাই হাত মিলাইছে’

BMC election 2026 : মুম্বাইত অন্ত পৰিল ঠাকৰে পৰিয়ালৰ ৰাজত্ব, পৌৰ নিগমৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ জয়লাভ

সমগ্ৰ উত্তৰ ভাৰতত বৃদ্ধি পাইছে গ্ৰীষ্মপ্ৰবাহ (Heatwave)। ইতিমধ্যে দেশৰ ৬খন ৰাজ্যৰ ১৮খন চহৰত তাপমাত্ৰা ৪৫ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰিছে। পৰিস্থিতি এনে এটা স্তৰত আছে যে গ্ৰীষ্মপ্ৰবাহৰ  সতৰ্কবাণী জাৰি কৰা হৈছে।
Heat wave in north India I
প্ৰচণ্ড গৰমে দহিছে উত্তৰ ভাৰত, ছয় ৰাজ্যৰ ১৮ চহৰত গ্ৰীষ্মপ্ৰবাহৰ সতৰ্কতা:

কোনো কোনো ঠাইত ৪৫ ডিগ্ৰী, কোনো কোনো ঠাইত ৪৭ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰিছে। ৰাজস্থানৰ শ্ৰীগংগানগৰত তাপমাত্ৰাই ৪৭ ডিগ্ৰী অতিক্ৰম কৰিছে। গ্ৰীষ্মপ্ৰবাহৰ সতৰ্কবাণী জাৰি কৰা ৬খন ৰাজ্য হ’ল ৰাজস্থান, মধ্যপ্ৰদেশ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, দিল্লী আৰু ওড়িশা।

মঙলবাৰে দিল্লী-এনচিআৰ, পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ অধিকাংশ জিলাত গ্ৰীষ্মপ্ৰবাহৰ সতৰ্কবাণী জাৰি কৰা হৈছে। মঙলবাৰে দিল্লীৰ সৰ্বোচ্চ উষ্ণতা প্ৰায় ৪৫ ডিগ্ৰী হ’ব বুলি জানিব পৰা গৈছে। এই ৰাজ্যসমূহত আগন্তুক দুদিনলৈ গ্ৰীষ্মপ্ৰবাহ অব্যাহত থাকিব বুলি সকীয়াই দিয়া হৈছে।

জম্মু-কাশ্মীৰৰ একাংশ অঞ্চলতো সতৰ্কবাণী জাৰি কৰা হৈছে।
ৰাজ্যিক বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে যে ৰাজস্থানত গ্ৰাষ্মপ্ৰবাহ আৰু তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে। পশ্চিম জিলা জয়ছলমেৰ, বৰমেৰ, যোধপুৰ, পালি, জালৌৰ আৰু ছিৰোহী জিলা অধিক ক্ষতিগ্ৰস্ত হ’ব।

উত্তৰ প্ৰদেশৰ ১৯খন জিলাত গ্ৰীষ্মপ্ৰবাহ আৰু লুৰ সতৰ্কবাণী জাৰি কৰা হৈছে। সোমবাৰে আগ্ৰা আৰু ঝান্সীত সৰ্বোচ্চ উষ্ণতা ৪৫.৯ ডিগ্ৰী চেলছিয়াছ আছিল। হাৰিয়ানাৰ হিছাৰ, ফাতেহাবাদ, হিছাৰ, ভীৱানী আৰু ৰোহটকৰ বাবেও গৰমৰ সতৰ্কবাণী জাৰি কৰা হৈছে।

আনহাতে, কেৰালা, কৰ্ণাটক, পুডুচেৰী, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, গোৱা, ছিকিম, পশ্চিমবংগ, মধ্যপ্ৰদেশ, ওড়িশা, ছত্তীশগড় আৰু ঝাৰখণ্ডত ধুমুহা আৰু বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: ছয় ৰাজ্যৰ ১৮ চহৰত গ্ৰীষ্মপ্ৰবাহৰ সতৰ্কতা;প্ৰচণ্ড গৰমে দহিছে উত্তৰ ভাৰতৰাজস্থানত ৪৭ ডিগ্ৰী অতিক্ৰম তাপমাত্ৰা
Share4Tweet3Send

Related Posts

Republic day 2026 : সন্ত্ৰাসবাদী আক্ৰমণৰ আশঙ্কা, চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত সমগ্ৰ দিল্লীত জাৰি হাই এলাৰ্ট
National-International

Republic day 2026 : সন্ত্ৰাসবাদী আক্ৰমণৰ আশঙ্কা, চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত সমগ্ৰ দিল্লীত জাৰি হাই এলাৰ্ট

by News Desk
January 17, 2026
50
Vande Bharat Express : দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল উদ্বোধন কৰি মোদীয়ে কয়, ‘কালী আৰু কামাখ্যাই হাত মিলাইছে’
National-International

Vande Bharat Express : দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল উদ্বোধন কৰি মোদীয়ে কয়, ‘কালী আৰু কামাখ্যাই হাত মিলাইছে’

by News Desk
January 17, 2026
50
BMC election 2026 : মুম্বাইত অন্ত পৰিল ঠাকৰে পৰিয়ালৰ ৰাজত্ব, পৌৰ নিগমৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ জয়লাভ
National-International

BMC election 2026 : মুম্বাইত অন্ত পৰিল ঠাকৰে পৰিয়ালৰ ৰাজত্ব, পৌৰ নিগমৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ জয়লাভ

by News Desk
January 17, 2026
50
Delhi Gang Rape I ৰে’লত বন্ধুত্ব পাতিয়ে হোটেললৈ যাত্ৰা, দশম শ্ৰেণীৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ
National-International

Congress MLA on rape । ধুনীয়া ছোৱালী দেখিলে ল’ৰাবোৰ বিচলিত হয়, সেইবাবেই ধৰ্ষণৰ সংখ্যা বেছি; কংগ্ৰেছ বিধায়কৰ ধৰ্ষণৰ নতুন ব্যাখ্যা

by Staff Reporter
January 17, 2026
50
Iran crisis I ভাৰতৰ সৈতে ইৰাণৰ সম্পৰ্কক তুলনা ইৰাণৰ নিৰ্বাসিত ৰাজকুমাৰৰ
National-International

Iran crisis I ভাৰতৰ সৈতে ইৰাণৰ সম্পৰ্কক তুলনা ইৰাণৰ নিৰ্বাসিত ৰাজকুমাৰৰ

by Staff Reporter
January 17, 2026
50
Iran crisis I চৰম উদ্বিগ্নতাৰ মাজত ইৰাণৰ পৰা ঘৰলৈ উভতিছে ভাৰতীয় নাগৰিক
National-International

Iran crisis I চৰম উদ্বিগ্নতাৰ মাজত ইৰাণৰ পৰা ঘৰলৈ উভতিছে ভাৰতীয় নাগৰিক

by Staff Reporter
January 17, 2026
50
ADVERTISEMENT
Unlocking HDR Formats: A Strategic Guide to HDR10 vs. Dolby Vision
Technology

Unlocking HDR Formats: A Strategic Guide to HDR10 vs. Dolby Vision

January 17, 2026
50
Urgent Call for Timely Implementation of Manipur’s Urban Development Plans
NORTHEAST

Urgent Call for Timely Implementation of Manipur’s Urban Development Plans

January 17, 2026
50
Under 19 yr WC : ১৯ বছৰ অনূৰ্ধ্ব বিশ্বকাপত বাংলাদেশৰ বিৰুদ্ধে ধুমুহা ইনিংছ বৈভৱ সূৰ্যবংশীৰ বিৰাট কোহলীক অতিক্ৰম
Sports News

Under 19 yr WC : ১৯ বছৰ অনূৰ্ধ্ব বিশ্বকাপত বাংলাদেশৰ বিৰুদ্ধে ধুমুহা ইনিংছ বৈভৱ সূৰ্যবংশীৰ বিৰাট কোহলীক অতিক্ৰম

January 17, 2026
50
Republic day 2026 : সন্ত্ৰাসবাদী আক্ৰমণৰ আশঙ্কা, চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত সমগ্ৰ দিল্লীত জাৰি হাই এলাৰ্ট
National-International

Republic day 2026 : সন্ত্ৰাসবাদী আক্ৰমণৰ আশঙ্কা, চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত সমগ্ৰ দিল্লীত জাৰি হাই এলাৰ্ট

January 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Unlocking HDR Formats: A Strategic Guide to HDR10 vs. Dolby Vision

Unlocking HDR Formats: A Strategic Guide to HDR10 vs. Dolby Vision

January 17, 2026
Urgent Call for Timely Implementation of Manipur’s Urban Development Plans

Urgent Call for Timely Implementation of Manipur’s Urban Development Plans

January 17, 2026
Under 19 yr WC : ১৯ বছৰ অনূৰ্ধ্ব বিশ্বকাপত বাংলাদেশৰ বিৰুদ্ধে ধুমুহা ইনিংছ বৈভৱ সূৰ্যবংশীৰ বিৰাট কোহলীক অতিক্ৰম

Under 19 yr WC : ১৯ বছৰ অনূৰ্ধ্ব বিশ্বকাপত বাংলাদেশৰ বিৰুদ্ধে ধুমুহা ইনিংছ বৈভৱ সূৰ্যবংশীৰ বিৰাট কোহলীক অতিক্ৰম

January 17, 2026

Categories

ALL NEWS (17416) Artificial Intelligence (3) Assam (13899) BREAKING NEWS (6491) Business (34) Bussines (1) crime (25) cultural (5) Digital Transformation (3) DIPHU (4) Economy (99) Editorial (17) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2061) Health & Fitness (632) Jobs & Career (7) KARBI ANGLONG (3538) Lifestyle (24) literature (16) Music (1) National-International (11325) NORTHEAST (891) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Social Media (2) Sports News (502) Stories (16) Tech (14) Technology (3) Tourism (1) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d