ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

APCC President Gaurav Gogoi । প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ গৌৰৱ গগৈৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 3, 2025
Reading Time: 1 min read
A A
0
APCC President Gaurav Gogoi । প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ গৌৰৱ গগৈৰ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Assam Election results I অসমৰ সকলো ভাই-ভনীক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ; পুনৰ শাসনভাৰ দখলৰ পিছত প্ৰধানমন্ত্ৰী মোদী

Assam Election 2026 I এইবাৰৰ নিৰ্বাচনত জয়ী হোৱা প্ৰাৰ্থীসকল

Asssam Election Result : বোকাখাত ১০৫ নং বিধানসভা সমষ্টিৰ পৰা ৬০,৫৩৭ ভোটৰ ব্যৱধানত তৃতীয় বাৰৰ বাবে নিৰ্বাচিত অতুল বৰা

মঙলবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰে গৌৰৱ গগৈয়ে (Gaurav Gogoi)। সদ্য নিৰ্বাচিত সভাপতি তথা সাংসদ গৌৰৱ গগৈক গায়ন-বায়নেৰে ৰাজীৱ ভৱনলৈ আদৰি অনা হয়। ইয়াৰ পূৰ্বে মঙলবাৰে পুৱা গৌৰৱ গগৈয়ে কামাখ্যা মন্দিৰত পূজা-অৰ্চনা আগবঢ়াই আগন্তুক দিনৰ বাবে মা কামাখ্যাৰ আশীৰ্বাদ গ্ৰহণ কৰে।

প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ গৌৰৱ গগৈৰ
প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ গৌৰৱ গগৈৰ

ইয়াৰ পিছত ৰাজীৱ ভৱনত উপস্থিত হোৱা গৌৰৱ গগৈক দলীয় নেতা-কৰ্মীসকলে বিপুল আদৰণি জনায়। আনহাতে, ৰাজীৱ ভৱনত গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব অৰ্পণ কৰে বিদায়ী সভাপতি ভূপেন বৰাই।

আনহাতে, সভাপতি হিচাপে দায়িত্বৰ গ্ৰহণ কৰি সংবাদমেল সম্বোধন কৰি গৌৰৱ গগৈয়ে প্ৰাক্তন সভাপতি ভূপেন বৰাক ধন্যবাদ জনাই তেওঁৰ আশীৰ্বাদ কামনা কৰাৰ লগতে দলৰ প্ৰতি তেওঁ আগবঢ়োৱা ত্যাগৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে দলত সকলোকে সমান অধিকাৰ আৰু ন্যায় প্ৰদানৰ কংগ্ৰেছৰ আদৰ্শৰে আগন্তুক দিনত আগবাঢ়ি যাব বুলি উল্লেখ কৰে।

503344372 1284812079670483 1036061913555311371 n | ASSAM TIMES POSTউল্লেখ্য যে গৌৰৱ গগৈৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠানত এ আই চি চিৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং, এ আই চি চিৰ সম্পাদক তথা অসমৰ সহ-তত্ত্বাৱধায়ক মনোজ চৌহান, এ আই চি চিৰ সম্পাদক তথা অসম কংগ্ৰেছৰ পৰ্যবেক্ষক বিকাশ উপাধ্যায়, কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়া, সাংসদ ৰকিবুল হুছেইন আদি নেতা-কৰ্মীসকল উপস্থিত থাকে।

Tags: দায়িত্ব গ্ৰহণ গৌৰৱ গগৈৰপ্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ
Share4Tweet3Send

Related Posts

Assam Elections 2026 : বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
Assam

Assam Election results I অসমৰ সকলো ভাই-ভনীক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ; পুনৰ শাসনভাৰ দখলৰ পিছত প্ৰধানমন্ত্ৰী মোদী

by Staff Reporter
May 5, 2026
50
Assembly elections 2026 I অসমত এগজিট প’ল অনুসৰি প্ৰাৰম্ভিক প্ৰৱণতা, বংগত পট পৰিৱৰ্তনৰ সম্ভাৱনা
Assam

Assam Election 2026 I এইবাৰৰ নিৰ্বাচনত জয়ী হোৱা প্ৰাৰ্থীসকল

by Staff Reporter
May 5, 2026
50
Asssam Election Result : বোকাখাত ১০৫ নং বিধানসভা সমষ্টিৰ পৰা ৬০,৫৩৭ ভোটৰ ব্যৱধানত তৃতীয় বাৰৰ বাবে নিৰ্বাচিত অতুল বৰা
Assam

Asssam Election Result : বোকাখাত ১০৫ নং বিধানসভা সমষ্টিৰ পৰা ৬০,৫৩৭ ভোটৰ ব্যৱধানত তৃতীয় বাৰৰ বাবে নিৰ্বাচিত অতুল বৰা

by News Desk
May 4, 2026
50
Himanta Biswa Sarma : একেৰাহে ষষ্ঠবাৰ জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ, দিছপুৰত জয়ী হ’ল প্ৰদ্যুৎ বৰদলৈ
Assam

Himanta Biswa Sarma : একেৰাহে ষষ্ঠবাৰ জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ, দিছপুৰত জয়ী হ’ল প্ৰদ্যুৎ বৰদলৈ

by News Desk
May 4, 2026
50
Assam Election 2026 : এতিয়ালৈকে জয়লাভ কৰা প্ৰাৰ্থীসকল
Assam

Assam Election 2026 : এতিয়ালৈকে জয়লাভ কৰা প্ৰাৰ্থীসকল

by News Desk
May 4, 2026
50
Congress MP Gaurav Gogoi’s Emotional Plea to Honor Language Martyrs by Renaming Silchar Railway Station
Assam

Assam Election 2026 । গৌৰৱ গগৈ পৰাস্ত, ১০০ অতিক্ৰম কৰাৰ দিশে বিজেপি

by Staff Reporter
May 4, 2026
50
ADVERTISEMENT
Assam Elections 2026 : বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
Assam

Assam Election results I অসমৰ সকলো ভাই-ভনীক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ; পুনৰ শাসনভাৰ দখলৰ পিছত প্ৰধানমন্ত্ৰী মোদী

May 5, 2026
50
West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি
National-International

PM Modi I বিজেপিয়ে বংগলৈ উন্নয়নৰ জোৱাৰ কঢ়িয়াই আনিব; পশ্চিমবংগৰ ৰাজপাট দখল কৰি প্ৰধানমন্ত্ৰী

May 5, 2026
50
Assembly elections 2026 I অসমত এগজিট প’ল অনুসৰি প্ৰাৰম্ভিক প্ৰৱণতা, বংগত পট পৰিৱৰ্তনৰ সম্ভাৱনা
Assam

Assam Election 2026 I এইবাৰৰ নিৰ্বাচনত জয়ী হোৱা প্ৰাৰ্থীসকল

May 5, 2026
50
West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি
National-International

West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি

May 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Elections 2026 : বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

Assam Election results I অসমৰ সকলো ভাই-ভনীক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ; পুনৰ শাসনভাৰ দখলৰ পিছত প্ৰধানমন্ত্ৰী মোদী

May 5, 2026
West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি

PM Modi I বিজেপিয়ে বংগলৈ উন্নয়নৰ জোৱাৰ কঢ়িয়াই আনিব; পশ্চিমবংগৰ ৰাজপাট দখল কৰি প্ৰধানমন্ত্ৰী

May 5, 2026
Assembly elections 2026 I অসমত এগজিট প’ল অনুসৰি প্ৰাৰম্ভিক প্ৰৱণতা, বংগত পট পৰিৱৰ্তনৰ সম্ভাৱনা

Assam Election 2026 I এইবাৰৰ নিৰ্বাচনত জয়ী হোৱা প্ৰাৰ্থীসকল

May 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx