ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চলত বনৰক্ষীৰে হোৱা সংঘৰ্ষত এক চোৰাং চিকাৰী নিহত, ৩০৩ ৰাইফল উদ্ধাৰ:

অজন্তা তালুকদাৰ, বোকাখাত

Staff Reporter by Staff Reporter
May 21, 2025
Reading Time: 1 min read
A A
0
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চলত বনৰক্ষীৰে হোৱা সংঘৰ্ষত এক চোৰাং চিকাৰী নিহত, ৩০৩ ৰাইফল উদ্ধাৰ:

RELATED POSTS

Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ

Ganja seized : গোসাঁইগাঁবৰ শ্ৰীৰামপুৰত ২ কোটিৰোধিক টকাৰ গাঞ্জাসহ জব্দ ট্ৰাক, ৩ সৰবৰাহকাৰী আটক

New Logo Smal 1 | ASSAM TIMES POST

বিশ্ববিখ্যাত অসমৰ এশিঙীয়া গঁড়ৰ অস্তিত্বক সংকটত পেলাবলৈ চোৰাং চিকাৰীয়ে চলোৱা অপচেষ্টাৰ সফল প্ৰত্যুত্তৰ আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চলত আজি এটি সূত্ৰৰ পৰা পুৱাই প্ৰাপ্ত এক তথ্যৰ পম খেদি বন বিভাগ, আৰক্ষীৰ এক মিলিত অভিযানত এক চোৰাং চিকাৰী নিহত হয়।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চলত বনৰক্ষীৰে হোৱা সংঘৰ্ষত এক চোৰাং চিকাৰী নিহত, ৩০৩ ৰাইফল উদ্ধাৰ:
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চলত বনৰক্ষীৰে হোৱা সংঘৰ্ষত এক চোৰাং চিকাৰী নিহত:

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ আগৰাতলী বনাঞ্চলৰ দুৰামাৰী বনশিবিৰ এলেকাত সংঘটিত হৈছে এই ঘটনা। আজি দিনৰ প্ৰায় ১২.৪৫ বজাত ২/৩ জনীয়া চোৰাং চিকাৰী দলক বনকৰ্মীয়ে প্ৰত্যক্ষ কৰাৰ পাছত দুয়োপক্ষৰ মাজত সংঘৰ্ষ হয়। ফলত এজন চোৰাং চিকাৰী মৃত্যু হয়।

বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই মৃত চোৰাং চিকাৰীৰ পৰিচয়। ঘটনাস্থলীৰ পৰা এটা ৩০৩ ৰাইফল, এটা মোনা আৰু এখন কুঠাৰ উদ্ধাৰ হয়। বোকাখাত আৰক্ষী আৰু সমজিলাৰ দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰা হয়।

IMG 20250521 WA0097 | ASSAM TIMES POST

মৃত চোৰাং চিকাৰীটোৰ লগত উদ্ধাৰ হোৱা মাৰণাস্ত্ৰ, মোনা আৰু কুঠাৰলৈ চাই গঁড় হত্যা কৰি খড়্গ কাটি নিয়াৰ উদ্দেশ্যে চোৰাং চিকাৰীৰ দলটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰাৰ সন্দেহ কৰা হৈছে। আনহাতে পলাই যোৱা চিকাৰীৰ সন্ধানত আৰক্ষী আৰু বন বিভাগে ইতিমধ্যে তালাচী অভিযান চলাইছে।

উল্লেখ্য যে অস্ত্ৰধাৰী চোৰাং চিকাৰীৰ গতি-বিধিৰ সন্দৰ্ভত লাভ কৰা তথ্যৰ ভিত্তিত, আজি পুৱা উদ্যানখনত থকা সকলো এণ্টি-প’চিং কেম্প আৰু কমাণ্ডো কাৰ্য্যদল সক্ৰিয় কৰা হয় আৰু উদ্যানখনত চাৰিওফালে তালাচি চলাই উদ্যানৰ পৰা বাহিৰ ওলোৱাৰ সকলো পথ বন্ধ কৰি দিয়া হয়।

তাৰ পাছত দুপৰীয়া প্ৰায় ১২.৪৫ বজাত দুৰামাৰী এপিচি অঞ্চলত মাৰণাস্ত্ৰ লৈ প্ৰৱেশ কৰা চোৰাং চিকাৰীৰে সতে বন বিভাগৰ মুখামুখি সংঘৰ্ষৰ সংঘটিত হোৱাৰ ফলত এই অস্ত্ৰধাৰী চোৰাং চিকাৰীটো নিহত হয়। বৰ্তমানো চোৰাং চিকাৰীৰ দলটোৰ সন্ধানত আৰক্ষী, দণ্ডাধীশ আৰু পূৱ অসম বন্যপ্ৰাণী বিভাগৰ বিভাগীয় বন অধীক্ষকৰ দলৰ সন্মিলিত অভিযান অব্যাহত আছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটি গঁড়ৰ মৃত্যুচোৰাং চিকাৰী নিহতবনাঞ্চলত বনৰক্ষীৰে হোৱা সংঘৰ্ষত এক৩০৩ ৰাইফল উদ্ধাৰ:
Share5Tweet3Send

Related Posts

Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
Assam

Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

by News Desk
September 25, 2026
50
Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ
Assam

Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ

by News Desk
September 25, 2026
50
Ganja seized : গোসাঁইগাঁবৰ শ্ৰীৰামপুৰত ২ কোটিৰোধিক টকাৰ গাঞ্জাসহ জব্দ ট্ৰাক, ৩ সৰবৰাহকাৰী আটক
Assam

Ganja seized : গোসাঁইগাঁবৰ শ্ৰীৰামপুৰত ২ কোটিৰোধিক টকাৰ গাঞ্জাসহ জব্দ ট্ৰাক, ৩ সৰবৰাহকাৰী আটক

by News Desk
September 25, 2026
50
ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
Assam

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

by News Desk
September 24, 2026
51
Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ
Assam

Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ

by News Desk
September 24, 2026
61
Nagaon : নগাঁৱৰ পুৰণিগুদামত পুৱাই বাহন অগ্নিকাণ্ড
Assam

Nagaon : নগাঁৱৰ পুৰণিগুদামত পুৱাই বাহন অগ্নিকাণ্ড

by News Desk
September 24, 2026
54
ADVERTISEMENT
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

Gyanesh Kumar controversy : বিতৰ্কৰ মাজতে স্থগিত জ্ঞানেশ কুমাৰৰ দুই কাৰ্যসূচী, পদত্যাগ নকৰিলে গান্ধী জয়ন্তীৰ পৰা প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

September 25, 2026
50
Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা
National-International

Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা

September 25, 2026
50
Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
Assam

Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

September 25, 2026
50
Election Comission of India : ‘প্ৰপত্ৰ ৬’ক লৈ উত্তপ্ত বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে জনালে, কোনো পৰিৱৰ্তন হোৱা নাই
National-International

Election Comission of India : ‘প্ৰপত্ৰ ৬’ক লৈ উত্তপ্ত বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে জনালে, কোনো পৰিৱৰ্তন হোৱা নাই

September 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

Gyanesh Kumar controversy : বিতৰ্কৰ মাজতে স্থগিত জ্ঞানেশ কুমাৰৰ দুই কাৰ্যসূচী, পদত্যাগ নকৰিলে গান্ধী জয়ন্তীৰ পৰা প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

September 25, 2026
Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা

Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা

September 25, 2026
Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

September 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d