ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Work for 100 days scam I ১০০ দিনৰ কামত ৭৫ কোটিৰ দুৰ্নীতিৰ অভিযোগত গুজৰাটৰ মন্ত্ৰীৰ পুত্ৰক গ্ৰেপ্তাৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 19, 2025
Reading Time: 1 min read
A A
0
Work for 100 days scam I ১০০ দিনৰ কামত ৭৫ কোটিৰ দুৰ্নীতিৰ অভিযোগত গুজৰাটৰ মন্ত্ৰীৰ পুত্ৰক গ্ৰেপ্তাৰ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Rajasthan sand storm : ৩০ মিনিট ধৰি বালিৰ ধুমুহাৰ তাণ্ডৱ, ঘণ্টাত ৭০ কিলোমিটাৰ বেগত ধূলিৰ ধুমুহা ৰাজস্থানৰ পাঁচ জিলাত

Abhishek Banerjee : ৰাইজৰ ৰোষত তৃণমূলৰ নেতা অভিষেক, হেলমেট পিন্ধিহে কথমপি ৰক্ষা

Indian Internet users : ভাৰতীয় মহিলাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ তিনি বছৰত দুগুণ বৃদ্ধি

জ্যেষ্ঠ পুত্ৰক গ্ৰেপ্তাৰ কৰাৰ পিছত গুজৰাটৰ মন্ত্ৰী বসুভাই (Gujrata Minister )  খবৰৰ কনিষ্ঠ পুত্ৰ কিৰণ খবৰকো এইবাৰ গ্ৰেপ্তাৰ কৰা হৈছে । ১০০ দিনৰ কামৰ দুৰ্নীতিৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে ।

Work for 100 days scam I
৭৫ কোটিৰ দুৰ্নীতিৰ অভিযোগত গুজৰাটৰ মন্ত্ৰীৰ পুত্ৰক গ্ৰেপ্তাৰ:

কনিষ্ঠ ভাতৃ কিৰণে তেওঁৰ জ্যেষ্ঠ ভাতৃ বলৱন্ত খবৰৰ সৈতে গুজৰাটৰ ডাহোৰ আদালতত গ্ৰেপ্তাৰৰ আশংকাত অন্তৱৰ্তীকালীন জামিনৰ আবেদন দাখিল কৰিছিল। কিন্তু পিছত তেওঁলোকে ইয়াক প্ৰত্যাহাৰ কৰে। গুজৰাটৰ দাহৰৰ আৰক্ষী অধীক্ষক ৰাজদ্বীপ সিং জালাই কয় যে দেওবাৰে নিশা মন্ত্ৰীগৰাকীৰ কনিষ্ঠ পুত্ৰৰ উপৰি দুজন চৰকাৰী বিষয়াক গ্ৰেপ্তাৰ কৰা হয়।

গুজৰাটৰ জিলা গ্ৰামোন্নয়ন বিভাগে ১০০ দিনৰ কামত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি এফআইআৰ দাখিল কৰিছে। তদন্তত বলৱন্তৰ কোম্পানীটোৱে ১০০ দিনীয়া কামৰ প্ৰকল্পটোৰ বাবে সামগ্ৰী যোগান ধৰাৰ দায়িত্ব লোৱা বুলি জানিব পৰা গৈছে।

ডি এছ পিয়ে কয় যে ডেলিভাৰী দিবলগীয়া সামগ্ৰী ডেলিভাৰী নকৰাকৈয়ে ধন সংগ্ৰহ কৰিছিল। অৱশ্যে আৰক্ষীয়ে এতিয়াও গ্ৰেপ্তাৰ কৰা নাই বলৱন্তৰ ভাতৃ কিৰণক। তদন্তকাৰীয়ে এই দুৰ্নীতিৰ ক্ষেত্ৰত তেওঁৰ ভূমিকাৰ ওপৰত চকু ৰাখিছে। উল্লেখ্য যে যোৱা ২৪ এপ্ৰিলত গুজৰাটত ১০০ দিন কামৰ প্ৰকল্পত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি এফআইআৰ দাখিল কৰা হৈছিল।

অভিযোগ উত্থাপন হৈছিল যে বলৱন্তৰ কোম্পানীয়ে ১০০ দিনীয়া প্ৰকল্পটোৰ বাবে সঁজুলি যোগান ধৰাৰ ঠিকা পোৱা নাছিল। তাৰ পিছতো তেওঁলোকে সামগ্ৰী ডেলিভাৰী কৰিছিল। সকলো সামগ্ৰী ডেলিভাৰী হোৱাৰ আগতেই কোম্পানীটোক ধন দিয়া হৈছিল। দেৱগড় বৰীয়াৰ কুভা গাঁৱৰ বাসিন্দাসকলে প্ৰথমে বিষয়টো জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ কৰে।

ইয়াৰ পিছতে আৰক্ষী সক্ৰিয় হৈ পৰে। এই ঘটনাত প্ৰথমে ৫ জন লোকক গ্ৰেপ্তাৰ কৰা হয়। পিছত মন্ত্ৰীগৰাকীৰ জ্যেষ্ঠ পুত্ৰক গ্ৰেপ্তাৰ কৰা হয়। দেওবাৰে নিশা মন্ত্ৰীগৰাকীৰ কনিষ্ঠ পুত্ৰকো গ্ৰেপ্তাৰ কৰা হয়। এই ঘটনাত এতিয়ালৈকে গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা ১০ জন।

Tags: দুৰ্নীতিৰ অভিযোগত গুজৰাটৰ মন্ত্ৰীৰপুত্ৰক গ্ৰেপ্তাৰ১০০ দিনৰ কামত ৭৫ কোটিৰ
Share4Tweet3Send

Related Posts

Rajasthan sand storm : ৩০ মিনিট ধৰি বালিৰ ধুমুহাৰ তাণ্ডৱ, ঘণ্টাত ৭০ কিলোমিটাৰ বেগত ধূলিৰ ধুমুহা ৰাজস্থানৰ পাঁচ জিলাত
National-International

by News Desk
May 30, 2026
50
Abhishek Banerjee : ৰাইজৰ ৰোষত তৃণমূলৰ নেতা অভিষেক, হেলমেট পিন্ধিহে কথমপি ৰক্ষা
National-International

Abhishek Banerjee : ৰাইজৰ ৰোষত তৃণমূলৰ নেতা অভিষেক, হেলমেট পিন্ধিহে কথমপি ৰক্ষা

by News Desk
May 30, 2026
50
Indian Internet users : ভাৰতীয় মহিলাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ তিনি বছৰত দুগুণ বৃদ্ধি
National-International

Indian Internet users : ভাৰতীয় মহিলাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ তিনি বছৰত দুগুণ বৃদ্ধি

by News Desk
May 30, 2026
50
Terrorist arrested : পাকিস্তানস্থিত নেটৱৰ্কৰ সৈতে জড়িত নটা সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ
National-International

Terrorist gang arrested : দিল্লীত গ্ৰেপ্তাৰ বৃহৎ সন্ত্ৰাসবাদী চক্ৰ, আক্ৰমণৰ চক্ৰান্তত জড়িত ডাউদ-আই এছ আই

by News Desk
May 30, 2026
50
Rajasthan murder case : ৱেব ছিৰিজ চাই পাঁচ মাহ ধৰি হত্যাৰ পৰিকল্পনা নাবালক পুত্ৰৰ, ৰাজস্থান হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য

Mamata Banerjee : ৬ জুনত ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক, উপস্থিত থাকিব পাৰে মমতা

ADVERTISEMENT
Rajasthan sand storm : ৩০ মিনিট ধৰি বালিৰ ধুমুহাৰ তাণ্ডৱ, ঘণ্টাত ৭০ কিলোমিটাৰ বেগত ধূলিৰ ধুমুহা ৰাজস্থানৰ পাঁচ জিলাত
National-International

Rajasthan sand storm : ৩০ মিনিট ধৰি বালিৰ ধুমুহাৰ তাণ্ডৱ, ঘণ্টাত ৭০ কিলোমিটাৰ বেগত ধূলিৰ ধুমুহা ৰাজস্থানৰ পাঁচ জিলাত

May 30, 2026
50
Abhishek Banerjee : ৰাইজৰ ৰোষত তৃণমূলৰ নেতা অভিষেক, হেলমেট পিন্ধিহে কথমপি ৰক্ষা
National-International

Abhishek Banerjee : ৰাইজৰ ৰোষত তৃণমূলৰ নেতা অভিষেক, হেলমেট পিন্ধিহে কথমপি ৰক্ষা

May 30, 2026
50
Indian Internet users : ভাৰতীয় মহিলাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ তিনি বছৰত দুগুণ বৃদ্ধি
National-International

Indian Internet users : ভাৰতীয় মহিলাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ তিনি বছৰত দুগুণ বৃদ্ধি

May 30, 2026
50
Terrorist arrested : পাকিস্তানস্থিত নেটৱৰ্কৰ সৈতে জড়িত নটা সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ
National-International

Terrorist gang arrested : দিল্লীত গ্ৰেপ্তাৰ বৃহৎ সন্ত্ৰাসবাদী চক্ৰ, আক্ৰমণৰ চক্ৰান্তত জড়িত ডাউদ-আই এছ আই

May 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rajasthan sand storm : ৩০ মিনিট ধৰি বালিৰ ধুমুহাৰ তাণ্ডৱ, ঘণ্টাত ৭০ কিলোমিটাৰ বেগত ধূলিৰ ধুমুহা ৰাজস্থানৰ পাঁচ জিলাত

Rajasthan sand storm : ৩০ মিনিট ধৰি বালিৰ ধুমুহাৰ তাণ্ডৱ, ঘণ্টাত ৭০ কিলোমিটাৰ বেগত ধূলিৰ ধুমুহা ৰাজস্থানৰ পাঁচ জিলাত

May 30, 2026
Abhishek Banerjee : ৰাইজৰ ৰোষত তৃণমূলৰ নেতা অভিষেক, হেলমেট পিন্ধিহে কথমপি ৰক্ষা

Abhishek Banerjee : ৰাইজৰ ৰোষত তৃণমূলৰ নেতা অভিষেক, হেলমেট পিন্ধিহে কথমপি ৰক্ষা

May 30, 2026
Indian Internet users : ভাৰতীয় মহিলাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ তিনি বছৰত দুগুণ বৃদ্ধি

Indian Internet users : ভাৰতীয় মহিলাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ তিনি বছৰত দুগুণ বৃদ্ধি

May 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT