ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

SC on Refugee I ভাৰত কোনো ধৰ্মশালা নহয়,  শৰণাৰ্থী প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 19, 2025
Reading Time: 1 min read
A A
0
Supreme Court challenging the automatic disqualification of a MP or MLA:

RELATED POSTS

Sugar price hike : মূল্যবৃদ্ধি ৰোধৰ বাবে আমদানিকৃত চেনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুতৰ সিদ্ধান্ত

Drugs trafficking : ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত প্ৰাক্তন এয়াৰ হোষ্টেজ, গাড়ীত লুকুৱাই আনিছিল ৩০ লাখৰ ড্ৰাগছ

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা

New Logo Smal 1 | ASSAM TIMES POST

ভাৰত কোনো ধৰ্মশালা নহয়। সমগ্ৰ বিশ্বৰ শৰণাৰ্থীক ইয়াত আশ্ৰয় দিব নোৱাৰি। উচ্চতম ন্যায়ালয়ে এটা গোচৰৰ শুনানিৰ সময়ত মৌখিক পৰ্যবেক্ষণত এই কথা উল্লেখ কৰে। শ্ৰীলংকাৰ তামিল নাগৰিকক আটক কৰাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত (Supreme Court) গোচৰ ৰুজু হৈছিল।

SC on Refugee I
ভাৰত কোনো ধৰ্মশালা নহয়,  শৰণাৰ্থী প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ:

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ দীপাংকৰ দত্ত আৰু ন্যায়াধীশ কে বিনোদ চন্দ্ৰনৰ বিচাৰপীঠে গোচৰ খাৰিজ কৰাৰ সময়ত এই পৰ্যবেক্ষণ কৰে।

আইনী বাতৰি ৱেবছাইট ‘লাইভ ল’ৰ মতে ন্যায়াধীশ দত্তই কয়, “ভাৰত সমগ্ৰ বিশ্বৰ শৰণাৰ্থীৰ আশ্ৰয়স্থল হৈ পৰিছে নেকি? আমাৰ নিজা 1.40 কোটি (জনসংখ্যা) আছে।

এইটো এনেকুৱা ধৰ্মশালা নহয় যে আমি সমগ্ৰ বিশ্বৰ বিদেশী নাগৰিকৰ বাবে ব্যৱস্থা কৰিম।” এই ক্ষেত্ৰত আবেদনকাৰী, শ্ৰীলংকাৰ তামিল নাগৰিক, ইউ এ পি এৰ অধীনত অভিযোগৰ সন্মুখীন হৈছে। ইয়াৰ পূৰ্বে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে কৈছিল যে অভিযুক্তই সাত বছৰৰ কাৰাদণ্ড সম্পূৰ্ণ কৰাৰ লগে লগে ভাৰত এৰি যাব লাগিব।

এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল শ্ৰীলংকাৰ নাগৰিকগৰাকীয়ে। তেওঁৰ অধিবক্তাই দাবী কৰিছে যে অভিযুক্তই ভিছা লৈ এই দেশলৈ আহিছিল। লগতে নিজৰ দেশত নিজৰ জীৱন বিপদত পৰা বুলিও কয়। অধিবক্তাগৰাকীয়ে লগতে আঙুলিয়াই দিয়ে যে অভিযুক্তক প্ৰায় তিনি বছৰ ধৰি শৰণাৰ্থী শিবিৰত ৰখা হৈছে।

তেতিয়া ন্যায়াধীশ দত্তই জানিব বিচাৰে যে ভাৰতত উক্ত ব্যক্তিজনৰ কি অধিকাৰ আছে নেকি? তেতিয়া আবেদনকাৰীৰ অধিবক্তাই কয় যে তেওঁৰ মক্কেল এজন শৰণাৰ্থী আৰু তেওঁৰ পত্নী আৰু সন্তানো ভাৰতত থাকে। কিন্তু আদালতে সেই যুক্তি গ্ৰহণযোগ্য বুলি বিবেচনা নকৰে।

ন্যায়াধীশ দত্তই স্পষ্ট কৰি দিয়ে যে সংবিধানৰ ১৯ নং অনুচ্ছেদ অনুসৰি ভাৰতত স্থায়ীভাৱে বাস কৰাৰ মৌলিক অধিকাৰ কেৱল এই দেশৰ নাগৰিকসকলৰহে আছে। লগতে তেওঁৰ জীৱনৰ বিপদ সন্দৰ্ভতো আদালতে আবেদন নাকচ কৰে। নিজৰ দেশলৈ উভতি গ’লে ব্যক্তিজনৰ জীৱন বিপদত পৰিব বুলি শুনি ন্যায়াধীশ দত্তই কয়, “তেন্তে আন এখন দেশলৈ যাওক!”

উল্লেখ্য যে শেহতীয়াকৈ ভাৰতৰ পৰা ৰহিংগীয়া শৰণাৰ্থীক বিতাড়ন ৰোধ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছিল। উক্ত গোচৰতো উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰিব বিচৰা নাছিল।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ন্যায়ালয়ৰ পৰ্যবেক্ষণভাৰত কোনো ধৰ্মশালা নহয়শৰণাৰ্থী প্ৰসংগত উচ্চতম
Share4Tweet3Send

Related Posts

Sugar price hike : মূল্যবৃদ্ধি ৰোধৰ বাবে আমদানিকৃত চেনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুতৰ সিদ্ধান্ত
National-International

Sugar price hike : মূল্যবৃদ্ধি ৰোধৰ বাবে আমদানিকৃত চেনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুতৰ সিদ্ধান্ত

by News Desk
August 25, 2026
51
Drugs trafficking : ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত প্ৰাক্তন এয়াৰ হোষ্টেজ, গাড়ীত লুকুৱাই আনিছিল ৩০ লাখৰ ড্ৰাগছ
National-International

Drugs trafficking : ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত প্ৰাক্তন এয়াৰ হোষ্টেজ, গাড়ীত লুকুৱাই আনিছিল ৩০ লাখৰ ড্ৰাগছ

by News Desk
August 25, 2026
51
Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা
National-International

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা

by News Desk
August 25, 2026
58
Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ
National-International

Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

by News Desk
August 25, 2026
52
Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

by News Desk
August 24, 2026
51
Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো
National-International

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

by News Desk
August 24, 2026
51
ADVERTISEMENT
KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল
KARBI ANGLONG

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

August 25, 2026
50
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

August 25, 2026
50
Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister
NORTHEAST

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

August 25, 2026
50
Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ
Political

Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ

August 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

August 25, 2026
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

August 25, 2026
Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

August 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d