ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰিজ সিঙ চৌহানৰ বোকাখাতৰ শ্ৰীশ্ৰী কাকগোঁসানী দূৰ্গা থান, শ্ৰীশ্ৰী চিকন আতাৰ থান পৰিদৰ্শন:

অজন্তা তালুকদাৰ, বোকাখাত

Staff Reporter by Staff Reporter
May 16, 2025
Reading Time: 1 min read
A A
0
কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰিজ সিঙ চৌহানৰ বোকাখাতৰ শ্ৰীশ্ৰী কাকগোঁসানী দূৰ্গা থান, শ্ৰীশ্ৰী চিকন আতাৰ থান পৰিদৰ্শন:

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Assam One-Man Commission to Probe BTC Secretariat Incident — Urgent

Join BJP : কাইলৈ তিনি কংগ্ৰেছী বিধায়কে বিজেপিত যোগদান কৰিব

Rajya Sabha elections : ৰাজ্যসভা নিৰ্বাচনৰ বাবে বিজেপিৰ দুই প্ৰাৰ্থী ঘোষণা

কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিঙ চৌহানে আজি বোকাখাতৰ গদাধৰ সিংহৰ স্মৃতি বিজড়িত শ্ৰীশ্ৰী কাকগোঁসানী দূৰ্গা থান পৰিদৰ্শন কৰাৰ লগতে বোকাখাতৰ ঐতিহ্যমণ্ডিত কুমাৰণী আটীৰ শ্ৰীশ্ৰী চিকন আতাৰ থানও পৰিদৰ্শন কৰে। আজি বোকাখাতৰ ঐতিহ্যমণ্ডিত দুয়োভাগ থান পৰিদৰ্শন কৰি দেশৰ কুশল মংগলৰ বাবে বন্তি প্ৰজ্বলন কৰি আশীৰ্বাদ লয় মন্ত্ৰীজনাই।

IMG 20250516 WA0092 | ASSAM TIMES POST

দুয়োখন থানতে মন্ত্ৰী গৰাকীক ফুলাম গামোচাৰে আদৰণি জনোৱা হয়। শ্ৰীশ্ৰী চিকুন আতা থানত মন্ত্ৰী গৰাকীক ফুলাম গামোচাৰে আদৰণি জনায় থান পৰিচালনা সমিতিৰ সভাপতি অপূৰ্ব বৰদলৈয়ে আৰু পুথি আৰু কীৰ্তন ঘোষা প্ৰদান কৰে পৰিচালনা সমিতিৰ বিষয় ববীয়া ডালিম কলিতাই। শ্ৰীশ্ৰী চিকন আতাৰ থান প্ৰাংগনত আজি মন্ত্ৰী গৰাকীয়ে ৰুদ্ৰাক্ষৰ বৃক্ষ ৰোপন কৰে।

আনহাতে শ্ৰীশ্ৰী কাকগোঁসানী থানত মন্ত্ৰী শিৱৰাজ সিঙ চৌহানক এখনি ফুলাম গামোচাৰে আদৰণি জনায় থান পৰিচালনা সমিতিৰ সভাপতি দিলীপ শইকীয়াই। উল্লেখ্য যে বৃহস্পতিবাৰে দুপৰীয়াৰ পৰা বিয়লিলৈ মন্ত্ৰী গৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী ৰেঞ্জ পৰিদৰ্শন কৰাৰ পাছত বোকাখাতৰ দুয়োভাগ থান পৰিদৰ্শন কৰি আজি উভতি যায়।

IMG 20250516 WA0090 | ASSAM TIMES POST

আজি বোকাখাতৰ থান পৰিদৰ্শনৰ সময়চোৱাত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক সংগ দিয়ে কাজিৰঙা সংসদীয় সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু বোকাখাত সমজিলাৰ প্ৰশাসনীয় বিষয়া সকল, বোকাখাতৰ একাংশ বিশিষ্ট সমাজকৰ্মী, গণ্যমান্য ব্যক্তিৰ লগতে বিশিষ্ট সমাজকৰ্মী অনিমেষ শইকীয়া, যুৱ সমাজকৰ্মী তথা চিকন আতা থান পৰিচালনা সমিতিৰ বিষয় ববীয়া ডালিম কলিতা আদিয়ে।

Tags: কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰিজ সিঙ চৌহানৰবোকাখাতৰ শ্ৰীশ্ৰী কাকগোঁসানী দূৰ্গা থানশ্ৰীশ্ৰী চিকন আতাৰ থান পৰিদৰ্শন:
Share4Tweet3Send

Related Posts

Assam One-Man Commission to Probe BTC Secretariat Incident — Urgent
Assam

Assam One-Man Commission to Probe BTC Secretariat Incident — Urgent

by News Desk
March 6, 2026
50
Join BJP : কাইলৈ তিনি কংগ্ৰেছী বিধায়কে বিজেপিত যোগদান কৰিব
Assam

Join BJP : কাইলৈ তিনি কংগ্ৰেছী বিধায়কে বিজেপিত যোগদান কৰিব

by News Desk
March 4, 2026
50
Rajya Sabha elections : ৰাজ্যসভা নিৰ্বাচনৰ বাবে বিজেপিৰ দুই প্ৰাৰ্থী ঘোষণা
Assam

Rajya Sabha elections : ৰাজ্যসভা নিৰ্বাচনৰ বাবে বিজেপিৰ দুই প্ৰাৰ্থী ঘোষণা

by News Desk
March 3, 2026
50
CM Himanta Biswa Sarma : মৰমৰ ভাগিনলৈ মামাৰ উপহাৰ, গহপুৰত দিলে নিজৰ ঘড়ী
Assam

CM Himanta Biswa Sarma : মৰমৰ ভাগিনলৈ মামাৰ উপহাৰ, গহপুৰত দিলে নিজৰ ঘড়ী

by News Desk
March 2, 2026
50
Tribute I ডিফু ক্লাৱত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি, সৰ্বধৰ্ম প্ৰাৰ্থনা সভা
Assam

Assam Cabinet I জুবিন হত্যাৰ গোচৰ ফাষ্ট ট্ৰেক আদালতত, ৰাজীৱ শদিয়াৰ পত্নীলৈ চাকৰি; কেবিনেটত আৰু কি কি সিদ্ধান্ত

by Staff Reporter
February 27, 2026
50
Modi Assam Visit : প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পাছতে অসমসহ ৫ ৰাজ্যত নিৰ্বাচনৰ দিন ঘোষণা, ১৪ মাৰ্চত প্ৰকল্পৰে ভৰা পেকেজলৈ বৰাকত নৰেন্দ্ৰ মোদী
Assam

Modi Assam Visit : প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পাছতে অসমসহ ৫ ৰাজ্যত নিৰ্বাচনৰ দিন ঘোষণা, ১৪ মাৰ্চত প্ৰকল্পৰে ভৰা পেকেজলৈ বৰাকত নৰেন্দ্ৰ মোদী

by News Desk
February 26, 2026
50
ADVERTISEMENT
Assam One-Man Commission to Probe BTC Secretariat Incident — Urgent
Assam

Assam One-Man Commission to Probe BTC Secretariat Incident — Urgent

March 6, 2026
50
Cuba : ইৰাণৰ পাছত কিউবা, এইবাৰ কাষ্ট্ৰোৰ দেশ দখল কৰিব আমেৰিকাই 
National-International

Cuba : ইৰাণৰ পাছত কিউবা, এইবাৰ কাষ্ট্ৰোৰ দেশ দখল কৰিব আমেৰিকাই 

March 6, 2026
50
Political party’s income : ৰাজনৈতিক দলৰ আয়ৰ ৮৫ শতাংশ বিজেপিৰ
National-International

Political party’s income : ৰাজনৈতিক দলৰ আয়ৰ ৮৫ শতাংশ বিজেপিৰ

March 6, 2026
50
Impose a ban Social Media : দেশৰ ভিতৰতে প্ৰথম! ১৬ বছৰৰ তলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰ্ণাটকৰ
National-International

Impose a ban Social Media : দেশৰ ভিতৰতে প্ৰথম! ১৬ বছৰৰ তলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰ্ণাটকৰ

March 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam One-Man Commission to Probe BTC Secretariat Incident — Urgent

Assam One-Man Commission to Probe BTC Secretariat Incident — Urgent

March 6, 2026
Cuba : ইৰাণৰ পাছত কিউবা, এইবাৰ কাষ্ট্ৰোৰ দেশ দখল কৰিব আমেৰিকাই 

Cuba : ইৰাণৰ পাছত কিউবা, এইবাৰ কাষ্ট্ৰোৰ দেশ দখল কৰিব আমেৰিকাই 

March 6, 2026
Political party’s income : ৰাজনৈতিক দলৰ আয়ৰ ৮৫ শতাংশ বিজেপিৰ

Political party’s income : ৰাজনৈতিক দলৰ আয়ৰ ৮৫ শতাংশ বিজেপিৰ

March 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx