ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Sofia Qureshi I এতিয়া দেশৰ সৰ্বত্ৰে চৰ্চাত কৰ্ণেল ছফিয়া, উচ্চতম ন্যায়ালয়ৰো প্ৰশংসা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 8, 2025
Reading Time: 1 min read
A A
0
Sofia Qureshi I এতিয়া দেশৰ সৰ্বত্ৰে চৰ্চাত কৰ্ণেল ছফিয়া, উচ্চতম ন্যায়ালয়ৰো প্ৰশংসা

Oplus_131072

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

AIADMK MLA resignation : ৩ এআইএডিএমকে বিধায়কৰ পদত্যাগ

Russia-Ukraine war : ‎কিভলৈ লক্ষ্য কৰি শব্দতকৈ ১০ গুণ বেছি ক্ষেপণাস্ত্র এৰিলে ৰাছিয়াই

India US relations : পাক-আমেৰিকাৰ ঘনিষ্ঠতাই ভাৰতৰ বন্ধুত্বত প্ৰভাৱ পেলাব নেকি, দিল্লীত মুখ খুলিলে ৰুবিঅ’ই

সেনাবাহিনীত স্থায়ী আয়োগত মহিলা বিষয়া নিযুক্তিৰ গোচৰ যেতিয়া উচ্চতম ন্যায়ালয়ত উপনীত হয়, তেতিয়া কৰ্ণেল ছফিয়া কুৰেশ্বিৰ (Sofia Qureshi) নামটো উদাহৰণ হিচাপে আহে। এই উদাহৰণ উচ্চতম ন্যায়ালয়ে নিজেই উত্থাপন কৰে।

Sofia Qureshi I
এতিয়া দেশৰ সৰ্বত্ৰে চৰ্চাত কৰ্ণেল ছফিয়া, উচ্চতম ন্যায়ালয়ৰো প্ৰশংসা:

সেনাবাহিনীত কৰ্ণেল ছফিয়াৰ সাফল্য আৰু সফলতাৰ উদ্ধৃতি দি উচ্চতম ন্যায়ালয়ে মহিলা বিষয়াক কিয় স্থায়ী কমিছনত নিযুক্তি দিব লাগে সেই সম্পৰ্কে বাৰ্তা প্ৰদান কৰে। শীৰ্ষ আদালতে কয় যে কৰ্ণেল ছফিয়াই ২০০৬ চনত কংগোত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীৰ সামৰিক পৰ্যবেক্ষক হিচাপে কাম কৰিছিল। তেওঁ দক্ষতাৰে কামো কৰে।

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ত প্ৰশংসা লাভ কৰা একেগৰাকী মহিলা বিষয়াই বুধবাৰে এক ডাঙৰ ভূমিকা গ্ৰহণ কৰা দেখা গ’ল। মঙলবাৰে মাজনিশা পাকিস্তানৰ মাটিত ভাৰতৰ ‘অপাৰেচন সিন্দুৰ’ৰ পিছতে সেনাৰ সংবাদমেলত প্ৰতিশোধমূলক কার্যৰ ব্যাখ্যা দিয়াৰ দায়িত্ব দিয়া হৈছিল ছফিয়া নামৰ মহিলা বিষয়াগৰাকীক।

তেওঁৰ লগত আছিল বায়ুসেনাৰ উইং কমাণ্ডাৰ ভৌমিকা সিং নামৰ আন এগৰাকী মহিলা বিষয়া। পাকিস্তানৰ ভূমিত প্ৰতিশোধমূলক আক্ৰমণৰ পিছত বুধবাৰে সেনাৰ সংবাদমেলত কৰ্ণেল ছফিয়া আৰু বায়ুসেনাৰ উইং কমাণ্ডাৰ ভৌমিকাই কেনেকৈ আৰু কিয় ‘অপাৰেচন সিন্দুৰ’ সংঘটিত হ’ল সেই বিষয়ে ব্যাখ্যা কৰে।

তেতিয়াৰে পৰাই দুয়োটা বাহিনীৰ এই দুগৰাকী মহিলা বিষয়া চৰ্চাত আহিছে। বহুতে কৈছে, মহিলা সবলীকৰণৰ বাৰ্তা প্ৰেৰণৰ বাবে সেনাৰ সংবাদমেলত পাকিস্তানত সংঘটিত প্ৰতিশোধমূলক আক্ৰমণৰ বাতৰি প্ৰকাশৰ দায়িত্ব কৰ্ণেল ছফিয়া আৰু উইং কমাণ্ডাৰ ভৌমিকাক দিয়া হৈছিল।

ছফিয়া ভাৰতীয় সেনাৰ সামৰিক যোগাযোগ আৰু ইলেক্ট্ৰনিকছ অপাৰেচন সহায়ক শাখা ছিগনেল ক’ৰ্পছৰ অন্যতম শীৰ্ষ বিষয়া। ৩৫ বছৰীয়া এইগৰাকী বিষয়া সেনাৰ কেইবাটাও যুগান্তকাৰী সফলতাৰ সৈতে জড়িত।

২০১৬ চনত প্ৰথমবাৰৰ বাবে শিৰোনাম দখল কৰিছিল তেওঁ। সেই বছৰত ১৮খন দেশৰ সন্মুখত ভাৰতৰ সামৰিক অনুশীলনৰ নেতৃত্ব দিছিল ছফিয়াই। প্ৰথম মহিলা হিচাপে এই কৃতিত্ব অৰ্জন কৰিছিল তেওঁ। সেই সময়ত ছফিয়া লেফটেনেণ্ট কৰ্ণেল আছিল। পুনেত অনুষ্ঠিত সামৰিক অনুশীলন ভাৰতত অনুষ্ঠিত সৰ্ববৃহৎ বিদেশী সামৰিক অনুশীলন আছিল।

জাপান, চীন, আমেৰিকা, ৰাছিয়াৰ দৰে দেশসমূহে ২ মাৰ্চৰ পৰা ৮ মাৰ্চলৈকে এই অনুশীলনত অংশগ্ৰহণ কৰিছিল। আন কোনো দেশৰ এই অনুশীলনৰ নেতৃত্ব দিয়া কোনো মহিলা নাছিল। ১৯৭৪ চনত গুজৰাটৰ বডোদৰাত জন্মগ্ৰহণ কৰা ছফিয়াই ১৯৯৭ চনত জৈৱ ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে।

Tags: উচ্চতম ন্যায়ালয়ৰো প্ৰশংসাএতিয়া দেশৰ সৰ্বত্ৰে চৰ্চাতকৰ্ণেল ছফিয়া
Share4Tweet3Send

Related Posts

AIADMK MLA resignation : ৩ এআইএডিএমকে বিধায়কৰ পদত্যাগ
National-International

AIADMK MLA resignation : ৩ এআইএডিএমকে বিধায়কৰ পদত্যাগ

by News Desk
May 25, 2026
50
Russia-Ukraine war : ‎কিভলৈ লক্ষ্য কৰি শব্দতকৈ ১০ গুণ বেছি ক্ষেপণাস্ত্র এৰিলে ৰাছিয়াই
National-International

Russia-Ukraine war : ‎কিভলৈ লক্ষ্য কৰি শব্দতকৈ ১০ গুণ বেছি ক্ষেপণাস্ত্র এৰিলে ৰাছিয়াই

by News Desk
May 25, 2026
50
India US relations : পাক-আমেৰিকাৰ ঘনিষ্ঠতাই ভাৰতৰ বন্ধুত্বত প্ৰভাৱ পেলাব নেকি, দিল্লীত মুখ খুলিলে ৰুবিঅ’ই
National-International

India US relations : পাক-আমেৰিকাৰ ঘনিষ্ঠতাই ভাৰতৰ বন্ধুত্বত প্ৰভাৱ পেলাব নেকি, দিল্লীত মুখ খুলিলে ৰুবিঅ’ই

by News Desk
May 25, 2026
50
NEET Paper leak : অতীতৰ পৰা শিক্ষা লোৱা নাই, এনটিএৰ পৰা উত্তৰ তলৱ উচ্চতম ন্যায়ালয়ৰ
National-International

NEET Paper leak : অতীতৰ পৰা শিক্ষা লোৱা নাই, এনটিএৰ পৰা উত্তৰ তলৱ উচ্চতম ন্যায়ালয়ৰ

by News Desk
May 25, 2026
50
US Iran talks : এটা চৰ্ত পূৰণ নোহোৱালৈকে আমেৰিকাৰ সৈতে কোনো আলোচনা নহয়, ইৰাণে জনালে নিজৰ স্থিতি
National-International

US Iran talks : এটা চৰ্ত পূৰণ নোহোৱালৈকে আমেৰিকাৰ সৈতে কোনো আলোচনা নহয়, ইৰাণে জনালে নিজৰ স্থিতি

by News Desk
May 25, 2026
50
Minor rape and murder : জম্মু-কাশ্মীৰত ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা
National-International

Minor rape and murder : জম্মু-কাশ্মীৰত ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা

by News Desk
May 25, 2026
50
ADVERTISEMENT
AIADMK MLA resignation : ৩ এআইএডিএমকে বিধায়কৰ পদত্যাগ
National-International

AIADMK MLA resignation : ৩ এআইএডিএমকে বিধায়কৰ পদত্যাগ

May 25, 2026
50
Russia-Ukraine war : ‎কিভলৈ লক্ষ্য কৰি শব্দতকৈ ১০ গুণ বেছি ক্ষেপণাস্ত্র এৰিলে ৰাছিয়াই
National-International

Russia-Ukraine war : ‎কিভলৈ লক্ষ্য কৰি শব্দতকৈ ১০ গুণ বেছি ক্ষেপণাস্ত্র এৰিলে ৰাছিয়াই

May 25, 2026
50
India US relations : পাক-আমেৰিকাৰ ঘনিষ্ঠতাই ভাৰতৰ বন্ধুত্বত প্ৰভাৱ পেলাব নেকি, দিল্লীত মুখ খুলিলে ৰুবিঅ’ই
National-International

India US relations : পাক-আমেৰিকাৰ ঘনিষ্ঠতাই ভাৰতৰ বন্ধুত্বত প্ৰভাৱ পেলাব নেকি, দিল্লীত মুখ খুলিলে ৰুবিঅ’ই

May 25, 2026
50
NEET Paper leak : অতীতৰ পৰা শিক্ষা লোৱা নাই, এনটিএৰ পৰা উত্তৰ তলৱ উচ্চতম ন্যায়ালয়ৰ
National-International

NEET Paper leak : অতীতৰ পৰা শিক্ষা লোৱা নাই, এনটিএৰ পৰা উত্তৰ তলৱ উচ্চতম ন্যায়ালয়ৰ

May 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

AIADMK MLA resignation : ৩ এআইএডিএমকে বিধায়কৰ পদত্যাগ

AIADMK MLA resignation : ৩ এআইএডিএমকে বিধায়কৰ পদত্যাগ

May 25, 2026
Russia-Ukraine war : ‎কিভলৈ লক্ষ্য কৰি শব্দতকৈ ১০ গুণ বেছি ক্ষেপণাস্ত্র এৰিলে ৰাছিয়াই

Russia-Ukraine war : ‎কিভলৈ লক্ষ্য কৰি শব্দতকৈ ১০ গুণ বেছি ক্ষেপণাস্ত্র এৰিলে ৰাছিয়াই

May 25, 2026
India US relations : পাক-আমেৰিকাৰ ঘনিষ্ঠতাই ভাৰতৰ বন্ধুত্বত প্ৰভাৱ পেলাব নেকি, দিল্লীত মুখ খুলিলে ৰুবিঅ’ই

India US relations : পাক-আমেৰিকাৰ ঘনিষ্ঠতাই ভাৰতৰ বন্ধুত্বত প্ৰভাৱ পেলাব নেকি, দিল্লীত মুখ খুলিলে ৰুবিঅ’ই

May 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx