ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Pahalgam terror attack I গাৰৰ পৰা মাহ-হালধিৰ গোন্ধ নৌযাওঁতেই বিধৱা হ’ল নৌসেনাৰ লেফটেনেণ্টৰ পত্নী, মৃতদেহক সাৱটি অন্তিম বিদায়

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 23, 2025
Reading Time: 1 min read
A A
0
Pahalgam terror attack I গাৰৰ পৰা মাহ-হালধিৰ গোন্ধ নৌযাওঁতেই বিধৱা হ’ল নৌসেনাৰ লেফটেনেণ্টৰ পত্নী, মৃতদেহক সাৱটি অন্তিম বিদায়

RELATED POSTS

Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত

Chandrababu Naidu : ফোন চুৰিক লৈ নাৰ্চিং কলেজত স্থানীয় আৰু উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ মাজত সংঘৰ্ষ, হস্তক্ষেপ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

New Logo Smal 1 | ASSAM TIMES POST

মঙলবাৰে ভূস্বৰ্গৰ ভূমিত পৰি আছে এজন যুৱক। তেওঁৰ কাষত হতভম্ব, শোক বিহ্বল আৰু নিৰ্বাকভাৱে বহি আছে এগৰাকী যুৱতী। তেওঁ নাজানে ক’ৰ পৰা কি হ’ল।

Pahalgam terror attack I
গাৰৰ পৰা মাহ-হালধিৰ গোন্ধ নৌযাওঁতেই বিধৱা হ’ল নৌসেনাৰ লেফটেনেণ্টৰ পত্নী:

সেই একেগৰাকী যুৱতীয়ে বুধবাৰে তেওঁৰ কফিনৰ সন্মুখত চিঞৰি চিঞৰি কান্দোনত ভাগি পৰিছে। চকুলোৰে বাট নেদেখা হৈছে।

২৪ ঘণ্টাৰ ভিতৰত সমগ্ৰ বিশ্বই এই দুই দৃশ্য প্ৰত্যক্ষ কৰিছে। এয়া হৈছে হাৰিয়ানাৰ হিমাঞ্চী নৰৱাল আৰু বিনয় নৰৱালৰ ছবি। মাত্ৰ সাত দিন পূৰ্বে তেওঁলোক বিবাহপাশত আবদ্ধ হৈছিল আৰু তেওঁলোকৰ হনিমুন সৰগীয় অনুভৱেৰে ৰঙীন কৰিবলৈ ভূস্বৰ্গলৈ গৈছিল। কিন্তু নিমিষতে সকলো শেষ হৈ যায়।

বুধবাৰে নৱবিবাহিত পত্নীয়ে কিছু সময় তেওঁৰ স্বামীৰ কফিনৰ সন্মুখত নীৰৱে থিয় হৈ থাকে। চকুত কেৱল শূন্যতা। কিছু সময়ৰ পিছত নীৰৱতা ভংগ কৰি তেওঁ কফিনটোক সাৱটি কান্দি উঠে। তেওঁ কয়, “তোমাৰ ভাল হওক। তুমি আমাৰ গৌৰৱ।”

হিমাঞ্চীয়ে হিয়া ঢাকুৰি কান্দি আছিল। এসপ্তাহ পূৰ্বে তেওঁ নৌসেনাৰ লেফটেনেণ্ট বিনয়ৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। মধুচন্দ্রিমাকা উদযাপনৰ বাবে তেওঁলোক কাশ্মীৰলৈ গৈছিল।

নৌসেনাৰ লেফটেনেণ্টগৰাকী মঙলবাৰে জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ পহেলগাম ভ্ৰমণত আছিল। দুয়োৱে একেলগে ভেলপুৰী খাই আছিল। সেই সময়তে হঠাতে সন্ত্ৰাসবাদী আহি তেওঁলোকৰ সন্মুখত থিয় হয়।

“যেতিয়া তেওঁলোক আমাৰ সন্মুখলৈ আহিছিল, তেওঁলোকে কৈছিল যে তেওঁক (বিনয়) মুছলমানৰ দৰে দেখা নাযায়। শ্বুট কৰক।” লগে লগে গুলীচালনা কৰা হৈছিল। নৱবধুৰ সন্মুখতে গুলীয়াই হত্যা কৰা হৈছিল স্বামীক।

বৈছাৰণত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঠিক পিছতে এই ছবিখন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। তাত দেখা গৈছে যে এগৰাকী যুৱতী মৃত যুৱকজনৰ ওচৰত বহি আছে। সমগ্ৰ ঘটনাটোৰ আকস্মিকতাত তেওঁ হতবাক হৈ পৰিছে।

পিছত এইটো প্ৰকাশ পায় যে যুৱকজন নৌসেনাৰ লেফটেনেণ্ট বিনয় আছিল। তেওঁ হাৰিয়ানাৰ বাসিন্দা আৰু বৰ্তমান কোচিত কৰ্মৰত। তেওঁ ১৬ এপ্ৰিলত বিবাহপাশত আবদ্ধ হৈছিল। বিনয় আৰু হিমাঞ্চীয়ে তেওঁলোকৰ মধুচন্দ্রিকাৰ বাবে ইউৰোপক বাছনি কৰিছিল।

কিন্তু তেওঁ ভিছা নোপোৱাৰ বাবে অৱশেষত জম্মু-কাশ্মীৰলৈ যোৱাৰ সিদ্ধান্ত লয়। কিন্তু দুৰ্ভাগ্যবশত বিনয়ে তাত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হয়।
বিনয়ৰ মৃতদেহ বুধবাৰে দিল্লী বিমানবন্দৰত উপস্থিত হয়।

“মই প্ৰাৰ্থনা কৰিছোঁ যাতে তোমাৰ আত্মাই শান্তি লাভ কৰে।” হিমাঞ্চীয়ে স্বামীৰ কফিন ৰখা স্থানত বাধাহীনভাৱে কান্দি কান্দি কয়। কিছু সময়ৰ বাবে নিজকে নিয়ন্ত্ৰণ কৰি সদ্য বিধৱাগৰাকীয়ে কয়, “মই তেওঁৰ দৰে হাঁহি থকা লোক খুব কম দেখিছোঁ । তেওঁ য’তেই থাকে সকলোকে আকৰ্ষিত কৰি ৰাখিছিল। আমি সকলোৱে তেওঁৰ বাবে গৌৰৱান্বিত…।”

নৌসেনাপ্ৰধান এডমিৰেল দীনেশ কে ত্ৰিপাঠীয়ে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত লেফটেনেণ্ট জেনেৰেল বিনয়ক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: গাৰৰ পৰা মাহ-হালধিৰগোন্ধ নৌযাওঁতেই বিধৱা হ'ল নৌসেনাৰ লেফটেনেণ্টৰ পত্নীমৃতদেহক সাৱটি অন্তিম বিদায়
Share6Tweet4Send

Related Posts

Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত
National-International

by News Desk
August 24, 2026
50
Chandrababu Naidu : ফোন চুৰিক লৈ নাৰ্চিং কলেজত স্থানীয় আৰু উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ মাজত সংঘৰ্ষ, হস্তক্ষেপ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ
National-International

Chandrababu Naidu : ফোন চুৰিক লৈ নাৰ্চিং কলেজত স্থানীয় আৰু উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ মাজত সংঘৰ্ষ, হস্তক্ষেপ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ

by News Desk
August 24, 2026
50
BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে
National-International

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

by News Desk
August 22, 2026
51
BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

Sugar price hike : দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে চেনিৰ মূল্য, কেন্দ্ৰৰ যুক্তি কি?

52
ADVERTISEMENT
Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত
National-International

Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত

August 24, 2026
50
Chandrababu Naidu : ফোন চুৰিক লৈ নাৰ্চিং কলেজত স্থানীয় আৰু উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ মাজত সংঘৰ্ষ, হস্তক্ষেপ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ
National-International

Chandrababu Naidu : ফোন চুৰিক লৈ নাৰ্চিং কলেজত স্থানীয় আৰু উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ মাজত সংঘৰ্ষ, হস্তক্ষেপ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ

August 24, 2026
50
BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে
National-International

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

August 22, 2026
51
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস
KARBI ANGLONG

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

August 22, 2026
58
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত

Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত

August 24, 2026
Chandrababu Naidu : ফোন চুৰিক লৈ নাৰ্চিং কলেজত স্থানীয় আৰু উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ মাজত সংঘৰ্ষ, হস্তক্ষেপ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ

Chandrababu Naidu : ফোন চুৰিক লৈ নাৰ্চিং কলেজত স্থানীয় আৰু উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ মাজত সংঘৰ্ষ, হস্তক্ষেপ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ

August 24, 2026
BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

August 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d