ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Pahalgam Terror Attack I অপৰাধীয়ে শীঘ্ৰেই শক্তিশালী আৰু স্পষ্ট উত্তৰ পাব, পহেলগামৰ ঘটনা সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 23, 2025
Reading Time: 1 min read
A A
0
Diwali 2024 । দীপাৱলীত মিঠাইৰ আদান-প্ৰদান ভাৰত-চীন সেনাৰ

RELATED POSTS

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

New Logo Smal 1 | ASSAM TIMES POST

পহেলগাম গণহত্যাৰ পিছত দেশৰ তিনিওটা শক্তিক লৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে (Rajnath Singh) বুধবাৰে আবেলি এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, প্ৰতিৰক্ষা প্ৰধান জেনেৰেল অনিল চৌহান আৰু তিনিওটা সেৱাৰ মুৰব্বীও বৈঠকত উপস্থিত থাকে।
Pahalgam Terror Attack I
পহেলগামৰ ঘটনা সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং:

সূত্ৰ অনুসৰি, প্ৰায় আঢ়ৈ ঘণ্টা ধৰি চলা বৈঠকত সৰ্বোচ্চ সামৰিক প্ৰস্তুতি অব্যাহত ৰাখিবলৈ কোৱা হৈছে। ইয়াৰ উপৰি উগ্ৰবাদ বিৰোধী অভিযান তীব্ৰতৰ কৰিবলৈও কোৱা হৈছে। বৈঠকৰ পিছত ৰাজনাথ সিঙে এক বিবৃতিত কয় যে কেৱল হত্যাকাৰীয়েই নহয়, আঁৰত থাকি ষড়যন্ত্ৰ কৰা সকলকো উত্তৰ দিয়া হ’ব।

উল্লেখ্য যে মঙলবাৰে জম্মু-কাশ্মীৰৰ পহেলগাম জিলাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত কমেও ২৬ জন লোক নিহত হয়। তেওঁলোকৰ এজনৰ বাহিৰে সকলো পৰ্যটক। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই আক্ৰমণক কাপুৰুষালি বুলি অভিহিত কৰে।

“মই দেশৰ জনসাধাৰণক আশ্বাস দিব বিচাৰো যে চৰকাৰে সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব। আমি কেৱল এই আক্ৰমণৰ অপৰাধীসকলৰ বিৰুদ্ধেই নহয়, কিন্তু যিসকলে পৰ্দাৰ আঁৰত থাকি ষড়যন্ত্ৰ কৰিছিল তেওঁলোকৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিম। যিসকলে এইটো ঘটাইছিল তেওঁলোকে সোনকালেই এক শক্তিশালী আৰু স্পষ্ট সঁহাৰি দেখিব। ”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: অপৰাধীয়ে শীঘ্ৰেই শক্তিশালীআৰু স্পষ্ট উত্তৰ পাবপহেলগামৰ ঘটনা সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
Share4Tweet3Send

Related Posts

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে
National-International

by News Desk
August 22, 2026
51
BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত
National-International

BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

by News Desk
August 22, 2026
51
RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়
National-International

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

by News Desk
August 22, 2026
51
Sugar price hike : দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে চেনিৰ মূল্য, কেন্দ্ৰৰ যুক্তি কি?

52
Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

MP DSP controversy : পুনৰ বিতৰ্কত মধ্যপ্ৰদেশৰ সুন্দৰী ডিএছপি নেহা, কোটি টকীয়া ভূমি জালিয়াতিৰ অভিযোগত গোচৰ

August 21, 2026
51
ADVERTISEMENT
BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে
National-International

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

August 22, 2026
51
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস
KARBI ANGLONG

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

August 22, 2026
57
BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত
National-International

BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

August 22, 2026
51
RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়
National-International

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

August 22, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

August 22, 2026
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

August 22, 2026
BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

August 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d