ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

খটখটী কাৰাগাওঁত সন্দেহযুক্ত হেৰইন সহ আটক তিনি সৰবৰাহকাৰী

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 16, 2025
Reading Time: 1 min read
A A
0
খটখটী কাৰাগাওঁত সন্দেহযুক্ত হেৰইন সহ আটক তিনি সৰবৰাহকাৰী

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

CM London visit I বৃন্দাবনী বস্ত্ৰ উভতাই অনাৰ প্ৰয়াস, মুখ্যমন্ত্ৰী লণ্ডনলৈ ৰাওনা

Zubeen Garg I জুবিন গাৰ্গৰ স্মৃতিত ১৯ নৱেম্বৰত চানমাৰিত বিশাল সাংস্কৃতিক অনুষ্ঠান

গৃহ নগৰ বোকাখাতত বিশ্ব ক্ৰিকেট তাৰকা ‘অসম সৌৰভ’ উমা ছেত্ৰীক ২ শতাধিক দল-সংগঠন, ব্যক্তিৰ উষ্ম আদৰণি:

বুধবাৰে সন্ধিয়া প্ৰায় ৫ মান বজাত এক গোপন খবৰৰ ভিত্তিত ডিমাপুৰৰ পৰা কাৰাগাওঁ দিশে আহি থকা তিনিজন নগা যুৱকক সন্দেহ যুক্ত হেৰইন সহ আটক কৰিবলৈ সক্ষম হয় ৷ এএছআৰএফ কেম্প বাগানৰ ওচৰত ৷ যুৱক কেইজনে এটা ছাইড বেগ আৰু পেণ্টৰ চেপত চাৰিটা চাবোনৰ বাকচত লুকুৱাই অনা ৩৬’ ৬৬ গ্ৰাম হেৰইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

সন্দেহযুক্ত হেৰইন সহ আটক তিনি সৰবৰাহকাৰী
খটখটী কাৰাগাওঁত সন্দেহযুক্ত হেৰইন সহ আটক তিনি সৰবৰাহকাৰী:

ধৃত যুৱক কেইজন ক্ৰমে নাগালেণ্ড মনজিলাৰ হমফাইৰ পাইৱাং কৈনাক, পাঠা কৈনাক আৰু আকাই কৈনাক বুলি চিনাক্ত কৰা হৈছে ৷ উদ্বাৰ হোৱা হেৰইনখিনি বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তমৰাজ ব্ৰক্ষ্ম আৰু নিৰপেক্ষ সাক্ষীগণৰ সাক্ষাতে জব্দ কৰি তদন্ অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ৷

তালাচী অভিযানটোৰ নেতৃত্ব দিছিল খটখটী থানাৰ অচি নিতুল শইকীয়াই আৰু তেওঁক সহযোগ কৰিছিল এছ আই জিতুমনি শইকীয়া, বিমান চেতিয়া অমৰ জ্যোতি শৰ্মা আৰুলকাৰাগাওঁ পহৰী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া স্বমধন স্বৰ্গীয়াৰীয়ে ৷

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: খটখটী কাৰাগাওঁত সন্দেহযুক্তহেৰইন সহ আটক তিনি সৰবৰাহকাৰী
Share4Tweet3Send

Related Posts

CM London visit I বৃন্দাবনী বস্ত্ৰ উভতাই অনাৰ প্ৰয়াস, মুখ্যমন্ত্ৰী লণ্ডনলৈ ৰাওনা
Assam

CM London visit I বৃন্দাবনী বস্ত্ৰ উভতাই অনাৰ প্ৰয়াস, মুখ্যমন্ত্ৰী লণ্ডনলৈ ৰাওনা

by Staff Reporter
November 15, 2025
52
Zubeen Garg I জুবিন গাৰ্গৰ স্মৃতিত ১৯ নৱেম্বৰত চানমাৰিত বিশাল সাংস্কৃতিক অনুষ্ঠান
Assam

Zubeen Garg I জুবিন গাৰ্গৰ স্মৃতিত ১৯ নৱেম্বৰত চানমাৰিত বিশাল সাংস্কৃতিক অনুষ্ঠান

by Staff Reporter
November 12, 2025
52
গৃহ নগৰ বোকাখাতত বিশ্ব ক্ৰিকেট তাৰকা ‘অসম সৌৰভ’ উমা ছেত্ৰীক ২ শতাধিক দল-সংগঠন, ব্যক্তিৰ উষ্ম আদৰণি:
Assam

গৃহ নগৰ বোকাখাতত বিশ্ব ক্ৰিকেট তাৰকা ‘অসম সৌৰভ’ উমা ছেত্ৰীক ২ শতাধিক দল-সংগঠন, ব্যক্তিৰ উষ্ম আদৰণি:

by Staff Reporter
November 8, 2025
60
অসম-নাগালেণ্ড সীমান্ত লাহৰিজানত সন্দেহযুক্ত হেৰইন সহ এজন সৰবৰাহকাৰী আটক
Assam

অসম-নাগালেণ্ড সীমান্ত লাহৰিজানত সন্দেহযুক্ত হেৰইন সহ এজন সৰবৰাহকাৰী আটক

by Staff Reporter
November 6, 2025
50
Bhaskar Jyoti Mahanta I ৰাজ্যাৰ মুখ্য তথ্য আয়ুক্তৰ পদ এৰিলে ভাস্কৰজ্যোতি মহন্তই
Assam

Bhaskar Jyoti Mahanta I ৰাজ্যাৰ মুখ্য তথ্য আয়ুক্তৰ পদ এৰিলে ভাস্কৰজ্যোতি মহন্তই

by Staff Reporter
November 6, 2025
54
Tragic Loss: Beloved Elephant’s Life Cut Short by Suspected Electrocution in Sonitpur
Assam

লালমাটি, বালিজানত হাতী-মানুহৰ সংঘাত! হাতীৰ গছকত প্ৰাণবায়ু উৰি গ’ল এজন ৪৫ বছৰীয়া লোকৰ

by Staff Reporter
November 6, 2025
51
ADVERTISEMENT
Rape I ককাকৰ অপমানৰ প্ৰতিশোধ ল’বলৈ ১০ বছৰীয়া নাতিনীক ধৰ্ষণ কৰি হত্যা
National-International

উত্তৰ প্ৰদেশত শিলৰ কুৱেৰী খহি এজন শ্ৰমিকৰ মৃত্যু, আবদ্ধ ১৫

November 16, 2025
50
আমলখিৰ কৃষি বিজ্ঞান কেন্দ্ৰত জনজাতীয় গৌৰৱ বৰ্ষ উপলক্ষে জাতিগত ঐতিহ্য আৰু জাতি সত্তা শীৰ্ষক এদিনীয়া কৰ্মশালা
KARBI ANGLONG

আমলখিৰ কৃষি বিজ্ঞান কেন্দ্ৰত জনজাতীয় গৌৰৱ বৰ্ষ উপলক্ষে জাতিগত ঐতিহ্য আৰু জাতি সত্তা শীৰ্ষক এদিনীয়া কৰ্মশালা

November 15, 2025
55
টেষ্ট মেচৰ মাজতে বিবাহৰ বাবে ছুটী বিচাৰিলে কুলদীপ যাদৱে
National-International

টেষ্ট মেচৰ মাজতে বিবাহৰ বাবে ছুটী বিচাৰিলে কুলদীপ যাদৱে

November 15, 2025
54
CM London visit I বৃন্দাবনী বস্ত্ৰ উভতাই অনাৰ প্ৰয়াস, মুখ্যমন্ত্ৰী লণ্ডনলৈ ৰাওনা
Assam

CM London visit I বৃন্দাবনী বস্ত্ৰ উভতাই অনাৰ প্ৰয়াস, মুখ্যমন্ত্ৰী লণ্ডনলৈ ৰাওনা

November 15, 2025
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rape I ককাকৰ অপমানৰ প্ৰতিশোধ ল’বলৈ ১০ বছৰীয়া নাতিনীক ধৰ্ষণ কৰি হত্যা

উত্তৰ প্ৰদেশত শিলৰ কুৱেৰী খহি এজন শ্ৰমিকৰ মৃত্যু, আবদ্ধ ১৫

November 16, 2025
আমলখিৰ কৃষি বিজ্ঞান কেন্দ্ৰত জনজাতীয় গৌৰৱ বৰ্ষ উপলক্ষে জাতিগত ঐতিহ্য আৰু জাতি সত্তা শীৰ্ষক এদিনীয়া কৰ্মশালা

আমলখিৰ কৃষি বিজ্ঞান কেন্দ্ৰত জনজাতীয় গৌৰৱ বৰ্ষ উপলক্ষে জাতিগত ঐতিহ্য আৰু জাতি সত্তা শীৰ্ষক এদিনীয়া কৰ্মশালা

November 15, 2025
টেষ্ট মেচৰ মাজতে বিবাহৰ বাবে ছুটী বিচাৰিলে কুলদীপ যাদৱে

টেষ্ট মেচৰ মাজতে বিবাহৰ বাবে ছুটী বিচাৰিলে কুলদীপ যাদৱে

November 15, 2025

Categories

accident (1) ALL NEWS (17410) Artificial Intelligence (3) Assam (13842) BREAKING NEWS (6488) Business (34) crime (23) cultural (5) Digital Transformation (3) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION (1) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2051) Health & Fitness (631) Jobs & Career (7) KARBI ANGLONG (3492) Lifestyle (24) literature (16) National-International (10880) NORTHEAST (880) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (1) Sports News (497) Stories (16) Tech (14) Tourism (1) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d