ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Waqf act controversy I ৱাকফ সংশোধনী আইনক লৈ বুধবাৰে আৰম্ভ আইনী যুঁজ, উচ্চতম ন্যায়ালয়ত ৭৩খন আবেদনৰ শুনানি

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 16, 2025
Reading Time: 1 min read
A A
0
Waqf act controversy I ৱাকফ সংশোধনী আইনক লৈ বুধবাৰে আৰম্ভ আইনী যুঁজ, উচ্চতম ন্যায়ালয়ত ৭৩খন আবেদনৰ শুনানি

Oplus_131072

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

সৰিয়হৰ তলিতে ভূত ! ভিতৰৰ পৰাই এনইইটি প্ৰশ্নকাকত ফাদিল হৈছে, দিল্লী আদালতত দাবী চিবিআইৰ

‎এনইইটি পদ্ধতি সলনি কৰিব কেন্দ্ৰই

NEET UG 2026 I ২১ জুনত পুনৰ অনুষ্ঠিত হ’ব নীট পৰীক্ষা

ৱাকফ (সংশোধনী) আইনৰ (Waqf bill) সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত কেইবাখনো আবেদন দাখিল কৰা হৈছে। এই সকলোবোৰ আবেদনৰ বুধবাৰে একেলগে শুনানি গ্ৰহণ কৰা হ’ব।
Waqf act controversy I
ৱাকফ সংশোধনী আইনক লৈ বুধবাৰে আৰম্ভ আইনী যুঁজ:

ৱাকফ (সংশোধনী) বিধেয়ক আইনত পৰিণত হোৱাৰ পিছৰে পৰা সমগ্ৰ দেশতে ব্যাপক প্ৰতিবাদৰ সূত্ৰপাত ঘটিছে। বিৰোধীৰ যুক্তি, এই আইনখনে মৌলিক অধিকাৰ খৰ্ব কৰে আৰু ই সম্পত্তি বেদখল কৰাৰ প্ৰয়াস।

অৱশ্যে চৰকাৰে দাবী কৰে যে ৱাকফৰ সম্পত্তি পৰিচালনাৰ স্বচ্ছতা নিশ্চিত কৰিবলৈ এই সংশোধনী অতি প্ৰয়োজনীয়। বুধবাৰে মুঠ ৭৩টা গোচৰৰ শুনানি গ্ৰহণ কৰা হ’ব। মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ কে ভি বিশ্বনাথনে আৱেদনসমূহৰ শুনানি বুধবাৰে দুপৰীয়া ২ বজাৰ পৰা কৰাৰ কথা।

এই গোচৰটোত ১৯৯৫ চনৰ মূল ৱাকফ আইনখনৰ বিৰুদ্ধে হিন্দুসকলে দাখিল কৰা দুখন আবেদনো সন্নিবিষ্ট কৰা হৈছে। আন কিছুমানে শেহতীয়া সংশোধনীৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। আদালতে গোচৰটো নিষ্পত্তি কৰাৰ সময়ত আইনখনৰ ওপৰত অন্তৱৰ্তীকালীন স্থগিতাদেশো বিচাৰিছে একাংশ আবেদনকাৰীয়ে।

আবেদনকাৰীসকলৰ ভিতৰত আছে কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, চিপিআই, জগন মোহন ৰেড্ডীৰ ৱাই এছ আৰ চি পি, সমাজবাদী পাৰ্টি, অভিনেতা বিজয়ৰ টিভিকে, আৰ জে ডি, জে ডি ইউ, আছাদুদ্দিন ওৱেচিৰ এ আই এম আই এম, আপ আৰু ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগকে ধৰি বিভিন্ন দলৰ নেতা।

এই আইনখনক প্ৰত্যাহ্বান জনোৱা আবেদনকাৰীসকলে যুক্তি আগবঢ়ায় যে ই মুছলমানৰ বিৰুদ্ধে বৈষম্যমূলক আৰু তেওঁলোকৰ মৌলিক ধৰ্মীয় অধিকাৰ খৰ্ব কৰে।

আনহাতে, আইনখনৰ সমৰ্থনত ৭খন ৰাজ্যই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে গোচৰটোত হস্তক্ষেপ কৰিবলৈ। তেওঁলোকৰ যুক্তি হ’ল এই আইনখন সাংবিধানিকভাৱে সুস্থ, বৈষম্যহীন আৰু ৱাকফৰ সম্পত্তি পৰিচালনা কৰিবলৈ দক্ষ প্ৰশাসনৰ প্ৰয়োজন।

এই গোচৰত কেন্দ্ৰীয় চৰকাৰে সতৰ্কবাণী দাখিল কৰিছে। সতৰ্কবাণী হ’ল, কোনো পক্ষই দাখিল কৰা আইনী জাননী আৰু আদেশ গৃহীত হোৱাৰ আগতে যাতে কেন্দ্ৰীয় চৰকাৰৰ পৰা শুনানি গ্ৰহণ কৰা হয়।

Tags: আৰম্ভ আইনী যুঁজউচ্চতম ন্যায়ালয়ত ৭৩খন আবেদনৰ শুনানিৱাকফ সংশোধনী আইনক লৈ বুধবাৰে
Share4Tweet3Send

Related Posts

NEET-UG 2026 বাতিল I প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ, অনুষ্ঠিত হ’ব নতুন পৰীক্ষা
National-International

সৰিয়হৰ তলিতে ভূত ! ভিতৰৰ পৰাই এনইইটি প্ৰশ্নকাকত ফাদিল হৈছে, দিল্লী আদালতত দাবী চিবিআইৰ

by Staff Reporter
May 15, 2026
50
NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে
National-International

‎এনইইটি পদ্ধতি সলনি কৰিব কেন্দ্ৰই

by Staff Reporter
May 15, 2026
50
NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত
National-International

NEET UG 2026 I ২১ জুনত পুনৰ অনুষ্ঠিত হ’ব নীট পৰীক্ষা

by Staff Reporter
May 15, 2026
50
Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ
National-International

Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ

by Staff Reporter
May 15, 2026
50
Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই
National-International

Fuel price hike । প্ৰধানমন্ত্ৰীৰ শক্তি সঞ্চয়ৰ বাৰ্তাৰ পিছত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

by Staff Reporter
May 15, 2026
50
India Fuel Price Hike । Petrol +Rs3.14, Diesel +Rs3.11
National-International

India Fuel Price Hike । Petrol +Rs3.14, Diesel +Rs3.11

by Staff Reporter
May 15, 2026
50
ADVERTISEMENT
NEET-UG 2026 বাতিল I প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ, অনুষ্ঠিত হ’ব নতুন পৰীক্ষা
National-International

সৰিয়হৰ তলিতে ভূত ! ভিতৰৰ পৰাই এনইইটি প্ৰশ্নকাকত ফাদিল হৈছে, দিল্লী আদালতত দাবী চিবিআইৰ

May 15, 2026
50
NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে
National-International

‎এনইইটি পদ্ধতি সলনি কৰিব কেন্দ্ৰই

May 15, 2026
50
NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত
National-International

NEET UG 2026 I ২১ জুনত পুনৰ অনুষ্ঠিত হ’ব নীট পৰীক্ষা

May 15, 2026
50
Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ
National-International

Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ

May 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

NEET-UG 2026 বাতিল I প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ, অনুষ্ঠিত হ’ব নতুন পৰীক্ষা

সৰিয়হৰ তলিতে ভূত ! ভিতৰৰ পৰাই এনইইটি প্ৰশ্নকাকত ফাদিল হৈছে, দিল্লী আদালতত দাবী চিবিআইৰ

May 15, 2026
NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে

‎এনইইটি পদ্ধতি সলনি কৰিব কেন্দ্ৰই

May 15, 2026
NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত

NEET UG 2026 I ২১ জুনত পুনৰ অনুষ্ঠিত হ’ব নীট পৰীক্ষা

May 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx