ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিফুত কাৰ্বি ছাত্ৰ সন্থা ইংলংফ’ গোটৰ নৱ নিৰ্বাচিত সভাপতি, সম্পাদক আৰু কাৰ্যনিৰ্বাহকৰ  শপত গ্ৰহণ:

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
April 13, 2025
Reading Time: 1 min read
A A
0

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong Day : কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন

Drugs Seized I কাৰ্বি আংলং জিলাত পৃথকে পৃথকে কেইবা লক্ষ্যাধিক মূল্যৰ  ড্ৰাগছ উদ্ধাৰ

আমলখিৰ কৃষি বিজ্ঞান কেন্দ্ৰত জনজাতীয় গৌৰৱ বৰ্ষ উপলক্ষে জাতিগত ঐতিহ্য আৰু জাতি সত্তা শীৰ্ষক এদিনীয়া কৰ্মশালা

দেওবাৰে বিয়লি প্ৰায় তিনি বজাত ডিফুৰ ৰংখেলানস্থিত কেএছএ কাৰ্যালয়ত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান কেএছএ ইংলেংফ’ গোটৰ কেন্দ্ৰীয় সমিতিৰ নৱ নিৰ্বাচিত সভাপতি, সম্পাদক ক্ৰমে, বুদ্ধ তেৰাঙ আৰু বাৰ্নভাছ কিলিঙৰ লগতে নতুত কাৰ্যনিৰ্বাহক সমিতিখনে আনুষ্ঠানিক ভাবে শপত গ্ৰহণ কৰে ৷ জিলাখনৰ স্বায়ত্তৰাজ্যৰ দাবী আন্দোলনত জড়িত সংগঠন কাধাছডিকমকে ধৰি অনান্য দল-সংগঠন আৰু প্ৰাক্তন কেএছএ সভাপতি সম্পাদক সকলৰ উপস্থিতিত নতুন সমিতি খনে শপত বাক্য পাঠ কৰে ৷

ডিফুত কাৰ্বি ছাত্ৰ সন্থা ইংলংফ' গোটৰ নৱ নিৰ্বাচিত সভাপতি, সম্পাদক আৰু কাৰ্যনিৰ্বাহকৰ  শপত গ্ৰহণ:
ডিফুত কাৰ্বি ছাত্ৰ সন্থা ইংলংফ’ গোটৰ নৱ নিৰ্বাচিত সভাপতি, সম্পাদক আৰু কাৰ্যনিৰ্বাহকৰ  শপত গ্ৰহণ:

উক্ত অনুষ্ঠানতে বিদায়ী সভাপতি, সম্পাদক ক্ৰমে, মিৰজেং ক্ৰ’ আৰু জৰ্জ তিমুঙক বিদায় জনোৱাৰ সমান্তৰালকৈ নৱ নিৰ্বাচিত সভাপতি, সম্পাদক ক্ৰম, বুদ্ধ তেৰাঙ আৰু বাৰ্নভাছ কিলিঙক পহ’ আৰু ফুলৰ থোপাৰে উষ্ম আদৰণি জনায় কেএছএৰ বিভিন্ন শাখা সমিতিয়ে ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কেএছএৰ নৱ নিৰ্বাচিত সভাপতি, সম্পাদ্বকদ্বয়ে কয়যে শপত গ্ৰহণ কৰাৰ পাছত আমি কেএছৰ শীৰ্ষ আসনত অধিষ্ঠিত হৈছো ৷

আমাৰ প্ৰথম কাম হৈছে স্বায়ত্তৰাজ্য আন্দোলনক অধিক শক্তিশালী কৰা আৰু ছাত্ৰ-ছাত্ৰী শৈক্ষিক দিশ আৰু গুণগত শিক্ষাৰ বাবে জিলাখনত প্ৰচেষ্টা অব্যাহত ৰখা ৷ ইয়াৰোপৰি সীমান্ত সমস্যাৰ লগতে অনান্য সমস্যা সমূহৰ সু সমাধানৰ পথ প্ৰশস্ত কৰা ৷ এই ক্ষেত্ৰত কাৰ্বি আংলংবাসী ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে কেএছএৰ শীৰ্ষ নেতাদ্বয়ে ৷

 

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: আদৰণিকাধাছডিকমকাৰ্বি আংলংবাসীকাৰ্যনিৰ্বাহক সমিতিকেএছএ ইংলেংফকেএছএ কাৰ্যালয়কেএছএ নেতা.কেন্দ্ৰীয় সমিতিগাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান.গুণগত শিক্ষাছাত্ৰ-ছাত্ৰী শিক্ষাজৰ্জ তিমুঙডিফুৰ ৰংখেলানদেওবাৰে বিয়লিনৱ নিৰ্বাচিত সভাপতিপ্ৰাক্তন সভাপতিবাৰ্নভাছ কিলিঙবিদায়ী সম্পাদকবুদ্ধ তেৰাঙমিৰজেং ক্ৰ'শপত গ্ৰহণশাখা সমিতিশীৰ্ষ আসনসংগঠনসম্পাদকসহায়-সহযোগিতাসাংবাদিকৰ বাৰ্তালাপসীমান্ত সমস্যাস্বায়ত্তৰাজ্য আন্দোলন
Share5Tweet3Send

Related Posts

Karbi Anglong Day : কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন
KARBI ANGLONG

Karbi Anglong Day : কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন

by ASSAM TIMES POST
November 17, 2025
50
Drugs Seized I কাৰ্বি আংলং জিলাত পৃথকে পৃথকে কেইবা লক্ষ্যাধিক মূল্যৰ  ড্ৰাগছ উদ্ধাৰ
KARBI ANGLONG

Drugs Seized I কাৰ্বি আংলং জিলাত পৃথকে পৃথকে কেইবা লক্ষ্যাধিক মূল্যৰ  ড্ৰাগছ উদ্ধাৰ

by ASSAM TIMES POST
November 17, 2025
50
আমলখিৰ কৃষি বিজ্ঞান কেন্দ্ৰত জনজাতীয় গৌৰৱ বৰ্ষ উপলক্ষে জাতিগত ঐতিহ্য আৰু জাতি সত্তা শীৰ্ষক এদিনীয়া কৰ্মশালা
KARBI ANGLONG

আমলখিৰ কৃষি বিজ্ঞান কেন্দ্ৰত জনজাতীয় গৌৰৱ বৰ্ষ উপলক্ষে জাতিগত ঐতিহ্য আৰু জাতি সত্তা শীৰ্ষক এদিনীয়া কৰ্মশালা

by Staff Reporter
November 15, 2025
55
খটখটী গৌতম বস্তিত সন্দেহযুক্ত হেৰইনৰ সৈতে দুজন পুৰুষ আৰু দুজন মহিলা সৰবৰাহকাৰী আটক
KARBI ANGLONG

খটখটী গৌতম বস্তিত সন্দেহযুক্ত হেৰইনৰ সৈতে দুজন পুৰুষ আৰু দুজন মহিলা সৰবৰাহকাৰী আটক

by Staff Reporter
November 12, 2025
66
ডিফুত লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তীৰ উপলক্ষে একতাৰ পদযাত্ৰা
KARBI ANGLONG

ডিফুত লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তীৰ উপলক্ষে একতাৰ পদযাত্ৰা

by Staff Reporter
November 11, 2025
54
ডিফুত জাতিৰ আত্মা স্বৰূপ ‘বন্দে মাতৰম’ গীতৰ গৌৰৱোজ্জল ১৫০ বছৰ উদযাপন
KARBI ANGLONG

ডিফুত জাতিৰ আত্মা স্বৰূপ ‘বন্দে মাতৰম’ গীতৰ গৌৰৱোজ্জল ১৫০ বছৰ উদযাপন

by Staff Reporter
November 7, 2025
54
ADVERTISEMENT
Karbi Anglong Day : কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন
KARBI ANGLONG

Karbi Anglong Day : কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন

November 17, 2025
50
Drugs Seized I কাৰ্বি আংলং জিলাত পৃথকে পৃথকে কেইবা লক্ষ্যাধিক মূল্যৰ  ড্ৰাগছ উদ্ধাৰ
KARBI ANGLONG

Drugs Seized I কাৰ্বি আংলং জিলাত পৃথকে পৃথকে কেইবা লক্ষ্যাধিক মূল্যৰ  ড্ৰাগছ উদ্ধাৰ

November 17, 2025
50
Hajj pilgrims bus accident : ৰাখে হৰি মাৰে কোনে, হজযাত্ৰীৰ বাছ দুৰ্ঘটনাৰ পৰা জীৱন ৰক্ষা পৰিল ৮ জনৰ; কিন্তু কেনেকৈ?
National-International

Hajj pilgrims bus accident : ৰাখে হৰি মাৰে কোনে, হজযাত্ৰীৰ বাছ দুৰ্ঘটনাৰ পৰা জীৱন ৰক্ষা পৰিল ৮ জনৰ; কিন্তু কেনেকৈ?

November 17, 2025
50
India Pak conflict I সন্ত্ৰাসবাদ কোনো কাৰণতে সহ্য কৰা নহ’ব, সমৰ্থনকাৰীকো ৰেহাই দিয়া নহ’ব: পৰোক্ষভাৱে পাকিস্তানক সকীয়নি ভাৰতীয় সেনাপ্ৰধানৰ
National-International

India Pak conflict I সন্ত্ৰাসবাদ কোনো কাৰণতে সহ্য কৰা নহ’ব, সমৰ্থনকাৰীকো ৰেহাই দিয়া নহ’ব: পৰোক্ষভাৱে পাকিস্তানক সকীয়নি ভাৰতীয় সেনাপ্ৰধানৰ

November 17, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong Day : কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন

Karbi Anglong Day : কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন

November 17, 2025
Drugs Seized I কাৰ্বি আংলং জিলাত পৃথকে পৃথকে কেইবা লক্ষ্যাধিক মূল্যৰ  ড্ৰাগছ উদ্ধাৰ

Drugs Seized I কাৰ্বি আংলং জিলাত পৃথকে পৃথকে কেইবা লক্ষ্যাধিক মূল্যৰ  ড্ৰাগছ উদ্ধাৰ

November 17, 2025
Hajj pilgrims bus accident : ৰাখে হৰি মাৰে কোনে, হজযাত্ৰীৰ বাছ দুৰ্ঘটনাৰ পৰা জীৱন ৰক্ষা পৰিল ৮ জনৰ; কিন্তু কেনেকৈ?

Hajj pilgrims bus accident : ৰাখে হৰি মাৰে কোনে, হজযাত্ৰীৰ বাছ দুৰ্ঘটনাৰ পৰা জীৱন ৰক্ষা পৰিল ৮ জনৰ; কিন্তু কেনেকৈ?

November 17, 2025

Categories

accident (1) ALL NEWS (17410) Artificial Intelligence (3) Assam (13844) BREAKING NEWS (6488) Business (34) crime (23) cultural (5) Digital Transformation (3) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION (1) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2052) Health & Fitness (631) Jobs & Career (7) KARBI ANGLONG (3494) Lifestyle (24) literature (16) National-International (10892) NORTHEAST (880) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (1) Sports News (497) Stories (16) Tech (14) Tourism (1) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d