ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Indo US Trade deal I বন্দুকৰ ভয় দেখুৱাই ভাৰতে কোনো সিদ্ধান্ত নলয়, ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তি সন্দৰ্ভত পীয়ুষ গোৱেলৰ মন্তব্য

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 12, 2025
Reading Time: 1 min read
A A
0
Indo US Trade deal I বন্দুকৰ ভয় দেখুৱাই ভাৰতে কোনো সিদ্ধান্ত নলয়, ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তি সন্দৰ্ভত পীয়ুষ গোৱেলৰ মন্তব্য

Oplus_131072

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

US India trade deal I ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ মাত্ৰ এক শতাংশ বাকী, চুক্তি স্বাক্ষৰৰ ইংগিত আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ

Strait of Hormuz । ভাৰতীয় জাহাজে হৰমুজ প্ৰণালীৰ মাজেৰে মুক্তভাৱে কেনেদৰে যাত্ৰা কৰিছে, জনালে নতুন দিল্লীয়ে

CBSE I ছাত্ৰ-ছাত্ৰীৰ বাবে চিবিএছইৰ এক ডাঙৰ সিদ্ধান্ত

দেশ আৰু দেশবাসীৰ স্বাৰ্থত আমি খৰখেদাকৈ কোনো সিদ্ধান্ত নলওঁ। ভাৰত কেতিয়াও বন্দুক দেখুৱাই কোনো আপোচত নাযায়। ভাৰত-আমেৰিকাৰ দ্বিপাক্ষিক বাণিজ্য চুক্তি (Indo US Trade Deal) সন্দৰ্ভত এই মন্তব্য কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলৰ।

Indo US Trade deal I
ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তি সন্দৰ্ভত পীয়ুষ গোৱেলৰ মন্তব্য:

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত আৰোপ কৰা শুল্ক ৯০ দিনৰ বাবে স্থগিত ৰখাৰ কথা ঘোষণা কৰাৰ কিছুদিন পিছতে তেওঁৰ এই মন্তব্য। ট্ৰাম্পৰ এই পদক্ষেপে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্যিক চুক্তিৰ দুৱাৰ মুকলি কৰিছে বুলিও উল্লেখ কৰে। ভাৰত-আমেৰিকা দ্বিপাক্ষিক চুক্তি সন্দৰ্ভত প্ৰশ্নৰ সন্মুখীন হৈ তেওঁ এই মন্তব্য কৰে।

ইটালী-ভাৰত ব্যৱসায়, বিজ্ঞান আৰু প্ৰযুক্তি মঞ্চত ভাষণ দি গোৱেলে আমেৰিকা, ব্ৰিটেইন, ইউৰোপীয় সংঘ আৰু বিশ্বৰ আন কেইবাখনো দেশৰ সৈতে ভাৰতৰ বাণিজ্যিক আলোচনা কেনেদৰে আগবাঢ়িছে সেই সম্পৰ্কে তথ্য প্ৰদান কৰে। চুক্তিখনৰ সবিশেষ নিদিয়াকৈ গোৱেলে কয় যে আমাৰ সকলো বাণিজ্যিক আলোচনা ভালদৰে আগবাঢ়িছে।

আমি অমৃতকালত ‘উন্নত ভাৰত ২০৪৭’ লক্ষ্যৰ দিশত আমাৰ পথ সুনিশ্চিত কৰিব লাগিব। আনহাতে, কাৰ্নেগী গ্ল’বেল টেকন’লজি ছামিটত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰেও কয় যে ভাৰতৰ বাণিজ্য নীতিৰ বিষয়ে আমেৰিকাকে ধৰি কেইবাখনো দেশৰ সৈতে আলোচনা চলি আছে। 

ইতিমধ্যে দুয়োখন দেশৰ মাজত শুল্ক আৰু অনা শুল্কযুক্ত বাণিজ্য সন্দৰ্ভত আলোচনা আৰম্ভ হৈছে। নতুন দিল্লীত কম্প্ৰেহেন্সিভ টাৰ্মছ অৱ ৰেফাৰেন্স (TOR) চূড়ান্ত হোৱাৰ পিছত ভাৰত আৰু আমেৰিকাই ক্ষেত্ৰভিত্তিক আলোচনা তীব্ৰতৰ কৰি তোলে।

এই চৰ্তসমূহৰ লক্ষ্য হৈছে “পাৰস্পৰিকভাৱে লাভজনক, বহুপক্ষীয়” দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ (বি টি এ) সুবিধা প্ৰদান কৰা। ইয়াৰ উপৰি বজাৰত প্ৰৱেশ সম্প্ৰসাৰণ আৰু যোগান বৃদ্ধিৰ ভেটি স্থাপনৰ বাবে শুল্ক আৰু অনা শুল্ক বাধা আঁতৰোৱা।

Tags: বন্দুকৰ ভয় দেখুৱাই ভাৰতে কোনোভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তি সন্দৰ্ভত পীয়ুষ গোৱেলৰ মন্তব্যসিদ্ধান্ত নলয়
Share4Tweet3Send

Related Posts

US India trade deal I ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ মাত্ৰ এক শতাংশ বাকী, চুক্তি স্বাক্ষৰৰ ইংগিত আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ
National-International

by Staff Reporter
May 30, 2026
50
Strait of Hazmuz : হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে ৬০খন দেশৰ বৈঠক
National-International

Strait of Hormuz । ভাৰতীয় জাহাজে হৰমুজ প্ৰণালীৰ মাজেৰে মুক্তভাৱে কেনেদৰে যাত্ৰা কৰিছে, জনালে নতুন দিল্লীয়ে

by Staff Reporter
May 30, 2026
50
২৭জুনত ঘোষণা হব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফলাফল:
National-International

CBSE I ছাত্ৰ-ছাত্ৰীৰ বাবে চিবিএছইৰ এক ডাঙৰ সিদ্ধান্ত

by Staff Reporter
May 30, 2026
50
Twisha Sarma case I ত্বিশাৰ মৃত্যুৰ তিনিটা উত্তৰৰ সন্ধানত চিবিআই, তদন্তত ব্যৱহাৰ বিশেষ প্ৰক্ৰিয়া

Rocket explosion : আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছৰ ৰকেট পৰীক্ষাৰ সময়ত বিস্ফোৰণ

by News Desk
May 29, 2026
50
India’s mango : আলফনছ’-লাংৰা পৰীক্ষাত ‘অনুত্তীৰ্ণ’: ভাৰতৰ আম আমদানি নিষিদ্ধ কৰিলে জাপানে

ADVERTISEMENT
US India trade deal I ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ মাত্ৰ এক শতাংশ বাকী, চুক্তি স্বাক্ষৰৰ ইংগিত আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ
National-International

US India trade deal I ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ মাত্ৰ এক শতাংশ বাকী, চুক্তি স্বাক্ষৰৰ ইংগিত আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ

May 30, 2026
50
Strait of Hazmuz : হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে ৬০খন দেশৰ বৈঠক
National-International

Strait of Hormuz । ভাৰতীয় জাহাজে হৰমুজ প্ৰণালীৰ মাজেৰে মুক্তভাৱে কেনেদৰে যাত্ৰা কৰিছে, জনালে নতুন দিল্লীয়ে

May 30, 2026
50
২৭জুনত ঘোষণা হব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফলাফল:
National-International

CBSE I ছাত্ৰ-ছাত্ৰীৰ বাবে চিবিএছইৰ এক ডাঙৰ সিদ্ধান্ত

May 30, 2026
50
Twisha Sarma case I ত্বিশাৰ মৃত্যুৰ তিনিটা উত্তৰৰ সন্ধানত চিবিআই, তদন্তত ব্যৱহাৰ বিশেষ প্ৰক্ৰিয়া
National-International

Twisha Sarma case I ত্বিশাৰ মৃত্যুৰ তিনিটা উত্তৰৰ সন্ধানত চিবিআই, তদন্তত ব্যৱহাৰ বিশেষ প্ৰক্ৰিয়া

May 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

US India trade deal I ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ মাত্ৰ এক শতাংশ বাকী, চুক্তি স্বাক্ষৰৰ ইংগিত আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ

US India trade deal I ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ মাত্ৰ এক শতাংশ বাকী, চুক্তি স্বাক্ষৰৰ ইংগিত আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ

May 30, 2026
Strait of Hazmuz : হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে ৬০খন দেশৰ বৈঠক

Strait of Hormuz । ভাৰতীয় জাহাজে হৰমুজ প্ৰণালীৰ মাজেৰে মুক্তভাৱে কেনেদৰে যাত্ৰা কৰিছে, জনালে নতুন দিল্লীয়ে

May 30, 2026
২৭জুনত ঘোষণা হব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফলাফল:

CBSE I ছাত্ৰ-ছাত্ৰীৰ বাবে চিবিএছইৰ এক ডাঙৰ সিদ্ধান্ত

May 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT