ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Manipur Violence : মণিপুৰত শান্তি প্ৰচেষ্টা, কেন্দ্ৰৰ উদ্যোগত মেইটেই-কুকিৰ মুখামুখি বৈঠক

নিউজ ডেস্কঃ

News Desk by News Desk
April 5, 2025
Reading Time: 1 min read
A A
0
Manipur Violence : মণিপুৰত শান্তি প্ৰচেষ্টা, কেন্দ্ৰৰ উদ্যোগত মেইটেই-কুকিৰ মুখামুখি বৈঠক

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Manipur violence I মণিপুৰত পুনৰ উত্তেজনা, কুকি গাঁৱৰ মুৰব্বীৰ পত্নীক গুলীয়াই হত্যা

Monipur Violence I পুনৰ সংঘৰ্ষত জ্বলিছে মণিপুৰ, চৰকাৰী কাৰ্যালয়ত অগ্নিসংযোগ

Tragic Ambush I 2 Naga Cadres Killed by Indian Forces, Claims NSCN

মণিপুৰ (Manipur)ত শান্তি ঘূৰাই অনাৰ বাবে এইবাৰ কেন্দ্ৰীয় চৰকাৰে মেইটেই আৰু কুকি জনগোষ্ঠীৰ প্ৰতিনিধিৰ সৈতে বৈঠক (Meeting of representatives of Meitei-Kuki)ত মিলিত হয়। ২০২৩ চনৰ মে’ মাহৰ পৰা দুয়োটা জাতিৰ সংঘাতৰ বাবে মণিপুৰ উত্তপ্ত হৈ আহিছে। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখন বৰ্তমান ৰাষ্ট্ৰপতিৰ শাসনৰ অধীনত আছে। মণিপুৰৰ প্ৰশাসনিক কাম-কাজ চম্ভালি আছে ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ এটা প্ৰতিনিধি দলে মণিপুৰ ভ্ৰমণ কৰি পৰিস্থিতি অধ্যয়ন কৰে। ইয়াৰ মাজতে শনিবাৰে কেন্দ্ৰই দুই জনজাতিৰ প্ৰতিনিধিৰ সৈতে এক বৈঠকত মিলিত হয়। পি টি আইৰ সূত্ৰ অনুসৰি, দুয়োটা গোটৰ মাজত ‘সৌহাৰ্দ্যপূৰ্ণ সমাধান’ বিচাৰি এই বৈঠক আহ্বান কৰা হয়। উল্লেখ্য যে ২৩ মাহৰ এই সংঘাতত প্ৰথমবাৰৰ বাবে মেইটেই আৰু কুকি সম্প্ৰদায় দুটা মুখামুখি হয়।

Manipur 1 | ASSAM TIMES POST
মণিপুৰত শান্তি প্ৰচেষ্টা, কেন্দ্ৰৰ উদ্যোগত মেইটেই-কুকিৰ মুখামুখি বৈঠক

সংবাদ সংস্থা পি টি আইৰ মতে, অশান্ত ৰাজ্যখনত কেনেদৰে শান্তি ঘূৰাই আনিব পাৰি সেই সন্দৰ্ভত এক সিদ্ধান্ত গ্ৰহণৰ প্ৰয়াস কৰা হয়। শনিবাৰৰ বৈঠকত কুকি আৰু মেইটেই জনগোষ্ঠীৰ মাজত আস্থা আৰু পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ উপায়ৰ বিষয়েও আলোচনা কৰা হয়। বৈঠকত মেইটেই জনগোষ্ঠীৰ ৬ জন প্ৰতিনিধি আৰু কুকি জনগোষ্ঠীৰ ৯ জন প্ৰতিনিধি উপস্থিত থাকে। কেন্দ্ৰীয় প্ৰতিনিধি দলটোত থাকে চোৰাংচোৱা ব্যুৰোৰ অৱসৰপ্ৰাপ্ত বিশেষ সঞ্চালক এ কে মিশ্ৰ। অৱশ্যে বৈঠকত কি আলোচনা হয় সেই সন্দৰ্ভত বিতং তথ্য এতিয়ালৈকে ৰাজহুৱা কৰা হোৱা নাই।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: ManipurMeitei-KukiMeetingমণিপুৰমেইটেই-কুকিৰবৈঠক
Share5Tweet3Send

Related Posts

Escalating Tensions: Renewed Violence in Manipur as Kuki and Meitei Clashes Intensify
NORTHEAST

Manipur violence I মণিপুৰত পুনৰ উত্তেজনা, কুকি গাঁৱৰ মুৰব্বীৰ পত্নীক গুলীয়াই হত্যা

by Staff Reporter
June 21, 2025
50
Manipur Violence : মণিপুৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত প্ৰতিবাদকাৰী, আহত ২
NORTHEAST

Monipur Violence I পুনৰ সংঘৰ্ষত জ্বলিছে মণিপুৰ, চৰকাৰী কাৰ্যালয়ত অগ্নিসংযোগ

by Staff Reporter
June 9, 2025
52
Tragic Ambush I 2 Naga Cadres Killed by Indian Forces, Claims NSCN
NORTHEAST

Tragic Ambush I 2 Naga Cadres Killed by Indian Forces, Claims NSCN

by Staff Reporter
June 6, 2025
52
Brave Indian Army Conducts Lifesaving Rescue in North Sikkim
NORTHEAST

Brave Indian Army Conducts Lifesaving Rescue in North Sikkim

by Staff Reporter
June 4, 2025
52
Assam Flood Situations : এতিয়াও বানৰ কবলত ২৭ জিলা, বিগত ২৪ ঘণ্টাত বানত মৃত্যু ৫ জনৰ
NORTHEAST

Assam Floods । উত্তৰ-পূৰ্বাঞ্চলত বান-ভূমিস্খলনৰ তাণ্ডৱ, অসমত মৃত্যুৰ সংখ্যা ১১ জনলৈ বৃদ্ধি

by Staff Reporter
June 3, 2025
52
Arunachal Floods & Landslides: 10 Lives Lost, Hundreds Displaced, Urgent Caution Needed
NORTHEAST

Arunachal Floods & Landslides: 10 Lives Lost, Hundreds Displaced, Urgent Caution Needed

by ASSAM TIMES POST
June 2, 2025
58
ADVERTISEMENT
ডিফুত ১১ সংখ্যক আন্তৰ্জাতিক যোগ দিৱস উদযাপন, কাকৰ চিইএম ড: তুলিৰাম ৰংহাঙৰ যোগাভ্যাস
KARBI ANGLONG

ডিফুত ১১ সংখ্যক আন্তৰ্জাতিক যোগ দিৱস উদযাপন, কাকৰ চিইএম ড: তুলিৰাম ৰংহাঙৰ যোগাভ্যাস

June 21, 2025
50
Escalating Tensions: Renewed Violence in Manipur as Kuki and Meitei Clashes Intensify
NORTHEAST

Manipur violence I মণিপুৰত পুনৰ উত্তেজনা, কুকি গাঁৱৰ মুৰব্বীৰ পত্নীক গুলীয়াই হত্যা

June 21, 2025
50
Donald Trump । ট্ৰাম্পক শান্তিৰ নোবেল বঁটা প্ৰদানৰ পৰামৰ্শ পাকিস্তানৰ
National-International

Donald Trump । ট্ৰাম্পক শান্তিৰ নোবেল বঁটা প্ৰদানৰ পৰামৰ্শ পাকিস্তানৰ

June 21, 2025
50
International Day of Yoga I অন্ধ্ৰপ্ৰদেশৰ পৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ নেতৃত্ব প্ৰদান প্ৰধানমন্ত্ৰী মোদীৰ
National-International

International Day of Yoga I অন্ধ্ৰপ্ৰদেশৰ পৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ নেতৃত্ব প্ৰদান প্ৰধানমন্ত্ৰী মোদীৰ

June 21, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ডিফুত ১১ সংখ্যক আন্তৰ্জাতিক যোগ দিৱস উদযাপন, কাকৰ চিইএম ড: তুলিৰাম ৰংহাঙৰ যোগাভ্যাস

ডিফুত ১১ সংখ্যক আন্তৰ্জাতিক যোগ দিৱস উদযাপন, কাকৰ চিইএম ড: তুলিৰাম ৰংহাঙৰ যোগাভ্যাস

June 21, 2025
Escalating Tensions: Renewed Violence in Manipur as Kuki and Meitei Clashes Intensify

Manipur violence I মণিপুৰত পুনৰ উত্তেজনা, কুকি গাঁৱৰ মুৰব্বীৰ পত্নীক গুলীয়াই হত্যা

June 21, 2025
Donald Trump । ট্ৰাম্পক শান্তিৰ নোবেল বঁটা প্ৰদানৰ পৰামৰ্শ পাকিস্তানৰ

Donald Trump । ট্ৰাম্পক শান্তিৰ নোবেল বঁটা প্ৰদানৰ পৰামৰ্শ পাকিস্তানৰ

June 21, 2025

Categories

ALL NEWS (17393) Artificial Intelligence (1) Assam (13691) BREAKING NEWS (6483) Business (34) crime (20) cultural (5) Digital Transformation (2) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (419) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2042) Health & Fitness (630) Jobs & Career (7) KARBI ANGLONG (3399) Lifestyle (24) literature (16) National-International (10149) NORTHEAST (856) Novels (3) Photo (5) Poems (9) Political (138) Recipes (6) Science (1) Social Media (1) Sports News (496) Stories (16) Tech (14) Technology (1) Tourism (1) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d