ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Sports News

Sunil Shetri : অৱসৰ ভংগ কৰি পুনৰ খেলপথাৰলৈ উভতিল ফুটবলাৰ সুনীল ছেত্ৰী

নিউজ ডেস্কঃ

News Desk by News Desk
March 7, 2025
Reading Time: 1 min read
A A
0
Sunil Shetri : অৱসৰ ভংগ কৰি পুনৰ খেলপথাৰলৈ উভতিল ফুটবলাৰ সুনীল ছেত্ৰী

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ

Riyan Parag : ড্ৰেছিং ৰুমত চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ

T-20 World Cup 2026 : বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ বাবে ১৩১ কোটিৰ পুৰস্কাৰ ঘোষণা বিচিচিআইৰ

ভাৰতৰ কিংবদন্তি ফুটবলা (Footballer)ৰ তথা জাতীয় দলৰ এসময়ৰ অধিনায়ক সুনীল ছেত্ৰী (Sunil Chhetri)য়ে নিজৰ অৱসৰৰ সিদ্ধান্ত প্ৰত্যাহাৰ (Withdrawal of retirement decision) কৰিছে। ৪০ বছৰীয়া সুনীল ছেত্ৰীয়ে দেশক প্ৰতিনিধিত্ব কৰিবৰ বাবে পুনৰ খেলপথাৰলৈ উভতি আহিছে। উল্লেখ্য যে সুনীল ছেত্ৰী হৈছে ভাৰতৰ অভিলেখ সংখ্যক গ’ল স্ক’ৰাৰ। তেওঁ মাৰ্চ মাহত ফিফাৰ এক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ সময়ত ভাৰতীয় দলত যোগদান কৰিব। আনহাতে, ১৯ মাৰ্চত মালদ্বীপৰ বিৰুদ্ধে এখন প্ৰীতি মেচত তেওঁ ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব। তাৰ পিছত তেওঁ ২০২৭ এছিয়া কাপৰ বাবে তৃতীয় ৰাউণ্ডৰ কোৱালিফায়াৰত বাংলাদেশৰ বিৰুদ্ধে খেলিব।

Sunil 1 | ASSAM TIMES POST
অৱসৰ ভংগ কৰি পুনৰ খেলপথাৰলৈ উভতিল ফুটবলাৰ সুনীল ছেত্ৰী

উল্লেখ্য যে ২০২৪ চনৰ ৬ জুনত সুনীল ছেত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। ইফালে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনে সুনীল ছেত্ৰী পুনৰ দললৈ উভতি অহাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। ভাৰতীয় দলৰ প্ৰশিক্ষক মানোলো মাৰ্কেজেও এই কথা প্ৰকাশ কৰিছে। উল্লেখ্য যে ভাৰতীয় ফুটবল তাৰকাগৰাকীয়ে দেশৰ হৈ ১৯ বছৰ খেলিছে। আনহাতে, ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু লিঅ’নেল মেছিৰ পিছত সুনীল ছেত্ৰী হৈছে বিশ্বৰ তৃতীয় সৰ্বাধিক গ’ল স্ক’ৰাৰ। তেওঁৰ মুঠ গ’ল সংখ্যা হৈছে 94 টা। অৱশ্যে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ল’লেও বৰ্তমান তেওঁ আই এছ এলত বেংগালুৰু এফ চিৰ হৈ খেলি আছে। প্ৰতিযোগিতাখনত এতিয়ালৈকে তেওঁ 12 টা গ’ল কৰিছে।

Tags: SunilChhetriফুটবলাসুনীলছেত্ৰী
Share4Tweet3Send

Related Posts

IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ
Sports News

IPL 2026 : ৩০ অভাৰত ২৬৪ ৰাণত মাত্ৰ ২ উইকেট, আইপিএলত বুমৰাহৰ আটাইতকৈ শোচনীয় বছৰ

by News Desk
April 30, 2026
50
Riyan Parag : ড্ৰেছিং ৰুমত চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ
Sports News

Riyan Parag : ড্ৰেছিং ৰুমত চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ

by News Desk
April 30, 2026
50
T-20 World Cup 2026 : বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ বাবে ১৩১ কোটিৰ পুৰস্কাৰ ঘোষণা বিচিচিআইৰ
Sports News

T-20 World Cup 2026 : বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ বাবে ১৩১ কোটিৰ পুৰস্কাৰ ঘোষণা বিচিচিআইৰ

by News Desk
March 10, 2026
50
T20 World Cup final : বিশ্বকাপৰ ফাইনেলট ১৯ অভিলেখ; অভিষেক, সঞ্জু, ঈশানে অৰ্জন কৰিলে কৃতিত্ব
Sports News

T20 World Cup final : বিশ্বকাপৰ ফাইনেলট ১৯ অভিলেখ; অভিষেক, সঞ্জু, ঈশানে অৰ্জন কৰিলে কৃতিত্ব

by News Desk
March 9, 2026
50
T20 World Cup 2026 : বিশ্ব অভিলেখ ভংগ কৰি টি২০ বিশ্বকাপৰ ফাইনেলত ভাৰত, ভংগ হ’ল ১৯ টা অভিলেখ
Sports News

T20 World Cup 2026 : বিশ্ব অভিলেখ ভংগ কৰি টি২০ বিশ্বকাপৰ ফাইনেলত ভাৰত, ভংগ হ’ল ১৯ টা অভিলেখ

by News Desk
March 6, 2026
50
West Indies Team : বিশ্বকাপৰ অভিযান সমাপ্ত হৈছিল পাঁচ দিন আগতে কলকতাত আবদ্ধ ৱেষ্ট ইণ্ডিজ দল, যাব পৰা নাই স্বদেশলৈ
Sports News

West Indies Team : বিশ্বকাপৰ অভিযান সমাপ্ত হৈছিল পাঁচ দিন আগতে কলকতাত আবদ্ধ ৱেষ্ট ইণ্ডিজ দল, যাব পৰা নাই স্বদেশলৈ

by News Desk
March 5, 2026
50
ADVERTISEMENT
NEET-UG 2026 বাতিল I প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ, অনুষ্ঠিত হ’ব নতুন পৰীক্ষা
National-International

সৰিয়হৰ তলিতে ভূত ! ভিতৰৰ পৰাই এনইইটি প্ৰশ্নকাকত ফাদিল হৈছে, দিল্লী আদালতত দাবী চিবিআইৰ

May 15, 2026
50
NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে
National-International

‎এনইইটি পদ্ধতি সলনি কৰিব কেন্দ্ৰই

May 15, 2026
50
NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত
National-International

NEET UG 2026 I ২১ জুনত পুনৰ অনুষ্ঠিত হ’ব নীট পৰীক্ষা

May 15, 2026
50
Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ
National-International

Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ

May 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

NEET-UG 2026 বাতিল I প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ, অনুষ্ঠিত হ’ব নতুন পৰীক্ষা

সৰিয়হৰ তলিতে ভূত ! ভিতৰৰ পৰাই এনইইটি প্ৰশ্নকাকত ফাদিল হৈছে, দিল্লী আদালতত দাবী চিবিআইৰ

May 15, 2026
NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে

‎এনইইটি পদ্ধতি সলনি কৰিব কেন্দ্ৰই

May 15, 2026
NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত

NEET UG 2026 I ২১ জুনত পুনৰ অনুষ্ঠিত হ’ব নীট পৰীক্ষা

May 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx