ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Sheikh Hasina : দেশলৈ উভতিব হাছিনা, বাংলাদেশৰ জনসাধাৰণক বাৰ্তা

নিউজ ডেস্কঃ

News Desk by News Desk
February 18, 2025
Reading Time: 1 min read
A A
0
Sheikh Hasina : দেশলৈ উভতিব হাছিনা, বাংলাদেশৰ জনসাধাৰণক বাৰ্তা

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ

Modi vs Meta controversy : প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ আঁতৰোৱাৰ বিতৰ্ক; ক্ষমা বিচাৰিলে জুকাৰবাৰ্গে, কেন্দ্ৰৰ লগত আলোচনা

Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ

আৱামি লীগ (Awami League)ৰ বাবে অনুকূল পৰিস্থিতিৰ সৃষ্টি হ’লে বাংলাদেশলৈ উভতি যাব বিচাৰে (Wants to return to Bangladesh) প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা (Sheikh Hasina)। সোমবাৰে নিশা বাংলাদেশৰ জনসাধাৰণলৈ ভাৰ্চুৱেল বাৰ্তাযোগে (Virtual Message) এই কথা প্ৰকাশ কৰিবলৈ চেষ্টা কৰে আৱামী লীগৰ নেত্ৰীগৰাকীয়ে। সোমবাৰে নিশা আৱামি লীগৰ ছ’চিয়েল মিডিয়া পেজৰ পৰা লাইভ সম্প্ৰচাৰ কৰা হয় হাছিনাৰ ভাষণ। ভাষণৰ পিছত তেওঁ কিছু সাধাৰণ মহিলাৰ সৈতে কথাও পাতে। আৱামি লীগে দাবী কৰিছে যে সেই মহিলাসকল বাংলাদেশত জুলাই মাহৰ আন্দোলনৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা আৰক্ষী জোৱানৰ পৰিয়ালৰ সদস্য। কথা-বতৰাৰ সময়ত এজন আৰক্ষীৰ বিধৱা পত্নীয়ে হাছিনাক কয় যে তেওঁৰ স্বামীয়ে পৰিয়ালটোৰ বাবে একো এৰি যোৱা নাই। ঘৰত ল’ৰা-ছোৱালী আছে। এনে অৱস্থাত মহিলাগৰাকীয়ে হাছিনাৰ সহায় বিচাৰে। ইয়াৰ উত্তৰত হাছিনাই কয়, “অৱশ্যেই মই (সহায় )কৰিম। মই আহিম।”

আৱামি লীগে দাবী কৰিছে যে যোৱা বছৰ জুলাই-আগষ্ট আন্দোলনৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা আৰক্ষী জোৱানসকলৰ পৰিয়ালৰ সদস্যই বৰ্তমানৰ অন্তৱৰ্তীকালীন চৰকাৰৰ সময়ত ন্যায় লাভ কৰা নাই। হাচিনাই তেওঁলোকক আশ্বাস দিয়ে যে সেই পৰিয়ালসমূহেও ন্যায় পাব। তেওঁ কয়, “মই আছো। মই নিশ্চয় কোনোবাদিনা বিচাৰ কৰিম। তেওঁলোকে (অন্তৱৰ্তীকালীন চৰকাৰে) যিমানেই দোষমুক্ত নকৰক কিয়, এই হত্যাকাণ্ডৰ কোনো দোষমুক্তি নাই। হত্যাৰ বিচাৰ হয়। যেতিয়া মোৰ পিতৃ-মাতৃ আৰু তিনিজন ভাতৃক হত্যা কৰিছিল, তেতিয়াও দোষমুক্ত কৰা হৈছিল। কিন্তু মই তেওঁলোকৰ বিচাৰ কৰিলোঁ। এই আৰক্ষী হত্যাৰ বিচাৰো মই এদিন কৰিম।”

hasinjha | ASSAM TIMES POST
দেশলৈ উভতিব হাছিনা, বাংলাদেশৰ জনসাধাৰণক বাৰ্তা

উল্লেখযোগ্য যে ৰাষ্ট্ৰসংঘই শেহতীয়াকৈ বাংলাদেশৰ জুলাই-আগষ্ট আন্দোলন আৰু তাৰ পাছৰ পৰিণতি সম্পৰ্কে এক প্ৰতিবেদন প্ৰকাশ কৰিছে। উক্ত প্ৰতিবেদনত ৰাষ্ট্ৰসংঘই বিশ্বাস কৰে যে বাংলাদেশৰ পদচ্যুত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ চৰকাৰখন সম্ভৱতঃ মানৱীয়তা বিৰোধী কাৰ্যকলাপৰ সৈতে জড়িত আছিল। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ উচ্চায়ুক্ত ফালকাৰ তুৰ্কৰ মতে, “আৱামি লীগ চৰকাৰে ক্ষমতা বজাই ৰখাৰ বাবে নৃশংস পদক্ষেপ গ্ৰহণ কৰিছিল। ইয়াৰ উপৰি বাংলাদেশৰ বৰ্তমানৰ পৰিস্থিতিক লৈও ৰাষ্ট্ৰসংঘ চিন্তিত।” ‘ফেক্ট ফাইন্দিং টিম (তথ্যানুসন্ধান দল)’ৰ প্ৰতিবেদনৰ আধাৰত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগে হাছিনাৰ পিছৰ বাংলাদেশত শান্তি আৰু ৰাজনৈতিক স্পষ্টতা পুনৰ ঘূৰাই অনাৰ বাবে পাঁচটা বিষয়ৰ পৰামৰ্শ আগবঢ়াইছে।

ইফালে বাংলাদেশত ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ ওপৰত আলোচনা চলি থকাৰ সময়ত হাছিনাৰ মন্তব্যক যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি বিবেচনা কৰা হৈছে। সোমবাৰে নিশা ভাৰ্চুৱেল আলোচনাত হাছিনাই আৰক্ষীৰ পৰিয়ালৰ সদস্যসকলক আশ্বাস দিয়ে যে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক যি সহায়ৰ প্ৰয়োজন হয়, সেই সহায়ৰ ব্যৱস্থা কৰা হ’ব। কিন্তু কিছু সময় লাগিব বুলিও তেওঁ কয়। আৱামি লীগৰ নেত্ৰীগৰাকীয়ে কয়, “ধৈৰ্য্য ধৰক, অপেক্ষা কৰক। মই যেতিয়া ঘৰলৈ উভতি যাব পাৰিম তেতিয়া প্ৰতিটো পৰিয়ালক সহায় কৰিম। মই হত্যাকাৰীৰ বিৰুদ্ধেও গোচৰ চলাম।”

Tags: SheikhHasinaশ্বেখহাছিনা
Share4Tweet3Send

Related Posts

Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ
National-International

by News Desk
August 6, 2026
50
Modi vs Meta controversy : প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ আঁতৰোৱাৰ বিতৰ্ক; ক্ষমা বিচাৰিলে জুকাৰবাৰ্গে, কেন্দ্ৰৰ লগত আলোচনা
National-International

Modi vs Meta controversy : প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ আঁতৰোৱাৰ বিতৰ্ক; ক্ষমা বিচাৰিলে জুকাৰবাৰ্গে, কেন্দ্ৰৰ লগত আলোচনা

by News Desk
August 6, 2026
50
Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ
National-International

Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ

by News Desk
August 6, 2026
50
India slams Pakistan : ৩৭০ অনুচ্ছেদ বাতিলত হস্তক্ষেপ, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

Parliament monsoon session : আসন পুনৰ নিৰ্ধাৰণ বিধেয়কক লৈ স্থবিৰ সদন, বিৰোধী দুটা চৰ্তত অটল

August 5, 2026
50
Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা

ADVERTISEMENT
Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ

August 6, 2026
50
Modi vs Meta controversy : প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ আঁতৰোৱাৰ বিতৰ্ক; ক্ষমা বিচাৰিলে জুকাৰবাৰ্গে, কেন্দ্ৰৰ লগত আলোচনা
National-International

Modi vs Meta controversy : প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ আঁতৰোৱাৰ বিতৰ্ক; ক্ষমা বিচাৰিলে জুকাৰবাৰ্গে, কেন্দ্ৰৰ লগত আলোচনা

August 6, 2026
50
Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ
National-International

Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ

August 6, 2026
50
India slams Pakistan : ৩৭০ অনুচ্ছেদ বাতিলত হস্তক্ষেপ, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ
National-International

India slams Pakistan : ৩৭০ অনুচ্ছেদ বাতিলত হস্তক্ষেপ, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

August 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ

Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ

August 6, 2026
Modi vs Meta controversy : প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ আঁতৰোৱাৰ বিতৰ্ক; ক্ষমা বিচাৰিলে জুকাৰবাৰ্গে, কেন্দ্ৰৰ লগত আলোচনা

Modi vs Meta controversy : প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ আঁতৰোৱাৰ বিতৰ্ক; ক্ষমা বিচাৰিলে জুকাৰবাৰ্গে, কেন্দ্ৰৰ লগত আলোচনা

August 6, 2026
Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ

Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ

August 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT