বৃহস্পতিবাৰে দিনৰ ১ মান বজাত ডিফু (Diphu) কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ৰ কাষত (Near the Secretariat) কাৰবি আংলঙৰ বিৰোধী আঞ্চলিক ৰাজনৈতিক দল অল পাৰ্টী হিলছ লীডাৰ কনফাৰেন্স চমুকৈ (APHLC) এপিএইচএলচি দলে অৱস্থান ধৰ্ণা কাৰ্যসূচী (Dharna programme) ৰূপায়ণ কৰে৷

উল্লেখযোগ্য যে যোৱা ৯ ফেব্ৰুৱাৰীত এপিএইছএলচি দলৰ কেন্দ্ৰীয় সমিতিৰ নেতা হুকুমছিং টেৰণক বিজেপি কৰ্মী সকলে তেওঁৰ ঘৰত গৈ শাৰিৰীক ভাবে অপদস্থ কৰাৰ বিৰোধিতাৰে আজিৰ অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হৈছে বুলি কয় দলটোৰ লুম্বাজং কমুটিৰ সভীপতি ৰাজেন তিমুঙে।