ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Share Market । শ্বেয়াৰ বজাৰত পত্নীৰ ঋণ থাকিলে পৰিশোধৰ দায়িত্ব স্বামীৰ, উচ্চতম ন্যায়ালয়

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
February 12, 2025
Reading Time: 1 min read
A A
0
২৯ বছৰ কমাত থাকি সুস্থ হোৱাৰ পিছত হ’ল ১৩০ কোটি টকাৰ মালিক !

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Mamta Banerjee : মুখ্যমন্ত্ৰী পদ পদত্যাগ কৰিব নিবিচাৰে মমতাই, নতুন চৰকাৰে শপত গ্ৰহণ নকৰালৈকে ৰাজ্যত কি হ’ব?

WB Assembly election : নতুন মুখ্যমন্ত্ৰী চূড়ান্ত কৰাৰ পূৰ্বে পশ্চিমবংগৰ বিজেপি বিধায়কক সাক্ষাৎ কৰিব অমিত শ্বাহে

West Bengal violence : ফলাফল ঘোষণাৰ পিছতে উত্তপ্ত পশ্চিমবংগ, আক্ৰান্ত তৃণমূল কৰ্মী-কাৰ্যালয়

শ্বেয়াৰ বজাৰত (Share Market) যদি পত্নীৰ ঋণ থাকে তেন্তে সেই ঋণ পৰিশোধৰ দায়িত্ব স্বামীৰ ওপৰত থাকিব। তাৰ বাবে মৌখিক চুক্তিয়েই যথেষ্ট।  সোমবাৰে উচ্চতম ন্যায়ালয়ে এক গোচৰত শুনানি গ্ৰহণ কৰি এই ৰায়দান কৰে।

Share Market ।
শ্বেয়াৰ বজাৰত পত্নীৰ ঋণ থাকিলে পৰিশোধৰ দায়িত্ব স্বামীৰ:

ন্যায়াধীশ পি এছ নৰসিং আৰু ন্যায়াধীশ সন্দীপ মেহতাৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠত এটা গোচৰ উত্থাপন হয়, য’ত পতি-পত্নী দুয়োৱো শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিছিল। দম্পতীটোৰ ‘ষ্টক ব্ৰ’কাৰ’ হৈ পৰিল পত্নীৰ ষ্টক মাৰ্কেটৰ ঋণ। তাৰ পিছত ন্যায়াধিকৰণে স্বামী-স্ত্ৰী দুয়োকে ঋণী বুলি ধৰাৰ পিছত আদালতত গোচৰটো দাখিল কৰা হয়।

সোমবাৰে গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ নৰসিং আৰু ন্যায়াধীশ মেহতাই পৰ্যবেক্ষণ কৰে যে মৌখিক চুক্তিৰ ভিত্তিত পত্নীৰ শ্বেয়াৰ বজাৰৰ ঋণৰ বাবে স্বামীক যৌথভাৱে বা এককভাৱে জগৰীয়া কৰিব পাৰি। আদালতে ৰায় দিয়ে যে ন্যায়াধিকৰণে স্বামীৰ বিৰুদ্ধে এই ব্যৱস্থা বলৱৎ কৰিব পাৰে। ৰায়দানৰ পূৰ্বে খণ্ড বিচাৰপীঠে ১৯৪৭ চনৰ বম্বে ষ্টক এক্সচেঞ্জ এক্টৰ এটা ধাৰা উল্লেখ কৰে।

আদালতৰ সূত্ৰ অনুসৰি, আবেদনকাৰী ষ্টক ব্ৰ’কাৰৰ স্বামী-স্ত্ৰীৰ পৃথক পৃথক ‘ট্ৰেডিং একাউণ্ট’ আছিল। পূৰ্বতে মৌখিক আলোচনাত যৌথভাৱে দুটা একাউণ্ট চলাইছিল। শ্বেয়াৰ বজাৰত ব্যৱসায় কৰাৰ বাবে পত্নীক ক্ষতিপূৰণ দিবলৈ স্বামীৰ একাউণ্টৰ পৰা ধন কৰ্তন কৰা হয়। পিছলৈ তেওঁলোকৰ ডেবিট বেলেন্স যথেষ্ট বৃদ্ধি পায়। ইয়াৰ বাবে স্বামীয়ে ন্যায়াধিকৰণৰ কাষ চাপে। কিন্তু তাত কোৱা হয় যে এয়া দুয়োজনৰে দায়িত্ব।

গতিকে ঋণৰ বোজাও স্বামীৰ।
কিন্তু উচ্চতম ন্যায়ালয়ে স্বামীৰ দাবী নাকচ কৰি ন্যায়াধিকৰণৰ সপক্ষে ৰায় দিয়ে। ন্যায়াধিকৰণ আৰু উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি স্বামীয়ে বাৰ্ষিক ৯ শতাংশ সুতৰে ১ কোটি ১৮ লাখ ৫৮ টকাৰ ঋণ পৰিশোধ কৰিব লাগিব।

Tags: উচ্চতম ন্যায়ালয়ঋণ থাকিলে পৰিশোধৰ দায়িত্ব স্বামীৰশ্বেয়াৰ বজাৰত পত্নীৰ
Share4Tweet3Send

Related Posts

Mamta Banerjee : মুখ্যমন্ত্ৰী পদ পদত্যাগ কৰিব নিবিচাৰে মমতাই, নতুন চৰকাৰে শপত গ্ৰহণ নকৰালৈকে ৰাজ্যত কি হ’ব?
National-International

by News Desk
May 5, 2026
50
WB Assembly election : নতুন মুখ্যমন্ত্ৰী চূড়ান্ত কৰাৰ পূৰ্বে পশ্চিমবংগৰ বিজেপি বিধায়কক সাক্ষাৎ কৰিব অমিত শ্বাহে
National-International

WB Assembly election : নতুন মুখ্যমন্ত্ৰী চূড়ান্ত কৰাৰ পূৰ্বে পশ্চিমবংগৰ বিজেপি বিধায়কক সাক্ষাৎ কৰিব অমিত শ্বাহে

by News Desk
May 5, 2026
50
West Bengal violence : ফলাফল ঘোষণাৰ পিছতে উত্তপ্ত পশ্চিমবংগ, আক্ৰান্ত তৃণমূল কৰ্মী-কাৰ্যালয়
National-International

West Bengal violence : ফলাফল ঘোষণাৰ পিছতে উত্তপ্ত পশ্চিমবংগ, আক্ৰান্ত তৃণমূল কৰ্মী-কাৰ্যালয়

by News Desk
May 5, 2026
50
West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি
National-International

PM Modi I বিজেপিয়ে বংগলৈ উন্নয়নৰ জোৱাৰ কঢ়িয়াই আনিব; পশ্চিমবংগৰ ৰাজপাট দখল কৰি প্ৰধানমন্ত্ৰী

by Staff Reporter
May 5, 2026
50
West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি
National-International

West Bengal election I মমতা বেনাৰ্জীৰ দুৰ্গ খহাবলৈ কেনেদৰে সক্ষম হ’ল বিজেপি

by Staff Reporter
May 5, 2026
50
Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ
National-International

Assam election 2026 : লুৰীণ-গৌৰৱ হাৰিলেও বিধানসভালৈ দ্বিতীয়বাৰ আহিব অখিল গগৈ

by News Desk
May 4, 2026
50
ADVERTISEMENT
Assam Assembly : বিৰোধী দলপতি অবিহনেই এইবাৰ গঠন হ’ব নেকি অসম বিধানসভা
Assam

Assam Assembly : বিৰোধী দলপতি অবিহনেই এইবাৰ গঠন হ’ব নেকি অসম বিধানসভা

May 5, 2026
50
Mamta Banerjee : মুখ্যমন্ত্ৰী পদ পদত্যাগ কৰিব নিবিচাৰে মমতাই, নতুন চৰকাৰে শপত গ্ৰহণ নকৰালৈকে ৰাজ্যত কি হ’ব?
National-International

Mamta Banerjee : মুখ্যমন্ত্ৰী পদ পদত্যাগ কৰিব নিবিচাৰে মমতাই, নতুন চৰকাৰে শপত গ্ৰহণ নকৰালৈকে ৰাজ্যত কি হ’ব?

May 5, 2026
50
WB Assembly election : নতুন মুখ্যমন্ত্ৰী চূড়ান্ত কৰাৰ পূৰ্বে পশ্চিমবংগৰ বিজেপি বিধায়কক সাক্ষাৎ কৰিব অমিত শ্বাহে
National-International

WB Assembly election : নতুন মুখ্যমন্ত্ৰী চূড়ান্ত কৰাৰ পূৰ্বে পশ্চিমবংগৰ বিজেপি বিধায়কক সাক্ষাৎ কৰিব অমিত শ্বাহে

May 5, 2026
50
West Bengal violence : ফলাফল ঘোষণাৰ পিছতে উত্তপ্ত পশ্চিমবংগ, আক্ৰান্ত তৃণমূল কৰ্মী-কাৰ্যালয়
National-International

West Bengal violence : ফলাফল ঘোষণাৰ পিছতে উত্তপ্ত পশ্চিমবংগ, আক্ৰান্ত তৃণমূল কৰ্মী-কাৰ্যালয়

May 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Assembly : বিৰোধী দলপতি অবিহনেই এইবাৰ গঠন হ’ব নেকি অসম বিধানসভা

Assam Assembly : বিৰোধী দলপতি অবিহনেই এইবাৰ গঠন হ’ব নেকি অসম বিধানসভা

May 5, 2026
Mamta Banerjee : মুখ্যমন্ত্ৰী পদ পদত্যাগ কৰিব নিবিচাৰে মমতাই, নতুন চৰকাৰে শপত গ্ৰহণ নকৰালৈকে ৰাজ্যত কি হ’ব?

Mamta Banerjee : মুখ্যমন্ত্ৰী পদ পদত্যাগ কৰিব নিবিচাৰে মমতাই, নতুন চৰকাৰে শপত গ্ৰহণ নকৰালৈকে ৰাজ্যত কি হ’ব?

May 5, 2026
WB Assembly election : নতুন মুখ্যমন্ত্ৰী চূড়ান্ত কৰাৰ পূৰ্বে পশ্চিমবংগৰ বিজেপি বিধায়কক সাক্ষাৎ কৰিব অমিত শ্বাহে

WB Assembly election : নতুন মুখ্যমন্ত্ৰী চূড়ান্ত কৰাৰ পূৰ্বে পশ্চিমবংগৰ বিজেপি বিধায়কক সাক্ষাৎ কৰিব অমিত শ্বাহে

May 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT