ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Delhi Election Results 2025 I মোৰ কথাত গুৰুত্ব নিয়াৰ ফল, কেজৰিৱালৰ ওপৰত গুৰুতৰ অভিযোগ ‘গুৰু’ আন্না হাজাৰেৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
February 8, 2025
Reading Time: 1 min read
A A
0
Delhi Election Results 2025 I মোৰ কথাত গুৰুত্ব নিয়াৰ ফল, কেজৰিৱালৰ ওপৰত গুৰুতৰ অভিযোগ ‘গুৰু’ আন্না হাজাৰেৰ

Oplus_131072

RELATED POSTS

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

New Logo Smal | ASSAM TIMES POST

দিল্লী বিধানসভা নিৰ্বাচনত পৰাস্ত হৈছে আম আদমি পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল (Arvind Kejriwal)। ইফালে নিৰ্বাচনী ফলাফলৰ পিছতে দুখ প্ৰকাশ কৰে সমাজকৰ্মী আন্না হাজাৰেয়ে।

Delhi Election Results 2025 I
কেজৰিৱালৰ ওপৰত গুৰুতৰ অভিযোগ ‘গুৰু’ আন্না হাজাৰেৰ:

নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি নিৰ্বাচনত সফলতা লাভ কৰিবলৈ কি কৰিব লাগে সেই কথা কেজৰিৱালক বিগত সময়ছোৱাত বাৰে বাৰে বুজাই অহা বুলি উল্লেখ কৰে আন্না হাজাৰেয়ে। কিন্তু তেওঁৰ কথাত আপ প্ৰধানে গুৰুত্ব দিয়াৰ পৰিৱৰ্তে তেওঁ ধন-সম্পত্তিৰ প্ৰতি আকৰ্ষিত হোৱা বুলি উল্লেখ কৰে।

দিল্লী নিৰ্বাচন সন্দৰ্ভত আন্নাই কয়, “মই আগতেও কৈ আহিছো, নিৰ্বাচনৰ সময়ত প্ৰাৰ্থীৰ আচৰণ আৰু চিন্তা-চৰ্চা বিশুদ্ধ হ’ব লাগে। নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ এজন প্ৰাৰ্থীৰ জীৱন নিৰ্মল হ’ব লাগিব। তেওঁৰ জীৱনত ত্যাগ থাকিব লাগে। এই গুণবোৰে ভোটাৰৰ আস্থা জগাই তোলে। এই কথা মই বহুবাৰ কৈছো।

কিন্তু এই সকলোবোৰ তেওঁৰ (কেজৰিৱালৰ) মনত প্ৰৱেশ কৰা নাছিল। তেওঁ সুৰাক অধিক গুৰুত্ব দিয়ে। কিয় আহিল সুৰাৰ দোকানৰ বিষয়? কাৰণ তেওঁ ধন-সম্পত্তিত নিমজ্জিত হ’ল।”
উল্লেখ্য যে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী কেজৰিৱালৰ সৈতে আন্নাৰ একালৰ ‘বন্ধুত্ব’ক লৈ ব্যাপক চৰ্চা চলিছে।

২০১১ চনত কেজৰিৱালক তদানীন্তন কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে আন্নাৰ আন্দোলনৰ মঞ্চত দেখা গৈছিল। সেই সময়ত কেজৰিৱালক আন্নাৰ ‘শিষ্য’ বুলি ব্যাখ্যা কৰিছিল। কিন্তু বৰ্তমান ‘গুৰু-শিষ্য’ সম্পৰ্কৰ মাজত ফাঁট মেলিছে। ২০১২ চনত কেজৰিৱালে ৰাজনৈতিক দল আপ গঠন কৰিছিল যদিও ৰাজনৈতিক দল গঠনত আন্নাৰ প্ৰবল ‘আপত্তি’ আছিল।

দিল্লী বিধানসভাৰ ভোট গণনা চলি আছে। চৰকাৰ গঠনৰ বাবে ৭০খন আসনৰ ভিতৰত ৩৬খন আসনৰ প্ৰয়োজন। এতিয়ালৈকে আপ সংখ্যাগৰিষ্ঠতাৰ সংখ্যাতকৈ বহু পিছপৰি আছে।

কেজৰিৱাল, মনীষ চিছোডিয়া, সত্যেন্দ্ৰ জৈনৰ দৰে আপৰ আগশাৰীৰ নেতাসকল পৰাস্ত হৈছে। দিল্লীত এটা দশক ধৰি ক্ষমতাত থকা কেজৰিৱালৰ দলটোৰ ওপৰত এতিয়া সকলোৰে এটাই দৃষ্টি, দলটোৰ ভাগ্যত কিমানখন আসন আছে। তেনে পৰিস্থিতিতে আন্না হাজাৰেয়ে কেজৰিৱাল সন্দৰ্ভত মুখ খুলিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: 'গুৰু' আন্না হাজাৰেৰকেজৰিৱালৰ ওপৰত গুৰুতৰ অভিযোগমোৰ কথাত গুৰুত্ব নিয়াৰ ফল
Share4Tweet3Send

Related Posts

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক
National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

by News Desk
September 8, 2026
51
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ
National-International

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

by News Desk
September 8, 2026
51
Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা
National-International

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

by News Desk
September 8, 2026
52
Gyanesh Kumar : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ আমোলা কন্যাক ন্যায়ালয়ৰ তীব্ৰ ভৰ্ৎসনা, ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ
National-International

Gyanesh Kumar : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ আমোলা কন্যাক ন্যায়ালয়ৰ তীব্ৰ ভৰ্ৎসনা, ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ

by News Desk
September 8, 2026
51
গাড়ীৰ ভিতৰত কণ্ডাক্টৰে পালে ৩ লাখ, তাৰ পিছত কৰিলে এই কাম
National-International

গাড়ীৰ ভিতৰত কণ্ডাক্টৰে পালে ৩ লাখ, তাৰ পিছত কৰিলে এই কাম

by News Desk
September 8, 2026
51
Scorpio car : মালিক থাকে ইজৰাইলত স্ক’ৰপিঅ’ থাকে বিহাৰত, গাড়ী চুৰিৰ ভয়ত কৰিলে এই কাম
National-International

Scorpio car : মালিক থাকে ইজৰাইলত স্ক’ৰপিঅ’ থাকে বিহাৰত, গাড়ী চুৰিৰ ভয়ত কৰিলে এই কাম

by News Desk
September 8, 2026
51
ADVERTISEMENT
PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক
National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

September 8, 2026
51
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি
Guwahati

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

September 8, 2026
52
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ
National-International

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

September 8, 2026
51
Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা
National-International

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

September 8, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

September 8, 2026
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

September 8, 2026
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

September 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d