ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Drugs Seized I লাহৰিজানত হেৰইনসহ সন্দেহযুক্ত ব্যক্তিৰ আটক

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
February 5, 2025
Reading Time: 1 min read
A A
0
Drugs Seized I লাহৰিজানত হেৰইনসহ সন্দেহযুক্ত ব্যক্তিৰ আটক

New Logo Smal 4 | ASSAM TIMES POST

RELATED POSTS

বোকাজানত পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা

biren singh engti passed away : প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেন সিং ইংতিৰ দেহাৱসান

Deadly Su-30MKI Crash in Karbi Anglong Kills Two IAF Pilots

বুধবাৰে দিনৰ প্ৰায় ১ বজাত লাহৰিজান এক গোপন খবৰৰ ভিত্তিত সন্দেহযুক্ত হেৰইন সহ খটখটী আৰক্ষীৰ জালত পৰে এক সৰবৰাহকাৰী ৷ গোপন খবৰৰ ভিত্তিত খটখটী আৰক্ষীয়ে অসম -নাগালেণ্ড সীমান্তৰ লাহৰিজানত খোজকাঢ়ি খটখটী অভিমুখে গৈ থকা এজন লোকক তালাচী চলাই লোকজনৰ পৰা ১ টা ধঁপাতৰ টেমা আৰু ৭ ধঁপাত টেমাৰ টুপিত ভৰাই অনা মুঠ  ‘১২০ গ্ৰাম সন্দেহযুক্ত হেৰইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

লাহৰিজানত হেৰইনসহ সন্দেহযুক্ত ব্যক্তিৰ আটক
লাহৰিজানত হেৰইনসহ সন্দেহযুক্ত ব্যক্তিৰ আটক :

হেৰইনখিনি সৰবৰাহৰ লগত জড়িত নগাওঁ জিলাৰ কচুৱা গেৰজাই পামৰ কুৰফান আলী (৩০) বছৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ হেৰইনখিনি নিৰপেক্ষ সাক্ষী গণৰ সাক্ষাতে জব্দ কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

Tags: ১২০ গ্ৰাম হেৰইনঅভিযানঅসম -নাগালেণ্ড সীমান্তঅসম আৰক্ষীআইনশৃঙ্খলাআৰক্ষী আটকআৰক্ষী জালত পৰাখটখটী আৰক্ষীগোপন অভিযানগোপন খবৰতদন্তনগাওঁ জিলাৰ কচুৱানৰকোটিকসনিৰপেক্ষ সাক্ষীপামৰ কুৰফান আলীবুধবাৰেমাদক নেশামাদক সৰবৰাহমাদকৰ বিৰোধী অভিযানলাহৰিজানলোকজনৰ পৰা ধঁপাত টেমাসন্দেহযুক্ত হেৰ'ইনসৰবৰাহকাৰীহেৰ'ইন উদ্ধাৰহেৰইন ব্যৱসায়
Share4Tweet3Send

Related Posts

বোকাজানত পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা
KARBI ANGLONG

বোকাজানত পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা

by Staff Reporter
March 14, 2026
50
biren singh engti passed away : প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেন সিং ইংতিৰ দেহাৱসান
KARBI ANGLONG

biren singh engti passed away : প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেন সিং ইংতিৰ দেহাৱসান

by News Desk
March 10, 2026
50
Deadly Su-30MKI Crash in Karbi Anglong Kills Two IAF Pilots
KARBI ANGLONG

Deadly Su-30MKI Crash in Karbi Anglong Kills Two IAF Pilots

by Staff Reporter
March 6, 2026
50
Breaking : Sukhoi-30 Fighter Jet Crashes in Assam’s Karbi Anglong
KARBI ANGLONG

Breaking : Sukhoi-30 Fighter Jet Crashes in Assam’s Karbi Anglong

by News Desk
March 5, 2026
50
Heartbreaking Road Accident Claims Two Lives on Nagaland’s Dikhu Road
KARBI ANGLONG

ডিফুত ভয়াৱহ পথ দুর্ঘটনাত এজন নিহত, দুজন আহত

by Staff Reporter
March 1, 2026
50
CM Diphu visit : ডিফুত কাৰ্বি পুৰোহিতক আৰ্থিক সাহায্য আৰু আত্মনিৰ্ভৰ অসম অভিযানৰ চেক প্ৰদান মুখ্যমন্ত্ৰীৰ
KARBI ANGLONG

CM Diphu visit : ডিফুত কাৰ্বি পুৰোহিতক আৰ্থিক সাহায্য আৰু আত্মনিৰ্ভৰ অসম অভিযানৰ চেক প্ৰদান মুখ্যমন্ত্ৰীৰ

by News Desk
February 17, 2026
50
ADVERTISEMENT
Middle East War : মূৰৰ ওপৰেৰে মুহূৰ্তে মুহূৰ্তে গৈছে মিছাইল : যুদ্ধৰ মাজতে হৰমুজত আবদ্ধ ভাৰতীয় নাবিক
National-International

Middle East War : মূৰৰ ওপৰেৰে মুহূৰ্তে মুহূৰ্তে গৈছে মিছাইল : যুদ্ধৰ মাজতে হৰমুজত আবদ্ধ ভাৰতীয় নাবিক

March 14, 2026
50
Iran war : তেল সন্দৰ্ভত ভাৰতৰ উদ্ধৃতি আমেৰিকাক আক্ৰমণ ইৰাণৰ বৈদেশিক মন্ত্ৰীৰ
National-International

Iran war : তেল সন্দৰ্ভত ভাৰতৰ উদ্ধৃতি আমেৰিকাক আক্ৰমণ ইৰাণৰ বৈদেশিক মন্ত্ৰীৰ

March 14, 2026
50
Sonam Wangchuk : ছমাহৰ পিছত মুকলি কৰি দিলে লাডাখৰ পৰিৱেশ কৰ্মী সোণম ৱাংচুকক
National-International

Sonam Wangchuk : ছমাহৰ পিছত মুকলি কৰি দিলে লাডাখৰ পৰিৱেশ কৰ্মী সোণম ৱাংচুকক

March 14, 2026
50
Iran Air attack : ছৌদিৰ বিমান ঘাটিত ক্ষেপণাস্ত্ৰ আক্ৰমণ ইৰাণৰ : পাঁচখন আমেৰিকান সামৰিক বিমান গুলীয়াই ভূপতিত
National-International

Iran Air attack : ছৌদিৰ বিমান ঘাটিত ক্ষেপণাস্ত্ৰ আক্ৰমণ ইৰাণৰ : পাঁচখন আমেৰিকান সামৰিক বিমান গুলীয়াই ভূপতিত

March 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Middle East War : মূৰৰ ওপৰেৰে মুহূৰ্তে মুহূৰ্তে গৈছে মিছাইল : যুদ্ধৰ মাজতে হৰমুজত আবদ্ধ ভাৰতীয় নাবিক

Middle East War : মূৰৰ ওপৰেৰে মুহূৰ্তে মুহূৰ্তে গৈছে মিছাইল : যুদ্ধৰ মাজতে হৰমুজত আবদ্ধ ভাৰতীয় নাবিক

March 14, 2026
Iran war : তেল সন্দৰ্ভত ভাৰতৰ উদ্ধৃতি আমেৰিকাক আক্ৰমণ ইৰাণৰ বৈদেশিক মন্ত্ৰীৰ

Iran war : তেল সন্দৰ্ভত ভাৰতৰ উদ্ধৃতি আমেৰিকাক আক্ৰমণ ইৰাণৰ বৈদেশিক মন্ত্ৰীৰ

March 14, 2026
Sonam Wangchuk : ছমাহৰ পিছত মুকলি কৰি দিলে লাডাখৰ পৰিৱেশ কৰ্মী সোণম ৱাংচুকক

Sonam Wangchuk : ছমাহৰ পিছত মুকলি কৰি দিলে লাডাখৰ পৰিৱেশ কৰ্মী সোণম ৱাংচুকক

March 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx