ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Heroin seized : বোকাজানত ৭ কোটি টকা মূল্যৰ হেৰ’ইনসহ সৰবৰাহকাৰী আটক

ষ্টাফ ৰিপ'ৰ্টাৰঃ ডিফু

News Desk by News Desk
January 28, 2025
Reading Time: 1 min read
A A
0

New Logo Smal 3 | ASSAM TIMES POST
মঙলবাৰে দিনৰ ১ বজাত বোকাজান আৰক্ষী (Bokajan Police)ৰ সূত্ৰৰ পৰা জানিব পৰি সোমবাৰে নিশা প্ৰায় চাৰে এঘাৰ বজাত এক গোপন খবৰৰ ভিত্তিত বোকাজান আৰক্ষীৰ বিশেষ তালাচীত জব্দ কৰা হয় বুজন পৰিমানৰ সন্দেহযুক্ত হেৰ’ইন (Heroin seized)৷

বোকাজানত ৭ কোটি টকা মূল্যৰ হেৰ'ইন জব্দ
বোকাজানত ৭ কোটি টকা মূল্যৰ হেৰ’ইন জব্দ:

বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত শুকানজানস্থিত ৩৯ নং ৰাষ্ট্রীয় ঘাইপথত আৰক্ষীৰ বিশেষ তালাচীত ৭০টা চাবোনৰ প্লাষ্টিকৰ পেকেটত জব্দ ৭৪৫.৭৪ গ্ৰাম হেৰ’ইন উদ্ধাৰ (745.74 grams of heroin recovered) কৰিবলৈ সক্ষম হয় আৰক্ষী৷

RELATED POSTS

দুদিনীয়া ভ্ৰমণসূচীলৈ ডিফুত উপস্থিত অসমৰ ৰাজ্যপাল লক্ষ্মণ আচাৰ্য

Gaurav Gogoi Iফেইচবুক লাইভ : ডিফুত  গৌৰৱ গগৈৰ বিৰুদ্ধে জ্বলিছে প্ৰতিবাদৰ জুই

Gaurav Gogoi Iগৌৰৱ গগৈৰ Facebook Live: জনজাতীয় সংগঠনসমূহৰ তীব্ৰ প্ৰতিবাদ আৰু ৰাজনৈতিক বিতৰ্ক

ডিমাপুৰৰ পৰা গোলাঘাটৰ দিশে গৈ থকা AS-01-RC-0882 নম্বৰৰ ট্ৰাকত উদ্ধাৰ কৰা হৈছে হেৰ’ইনখিনি ৷ হেৰইনখিনিৰ বজাৰ মূল্য প্ৰায় ৭ কোটি টকা হব বুলি অনুমান কৰা হৈছে৷

৭০টা চাবোনৰ প্লাষ্টিকৰ পেকেটত জব্দ ৭৪৫.৭৪ গ্ৰাম হেৰ'ইন
৭০টা চাবোনৰ প্লাষ্টিকৰ পেকেটত জব্দ ৭৪৫.৭৪ গ্ৰাম হেৰ’ইন

জব্দকৃত হেৰ’ইনৰ আৰক্ষীয়ে ট্ৰাকখনৰ চালক (driver of the truck) ধিঙৰ ৰমজান আলিক আটক (Ramzan Ali arrested) কৰি জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: HeroinSeizedহেৰ'ইনজব্দ
Share6Tweet4Send

Related Posts

দুদিনীয়া ভ্ৰমণসূচীলৈ ডিফুত উপস্থিত অসমৰ ৰাজ্যপাল লক্ষ্মণ আচাৰ্য
KARBI ANGLONG

দুদিনীয়া ভ্ৰমণসূচীলৈ ডিফুত উপস্থিত অসমৰ ৰাজ্যপাল লক্ষ্মণ আচাৰ্য

by Staff Reporter
July 10, 2025
83
Gaurav Gogoi Iফেইচবুক লাইভ : ডিফুত  গৌৰৱ গগৈৰ বিৰুদ্ধে জ্বলিছে প্ৰতিবাদৰ জুই
KARBI ANGLONG

Gaurav Gogoi Iফেইচবুক লাইভ : ডিফুত  গৌৰৱ গগৈৰ বিৰুদ্ধে জ্বলিছে প্ৰতিবাদৰ জুই

by ASSAM TIMES POST
July 8, 2025
80
Gaurav Gogoi Iগৌৰৱ গগৈৰ Facebook Live: জনজাতীয় সংগঠনসমূহৰ তীব্ৰ প্ৰতিবাদ আৰু ৰাজনৈতিক বিতৰ্ক
KARBI ANGLONG

Gaurav Gogoi Iগৌৰৱ গগৈৰ Facebook Live: জনজাতীয় সংগঠনসমূহৰ তীব্ৰ প্ৰতিবাদ আৰু ৰাজনৈতিক বিতৰ্ক

by ASSAM TIMES POST
July 7, 2025
70
ডিফু-মাঞ্জা পথৰ ভয়ঙ্কৰ পথ দুৰ্ঘটনা, বলেৰ’ বাহনৰ চালক সহ ছয় গৰাকী যাত্ৰী কম-বেছি পৰিমানে আহত
KARBI ANGLONG

ডিফু-মাঞ্জা পথৰ ভয়ঙ্কৰ পথ দুৰ্ঘটনা, বলেৰ’ বাহনৰ চালক সহ ছয় গৰাকী যাত্ৰী কম-বেছি পৰিমানে আহত

by Staff Reporter
July 6, 2025
53
কাৰ্বি আংলঙৰ উন্নয়ন: বিজেপিৰ শাসনৰ সময়ত অভূতপূৰ্ব পৰিৱৰ্তন
KARBI ANGLONG

কাৰ্বি আংলঙৰ উন্নয়ন: বিজেপিৰ শাসনৰ সময়ত অভূতপূৰ্ব পৰিৱৰ্তন

by ASSAM TIMES POST
July 5, 2025
67
ডিফুত গৌৰৱ গগৈৰ সংবাদমেল, ষষ্ঠ অনুসূচীৰ ক্ষমতাত মুখ্য মন্ত্ৰীৰ আঘাত কৰাৰ অভিযোগ গৌৰৱ গগৈৰ
KARBI ANGLONG

ডিফুত গৌৰৱ গগৈৰ সংবাদমেল, ষষ্ঠ অনুসূচীৰ ক্ষমতাত মুখ্য মন্ত্ৰীৰ আঘাত কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

by ASSAM TIMES POST
July 5, 2025
63
ADVERTISEMENT
Tried to Rape 6 month age child : পিতৃ-মাতৃৰ অনুপস্থিতিত ৬ মহীয়া শিশুক ধৰ্ষণৰ চেষ্টা, আত্মীয়ক গ্ৰেপ্তাৰ
National-International

dead child alive I মৃত ঘোষণাৰ প্ৰায় ১২ ঘণ্টাৰ পাছত কান্দি উঠিল কেঁচুৱাই

July 11, 2025
50
মদৰ নিচাত মাঘৰ সংক্ৰান্তিত ছাগলী বুলি দিলে নৰবলি!
National-International

Father killed tennis player I ৰিল বনোৱাৱাই কাল হ’ল, পিতৃয়ে গুলীয়াই হত্যা কৰিলে কিশোৰী টেনিছ খেলুৱৈক

July 11, 2025
50
NASA I ভাৰতীয় মহাকাশচাৰী শুভাংশুৰ মহাকাশ যাত্ৰাৰ প্ৰস্তুতি পূৰ্ণগতিত
National-International

Shubhanshu Shukla । ২৩০ বাৰ সূৰ্যোদয়, দুসপ্তাহত মহাকাশত ১০ লাখ কিলোমিটাৰ অতিক্ৰম কৰিলে সুভাংশুৱে

July 11, 2025
50
Gujarat bridge collapse I এখনৰ পিছত আনখন গাড়ী পৰিল নদীত, গুজৰাটত দলং ভাঙি ৯ জনৰ মৃত্যু
National-International

Gujarat bridge collapse I গুজৰাটৰ দলং দুৰ্যোগ প্ৰতিবেদনৰ পিছতে চাৰি অভিযন্তাক নিলম্বন মুখ্যমন্ত্ৰীৰ, মৃত্যুৰ সংখ্যা ১৬ জনলৈ বৃদ্ধি

July 11, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tried to Rape 6 month age child : পিতৃ-মাতৃৰ অনুপস্থিতিত ৬ মহীয়া শিশুক ধৰ্ষণৰ চেষ্টা, আত্মীয়ক গ্ৰেপ্তাৰ

dead child alive I মৃত ঘোষণাৰ প্ৰায় ১২ ঘণ্টাৰ পাছত কান্দি উঠিল কেঁচুৱাই

July 11, 2025
মদৰ নিচাত মাঘৰ সংক্ৰান্তিত ছাগলী বুলি দিলে নৰবলি!

Father killed tennis player I ৰিল বনোৱাৱাই কাল হ’ল, পিতৃয়ে গুলীয়াই হত্যা কৰিলে কিশোৰী টেনিছ খেলুৱৈক

July 11, 2025
NASA I ভাৰতীয় মহাকাশচাৰী শুভাংশুৰ মহাকাশ যাত্ৰাৰ প্ৰস্তুতি পূৰ্ণগতিত

Shubhanshu Shukla । ২৩০ বাৰ সূৰ্যোদয়, দুসপ্তাহত মহাকাশত ১০ লাখ কিলোমিটাৰ অতিক্ৰম কৰিলে সুভাংশুৱে

July 11, 2025

Categories

accident (1) ALL NEWS (17395) Artificial Intelligence (1) Assam (13694) BREAKING NEWS (6483) Business (34) crime (20) cultural (5) Digital Transformation (3) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (419) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2043) Health & Fitness (630) Jobs & Career (7) KARBI ANGLONG (3412) Lifestyle (24) literature (16) National-International (10297) NORTHEAST (857) Novels (3) Photo (5) Poems (9) Political (138) Recipes (6) Science (1) Social Media (1) Sports News (496) Stories (16) Tech (14) Technology (1) Tourism (1) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d