ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Umrangso Tragedy : উমৰাংছুৰ কয়লাখনিৰ দুৰ্ঘটনাত পতিতক ১০ লাখৰ আৰ্থিক সাহায্য, ন্যায়িক তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্কঃ

News Desk by News Desk
January 16, 2025
Reading Time: 1 min read
A A
0
Umrangso Tragedy : উমৰাংছুৰ কয়লাখনিৰ দুৰ্ঘটনাত পতিতক ১০ লাখৰ আৰ্থিক সাহায্য, ন্যায়িক তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Assam Announces Supplementary Exams for Higher Secondary Students

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

বৃহস্পতিবাৰে মৰিগাঁৱত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট বৈঠক (State Cabinet Meeting)। এই বৈঠকত উমাৰংছুৰ কয়লাখনি দুৰ্ঘটনা (Umarongsu coal mine accident) সন্দৰ্ভত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্ৰীয়ে ঘোষণা (Chief Minister’s announcement) কৰে যে উমৰাংছু কয়লাখনি দুৰ্ঘটনাৰ ন্যায়িক তদন্ত (Judicial Inquiry) কৰা হ’ব। এই তদন্তৰ দায়িত্বত থাকিব উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ এজনীয়া আয়োগ।

অৱসৰপ্ৰাপ্ত ন্যায়ধীশ অণিমা হাজৰিকাৰ আয়োগে ইয়াৰ তদন্ত কৰি ৩ মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব। তেওঁ লগতে উল্লেখ কৰে যে কয়লাখনি দুৰ্ঘটনাত মৃত্যু হোৱা হোৱা মৃতকৰ পৰিয়াল আৰু নিৰুদ্দিষ্টৰ পৰিয়াললৈ ১০ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰা হ’ব৷

coal 1 | ASSAM TIMES POST
উমৰাংছুৰ কয়লাখনিৰ দুৰ্ঘটনাত পতিতক ১০ লাখৰ আৰ্থিক সাহায্য, ন্যায়িক তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ

আনহাতে, এই ঘটনাৰ তদন্তৰ বাবে আৰক্ষীৰ বিশেষ তদন্তকাৰী দল গঠন কৰাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে৷ ইতিমধ্যে ইয়াৰ বাবে আৰক্ষী সঞ্চালকক নিৰ্দেশ দিয়া বুলিও মুখ্যমন্ত্ৰীয়ে লগতে জনায়।

উল্লেখ্য যে ডিমা হাচাওৰ উমৰাংছু কয়লাখিনত যোৱা ৬ জানুৱাৰীত সংঘটিত দুৰ্ঘটনাত ৯ জনকৈ শ্ৰমিক খনিটোত আবদ্ধ হৈ পৰে। পিছদিনা এজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে পৰৱৰ্তী সময়ত আন তিনিটা মৃতদেহ উদ্ধাৰ হয়। কিন্তু আবদ্ধ আন পাঁচজন শ্ৰমিকৰ এতিয়াও কোনো সন্ধান উলিয়াব পৰা নাই উদ্ধাৰকাৰী দলে।

Tags: UmrangsoCoalTragedyউমৰাংছুৰকয়লাখনিদুৰ্ঘটনা
Share4Tweet3Send

Related Posts

Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

by News Desk
June 24, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

by News Desk
June 24, 2026
50
Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

by Staff Reporter
June 19, 2026
50
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
ADVERTISEMENT
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

June 26, 2026
50
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ
National-International

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026
50
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed
National-International

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

June 26, 2026
50
Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা
National-International

Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা

June 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

June 26, 2026
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

June 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx