ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Manipur Violence I মুখ্যমন্ত্ৰীৰ বাৰ্তাৰ পিছতো গুলীচালনা, বোমা বিস্ফোৰণ, মণিপুৰত নতুন বছৰ আৰম্ভণি হ’ল হিংসাৰে

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
January 1, 2025
Reading Time: 1 min read
A A
0
Escalating Tensions: Renewed Violence in Manipur as Kuki and Meitei Clashes Intensify

New Logo Smal 5 | ASSAM TIMES POST

RELATED POSTS

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack

ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ 

নতুন বছৰৰ প্ৰথমদিনাই মণিপুৰত হিংসাত্মক ঘটনা (Manipur Violence)। মঙলবাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখনত সৃষ্টি হোৱা অশান্তিৰ বাবে মুখ্যমন্ত্ৰী বীৰেন সিঙে ৰাজ্যবাসীৰ ওচৰত ক্ষমা বিচাৰিছিল। ৰাজ্যখনৰ সকলো সম্প্ৰদায়কে পূৰ্বৰ ঘটনা পাহৰি যাবলৈ অনুৰোধ কৰে।

Manipur Violence I
মণিপুৰত নতুন বছৰ আৰম্ভণি হ’ল হিংসাৰে:

নতুন বছৰত শান্তি ঘূৰি আহিব বুলি তেওঁ আশা দিয়ে। কিন্তু বুধবাৰে সংঘটিত হোৱা ঘটনাই মুখ্যমন্ত্ৰীৰ এই আবেদন কিমান ফলপ্ৰসূ হ’ব তাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।

মঙলবাৰে গভীৰ নিশা মণিপুৰৰ পশ্চিম ইম্ফল জিলাৰ কদংবন্দ অঞ্চলত কেইবাজনো উগ্ৰপন্থীয়ে আক্ৰমণ কৰে।

সূত্ৰ অনুসৰি, তেওঁলোকৰ লগত আছিল আধুনিক আগ্নেয়াস্ত্ৰ। উগ্ৰপন্থীয়ে কেইবাটাও গুলীচালনা কৰে। বোমা বিস্ফোৰণো কৰে। এই আকস্মিক আক্ৰমণৰ বাবে আতংকিত হৈ পৰে গাঁওবাসী। আৰক্ষীৰ সূত্ৰ অনুসৰি, বহু লোকে ঘৰ এৰি নিৰাপদ আশ্ৰয় বিচাৰি পলায়ন কৰে।

আৰক্ষীৰ মতে, মঙলবাৰে নিশা ১ মান বজাত পাহাৰৰ ওপৰৰ পৰা উগ্ৰপন্থীয়ে কদংবন্দত আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে। পাহাৰৰ তলৰ গাঁওখনলৈ গুলী-বোমা নিক্ষেপ কৰিবলৈ ধৰে।

লগে লগে গাঁওখনত নিয়োজিত স্বেচ্ছাসেৱী দলটোৱে প্ৰত্যুত্তৰ দিবলৈ আৰম্ভ কৰে। নিৰাপত্তা বাহিনীকো অৱগত কৰা হয়। আৰক্ষীয়ে জনোৱা মতে, বাহিনীটো ক্ষিপ্ৰতাৰে উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। এই আক্ৰমণত অৱশ্যে কোনো লোক হতাহতি হোৱাৰ খবৰ পোৱা হোৱা নাই।

উল্লেখ্য যে মঙলবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে ২০২৩ চনৰ মে’ মাহৰ পৰা চলি থকা অশান্তিৰ বাবে ৰাজ্যবাসীৰ ওচৰত ক্ষমা বিচাৰিছিল। সমগ্ৰ বছৰটো দুৰ্ভাগ্যজনক আছিল বুলিও তেওঁ কয়। যোৱা বছৰৰ ৩ মে’ৰ পৰা আজিলৈ যি ঘটিছে তাৰ বাবে ৰাজ্যবাসীৰ ওচৰত ক্ষমা বিচাৰিছিল।

লগতে বিগত তিনি-চাৰি মাহৰ পৰিস্থিতি লক্ষ্য কৰি ২০২৫ চনত ৰাজ্যখনৰ পৰিস্থিতি স্বাভাৱিক হ’ব বুলি তেওঁৰ বিশ্বাস হোৱাৰ কথাও উল্লেখ কৰিছিল৷ কিন্তু মুখ্যমন্ত্রীৰ আশাৰ বিপৰীতে বাস্তৱতাই দেখুৱাইছে যে নতুন বছৰতো মণিপুৰত অশান্তি আৰু আতঙ্ক অব্যাহত আছে৷

মঙলবাৰে কংপোকোপি জিলাৰ ছাইকুলত স্থানীয় লোক আৰু নিৰাপত্তাৰক্ষীৰ মাজত ব্যাপক সংঘৰ্ষৰ পিছত জাৰি কৰা হয় সান্ধ্য আইন। ইয়াৰ পিছত মঙলবাৰে গভীৰ নিশা পশ্চিম ইম্ফলত অশান্তি বিয়পি পৰে। উগ্ৰপন্থীয়ে পাহাৰৰ ওপৰৰ পৰা গাঁওখনত গোলাবৰ্ষণ আৰু গুলীচালনা কৰাৰ অভিযোগ উত্থাপন হয়।

Tags: বোমা বিস্ফোৰণমণিপুৰত নতুন বছৰ আৰম্ভণি হ’ল হিংসাৰেমুখ্যমন্ত্ৰীৰ বাৰ্তাৰ পিছতো গুলীচালনা
Share4Tweet3Send

Related Posts

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured
NORTHEAST

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

by News Desk
July 14, 2026
50
Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack
NORTHEAST

Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack

by Staff Reporter
July 6, 2026
50
Corruption Scandal Unfolds in Shribhoomi: Head Teacher Arrested for Bribery 
NORTHEAST

ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ 

by Staff Reporter
July 5, 2026
50
Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ
NORTHEAST

Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ

by News Desk
July 5, 2026
50
Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade
NORTHEAST

Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade

by News Desk
July 2, 2026
50
Manipur Panchayat Election : মণিপুৰ পঞ্চায়ত নিৰ্বাচনৰ সময়সীমা অক্টোবৰলৈকে বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে
NORTHEAST

Manipur Panchayat Election : মণিপুৰ পঞ্চায়ত নিৰ্বাচনৰ সময়সীমা অক্টোবৰলৈকে বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

by News Desk
July 2, 2026
50
ADVERTISEMENT
Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ
National-International

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

July 23, 2026
50
Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি
National-International

Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

July 23, 2026
50
NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ
National-International

NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ

July 23, 2026
50
Delhi protest I পুৱাৰে পৰা যন্তৰ-মন্তৰত বৃদ্ধি জনসমাগম, দিল্লীৰ ১৬টা মেট্ৰ’ ষ্টেচন বন্ধ
National-International

Delhi protest I পুৱাৰে পৰা যন্তৰ-মন্তৰত বৃদ্ধি জনসমাগম, দিল্লীৰ ১৬টা মেট্ৰ’ ষ্টেচন বন্ধ

July 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

July 23, 2026
Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

July 23, 2026
NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ

NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ

July 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx