ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ঐক্য আৰু সংস্কৃতি: ডিফুত হিল পিপুলচ কালচাৰেল ফৰামৰ নৱম বর্ষপূর্তি উদ্‌যাপন

আগন্তুক বৰ্ষত গুৱাহাটীত বর্ণাঢ্য সাংস্কৃতিক কার্যসূচী অনুষ্ঠিত কৰাৰ ঘোষণা মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ

ASSAM TIMES POST by ASSAM TIMES POST
December 15, 2024
Reading Time: 1 min read
A A
0
ঐক্য আৰু সংস্কৃতি: ডিফুত হিল পিপুলচ কালচাৰেল ফৰামৰ নৱম বর্ষপূর্তি উদ্‌যাপন

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

কার্বি আংলং জিলাৰ ২৭টা জাতি-জনগোষ্ঠীক লৈ গঠন হোৱা হিল পিপুলচ কালচাৰেল ফ’ৰামৰ নৱম প্রতিষ্ঠা দিৱস আজি ডিফু ক্লাৱত উদযাপন কৰা হয়। কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য ড০ তুলিৰাম ৰংহাং মুখ্য অতিথিৰূপে উপস্থিত থকা অনুষ্ঠানত জিলাখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ প্রতিনিধিয়ে অংশ গ্রহণ কৰে। অনুষ্ঠানত উপস্থিত থাকি মুখ্য কার্যবাহী সদস্য ৰংহাঙে এইচপিচিএফৰ এই উদ্যোগৰ ভূয়সী প্রশংসা কৰে।

 ডিফুত হিল পিপুলচ কালচাৰেল ফৰামৰ নৱম বর্ষপূর্তি উদ্‌যাপন
ডিফুত হিল পিপুলচ কালচাৰেল ফৰামৰ নৱম বর্ষপূর্তি উদ্‌যাপন:

জিলাখনৰ সকলো জাতি-জনগোষ্ঠী একগোট হৈ ঐক্যবদ্ধভাবে জিলা দুখনৰ উন্নয়ন সমভাগী হ’বলৈ আহ্বান জনাই ৰংহাঙে। পূর্বে জিলাখনত বসবাস কৰা জাতি-জনগোষ্ঠীসমূহৰ মাজত সংঘাতৰ কথা উল্লেখ কৰি এতিয়া সেই পৰিৱেশ নাই বুলি ৰংহাঙে দাবী কৰি বিজেপি চৰকাৰৰ নেতৃত্বত পাহাৰত এতিয়া শান্তি বিৰাজ কৰিছে উল্লেখ কৰে। ৰংহাঙে অহা বছৰত গুৱাহাটীৰ কলাক্ষেত্ৰত জিলাখনৰ সকলোকেইটা জাতি-জনগোষ্ঠীৰ বর্ণিল কৃষ্টি-সংস্কৃতি প্রদর্শনৰ এক কার্যসূচী গ্রহণ কৰাৰো ঘোষণা কৰে ।

470486555 1145321684260984 3223568197334616177 n | ASSAM TIMES POSTসংবাদমাধ্যমৰ আগত এইচপিচিএফৰ অধ্যক্ষ লাইচান ইংলেঙে কয় যে, আমি পূর্বে জিলাখনত এক বিভীষিকাময় পৰিস্থিতিৰ সম্মুখীন হৈছিলো। কেতিয়াবা উগ্রপন্থীজনিত সমস্যা, কেতিয়াবা গোষ্ঠী সংঘাতে পাহাৰক জোকাৰি গৈছে। এইবোৰ পৰিস্থিতিয়ে জিলাখনত বসবাস কৰা জাতি-জনগোষ্ঠীসমূহৰ মাজত এটা দূৰত্বৰ সৃষ্টি কৰিছিল। এই দূৰত্ব হ্রাস কৰাৰ লক্ষ্যৰে আমি এই অনুষ্ঠানৰ জন্ম দিছিলো। এইক্ষেত্রত আমি সফলতা লাভ কৰিছো যদিও এতিয়াও বহু কৰিবলগীয়া আছে বুলি ইংলেঙে মন্তব্য কৰে ৷

Tags: অনুষ্ঠানঅনুষ্ঠানৰ জন্মউগ্রপন্থীজনিত সমস্যাউন্নয়নঐক্যবদ্ধকার্বি আংলংকার্বি আংলং স্বায়ত্ত শাসিত পৰিষদকার্যসূচীকৃষ্টি-সংস্কৃতিগোষ্ঠী সংঘাতজাতি-জনগোষ্ঠীৰ প্রতিনিধীজিলাৰ ২৭টা জাতি-জনগোষ্ঠীডিফু ক্লাৱড০ তুলিৰাম ৰংহাংদূৰত্ব হ্রাসনৱম প্রতিষ্ঠা দিৱসপাহাৰপৰিস্থিতিবিজেপি চৰকাৰবৰ্ণিল কৃষ্টি.মুখ্য কার্যবাহী সদস্যলাইচান ইংলেঙশান্তিসংবাদমাধ্যমসফলতাহিল পিপুলচ কালচাৰেল ফ'ৰাম
Share4Tweet3Send

Related Posts

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ
KARBI ANGLONG

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

by Staff Reporter
June 17, 2026
50
Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by News Desk
June 15, 2026
50
হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান
KARBI ANGLONG

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

by Staff Reporter
June 14, 2026
50
Youth Death I ঘোগাজানত পিছলি এজন যুৱকৰ কৰুণ মৃত্যু
KARBI ANGLONG

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

by Staff Reporter
June 14, 2026
50
Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য
KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

by News Desk
June 11, 2026
50
Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ
KARBI ANGLONG

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

by Staff Reporter
June 11, 2026
50
ADVERTISEMENT
NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!
National-International

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

June 17, 2026
50
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ
National-International

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

June 17, 2026
50
Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন
DIPHU

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

June 17, 2026
50
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

June 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

June 17, 2026
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

June 17, 2026
Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

June 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx