ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

কাৰ্বি আংলং জিলাত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত হিতাধিকাৰীৰ মাজত বিনামূলীয়া ৰেচন কাৰ্ড বিতৰণ: 

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
December 15, 2024
Reading Time: 1 min read
A A
0
কাৰ্বি আংলং জিলাত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত হিতাধিকাৰীৰ মাজত বিনামূলীয়া ৰেচন কাৰ্ড বিতৰণ: 

RELATED POSTS

Karbi Anglong roads condition : প্ৰকৃতি ধ্বংসৰ পৰিণতি, এজাক বৰষুণতেই কাৰ্বি আংলঙত স্তব্ধ হ’ল যাতায়াত

Rakshya Bandhan : হাওৰাঘাটত স্বামী বিবেকানন্দ চেতনা মঞ্চ, তাৰচদিয়া ফাউণ্ডেশ্যন আৰু টাইড ট্ৰাষ্টৰ উদ্যোগত ৰাখী বন্ধন উদযাপন

Nepal floods : নেপালৰ জলপ্ৰলয়, সন্ধানহীন কাৰ্বি আংলঙৰ দুই যুৱক

New Logo Smal 2 | ASSAM TIMES POST

কাৰ্বি আংলং জিলাতো আজি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ড বিতৰণ কৰা হয়।এই উপলক্ষে ডিফুৰ লাংকুং হাবে প্ৰেক্ষাগৃহত এক অনুষ্ঠানৰ আয়োজন কৰা হয়।অনুষ্ঠানত ডিফু বিধানসভা সমষ্টিৰ মুঠ৭৪৩০ টা পৰিয়ালক ৰেচন কাৰ্ড প্ৰদান কৰা হয়। ৰেচন কাৰ্ডসমূহ প্ৰদান কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে।

কাৰ্বি আংলং জিলাত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত হিতাধিকাৰীৰ মাজত বিনামূলীয়া ৰেচন কাৰ্ড বিতৰণ: 
কাৰ্বি আংলং জিলাত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত হিতাধিকাৰীৰ মাজত বিনামূলীয়া ৰেচন কাৰ্ড বিতৰণ: 

আজিৰ দিনটোত জিলাখনৰ পাঁচটা বিধান সভা সমষ্টিত মুঠ ৪৫ হাজাৰ ৰেচন কাৰ্ড বিতৰণ কৰা হয় বুলি সদৰি কৰিলে পৰিষদৰ CEM তুলিৰাম ৰংহাঙে।অনুষ্ঠানত স্থানীয় বিধায়ক বিদ্যাছিং ইংলেং,জিলা আয়ুক্ত নিৰলা ফাংছ’পী প্ৰমুখ্যে পৰিষদৰ একাংশ পৰিষদৰ সদস্য উপস্থিত থাকে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: অনুষ্ঠানঅসমৰ খাদ্য বিতৰণকাৰ্বি আংলংকাৰ্বি আংলং জিলাৰ অনুষ্ঠানকাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদখাদ্য সুৰক্ষাখাদ্য সুৰক্ষা উদ্যোগখাদ্য সুৰক্ষা কাৰ্যসূচীজিলা আয়ুক্ত নিৰলা ফাংছ’পীডিফু বিধানসভাডিফুৰ লাংকুংতুলিৰাম ৰংহাঙসমাজিক উন্নয়নসামাজিক সুৰক্ষাস্থানীয় নেতৃত্বস্থানীয় বিধায়ক বিদ্যাছিং ইংলেং৪৫ হাজাৰ ৰেচন কাৰ্ড৭৪৩০ পৰিয়ালৰাজনৈতিক অনুষ্ঠানৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰেচন কাৰ্ড প্ৰদানৰেচন কাৰ্ড বিতৰণ
Share5Tweet3Send

Related Posts

Karbi Anglong roads condition : প্ৰকৃতি ধ্বংসৰ পৰিণতি, এজাক বৰষুণতেই কাৰ্বি আংলঙত স্তব্ধ হ’ল যাতায়াত
KARBI ANGLONG

by News Desk
September 1, 2026
50
Rakshya Bandhan : হাওৰাঘাটত স্বামী বিবেকানন্দ চেতনা মঞ্চ, তাৰচদিয়া ফাউণ্ডেশ্যন আৰু টাইড ট্ৰাষ্টৰ উদ্যোগত ৰাখী বন্ধন উদযাপন
KARBI ANGLONG

Rakshya Bandhan : হাওৰাঘাটত স্বামী বিবেকানন্দ চেতনা মঞ্চ, তাৰচদিয়া ফাউণ্ডেশ্যন আৰু টাইড ট্ৰাষ্টৰ উদ্যোগত ৰাখী বন্ধন উদযাপন

by News Desk
August 28, 2026
55
Nepal floods : নেপালৰ জলপ্ৰলয়, সন্ধানহীন কাৰ্বি আংলঙৰ দুই যুৱক
KARBI ANGLONG

Nepal floods : নেপালৰ জলপ্ৰলয়, সন্ধানহীন কাৰ্বি আংলঙৰ দুই যুৱক

by News Desk
August 28, 2026
60
Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল

by ASSAM TIMES POST
August 27, 2026
55
Centipede grass : কাৰ্বি আংলঙত বিৰল প্ৰজাতিক ঘাঁহ আৱিষ্কাৰ

54
CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

August 26, 2026
56
ADVERTISEMENT
Karbi Anglong roads condition : প্ৰকৃতি ধ্বংসৰ পৰিণতি, এজাক বৰষুণতেই কাৰ্বি আংলঙত স্তব্ধ হ’ল যাতায়াত
KARBI ANGLONG

Karbi Anglong roads condition : প্ৰকৃতি ধ্বংসৰ পৰিণতি, এজাক বৰষুণতেই কাৰ্বি আংলঙত স্তব্ধ হ’ল যাতায়াত

September 1, 2026
50
CJP protest : কেন্দ্ৰই মানিলে দাবী; চিজেপিৰ সমদল প্ৰত্যাহাৰ, দেশজুৰি চলি থকা গোচৰ বাতিল উচ্চতম ন্যায়ালয়ৰ
National-International

IndiGo Flight : দিল্লী অভিমুখী ইণ্ডিগ’ বিমানত মাজআকাশত ইঞ্জিন বিভ্ৰান্তি, গোৱাত জৰুৰী অৱতৰণ

India Russia relations : ৰাছিয়াৰ সেনাবাহিনীত কৰ্মৰত ৫১ ভাৰতীয়ৰ মৃত্যু, মোদী-পুটিনৰ বৈঠকৰ পিছত তথ্য প্ৰকাশ

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong roads condition : প্ৰকৃতি ধ্বংসৰ পৰিণতি, এজাক বৰষুণতেই কাৰ্বি আংলঙত স্তব্ধ হ’ল যাতায়াত

Karbi Anglong roads condition : প্ৰকৃতি ধ্বংসৰ পৰিণতি, এজাক বৰষুণতেই কাৰ্বি আংলঙত স্তব্ধ হ’ল যাতায়াত

September 1, 2026
CJP protest : কেন্দ্ৰই মানিলে দাবী; চিজেপিৰ সমদল প্ৰত্যাহাৰ, দেশজুৰি চলি থকা গোচৰ বাতিল উচ্চতম ন্যায়ালয়ৰ

CJP protest : কেন্দ্ৰই মানিলে দাবী; চিজেপিৰ সমদল প্ৰত্যাহাৰ, দেশজুৰি চলি থকা গোচৰ বাতিল উচ্চতম ন্যায়ালয়ৰ

September 1, 2026
IndiGo Flight : দিল্লী অভিমুখী ইণ্ডিগ’ বিমানত মাজআকাশত ইঞ্জিন বিভ্ৰান্তি, গোৱাত জৰুৰী অৱতৰণ

IndiGo Flight : দিল্লী অভিমুখী ইণ্ডিগ’ বিমানত মাজআকাশত ইঞ্জিন বিভ্ৰান্তি, গোৱাত জৰুৰী অৱতৰণ

September 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d