ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Queen Elizabeth II : গা ধোৱাৰ সময়তো ৰাজমুকুট পিন্ধিছিল ৰাণী এলিজাবেথে, মাতৃৰ গোপন কথা ফাদিল ৰজা চাৰ্লছৰ

নিউজ ডেস্কঃ

News Desk by News Desk
December 12, 2024
Reading Time: 1 min read
A A
0
Queen Elizabeth II : গা ধোৱাৰ সময়তো ৰাজমুকুট পিন্ধিছিল ৰাণী এলিজাবেথে, মাতৃৰ গোপন কথা ফাদিল ৰজা চাৰ্লছৰ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Rajasthan murder case : ৱেব ছিৰিজ চাই পাঁচ মাহ ধৰি হত্যাৰ পৰিকল্পনা নাবালক পুত্ৰৰ, ৰাজস্থান হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য

Mamata Banerjee : ৬ জুনত ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক, উপস্থিত থাকিব পাৰে মমতা

Space in China : মহাকাশত মানৱ জাতিৰ বংশবিস্তাৰ : মহাকাশলৈ কৃত্রিম ভ্রূণ মডেল পঠিয়াই গৱেষণা আৰম্ভ চীনৰ

ৰাণী এলিজাবেথে (Queen Elizabeth) ৰাজ অভিষেকৰ মুকুট পিন্ধি (Wearing a crown) স্নানাগাৰতো প্ৰৱেশ কৰিছিল (Entered the bathroom too)। ৰজা তৃতীয় চাৰ্লছে (King Charles III) মাতৃৰ এই গোপন তথ্য ফাদিল (Secret Information Leak) কৰে। আনহাতে, মুকুটটোৰ ওজন ইমানেই আছিল যে ৰাণীয়ে প্ৰায়ে ইয়াক স্বাভাৱিকভাৱে ৰাখিবলৈ চেষ্টা কৰিছিল। শেহতীয়াকৈ ৰজা তৃতীয় চাৰ্লছে তেওঁৰ শৈশৱৰ স্মৃতিসমূহ ৰোমন্থন কৰে।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, শেহতীয়াকৈ ১২ গৰাকী কানাডিয়ান বৃদ্ধাই ৰজা তৃতীয় চাৰ্লছক লগ কৰিবলৈ আহিছিল। ইয়াৰ পূৰ্বে তেওঁলোকে বাকিংহাম প্ৰাসাদতো ৰজা তৃতীয় চাৰ্লছক লগ পাইছিল। এই ১২ গৰাকী বৃদ্ধাই ১৯৫৩ চনত ৰাণী এলিজাবেথৰ ৰাজ অভিষেকত অংশগ্ৰহণ কৰিছিল। চাৰ্লছে তেওঁলোকক লগ পোৱাৰ পিছত মাতৃৰ কাহিনী প্ৰকাশ কৰে।

king 1 | ASSAM TIMES POST
গা ধোৱাৰ সময়তো ৰাজমুকুট পিন্ধিছিল ৰাণী এলিজাবেথে, মাতৃৰ গোপন কথা ফাদিল ৰজা চাৰ্লছৰ

চাৰ্লছে কয় যে কেতিয়াবা ৰাণী এলিজাবেথে ৰাজ অভিষেকৰ মুকুট পিন্ধি স্নানাগাৰতো প্ৰৱেশ কৰিছিল। চাৰ্লছ আৰু এনি তেতিয়া একেবাৰে সৰু আছিল। এদিন তেওঁলোকক গা ধুৱাই থাকোঁতে মাতৃয়ে মুকুট পিন্ধি স্নানাগাৰত সোমাই যায়। যিটো দেখি দুই ভাতৃ-ভগ্নী স্তম্ভিত হৈ পৰে। পিছত গম পায় যে গধুৰ মুকুট পিন্ধি যাতে স্বাভাৱিকভাৱে থাকিব পাৰে আৰু খোজকাঢ়িব পাৰে তাৰ বাবেই ৰাণী এলিজাবেথে মুকুট পিন্ধি ঘৰত ঘূৰি ফুৰিছিল।

চাৰ্লছে লগতে কয়, “ৰাণীয়ে এটা নিৰ্দিষ্ট সময়ৰ বাবে গধুৰ মুকুট পিন্ধিব লাগিছিল। মুকুটটো যিমান গধুৰ সিমানেই ওখ। দীৰ্ঘ সময় ধৰি স্বাভাৱিকভাৱে কথা ক’বলৈ যাতে অসুবিধা নহয় তাৰ বাবে তেওঁ অভ্যাস কৰিছিল। সেই শৈশৱৰ স্মৃতি এতিয়াও অমলিন।”

Tags: QueenElizabethIICrownৰাণীএলিজাবেথেৰাজমুকুট
Share4Tweet3Send

Related Posts

Rajasthan murder case : ৱেব ছিৰিজ চাই পাঁচ মাহ ধৰি হত্যাৰ পৰিকল্পনা নাবালক পুত্ৰৰ, ৰাজস্থান হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য
National-International

by News Desk
May 30, 2026
50
Mamata Banerjee : ৬ জুনত ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক, উপস্থিত থাকিব পাৰে মমতা
National-International

Mamata Banerjee : ৬ জুনত ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক, উপস্থিত থাকিব পাৰে মমতা

by News Desk
May 30, 2026
50
Space in China : মহাকাশত মানৱ জাতিৰ বংশবিস্তাৰ : মহাকাশলৈ কৃত্রিম ভ্রূণ মডেল পঠিয়াই গৱেষণা আৰম্ভ চীনৰ
National-International

Space in China : মহাকাশত মানৱ জাতিৰ বংশবিস্তাৰ : মহাকাশলৈ কৃত্রিম ভ্রূণ মডেল পঠিয়াই গৱেষণা আৰম্ভ চীনৰ

by News Desk
May 30, 2026
50
Terrorist arrested : পাকিস্তানস্থিত নেটৱৰ্কৰ সৈতে জড়িত নটা সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ

Child marriage : বাল্যবিবাহৰ শীৰ্ষত পশ্চিম বংগ

US India trade deal I ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ মাত্ৰ এক শতাংশ বাকী, চুক্তি স্বাক্ষৰৰ ইংগিত আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ

by Staff Reporter
May 30, 2026
50
ADVERTISEMENT
Rajasthan murder case : ৱেব ছিৰিজ চাই পাঁচ মাহ ধৰি হত্যাৰ পৰিকল্পনা নাবালক পুত্ৰৰ, ৰাজস্থান হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য
National-International

Rajasthan murder case : ৱেব ছিৰিজ চাই পাঁচ মাহ ধৰি হত্যাৰ পৰিকল্পনা নাবালক পুত্ৰৰ, ৰাজস্থান হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য

May 30, 2026
50
Mamata Banerjee : ৬ জুনত ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক, উপস্থিত থাকিব পাৰে মমতা
National-International

Mamata Banerjee : ৬ জুনত ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক, উপস্থিত থাকিব পাৰে মমতা

May 30, 2026
50
Space in China : মহাকাশত মানৱ জাতিৰ বংশবিস্তাৰ : মহাকাশলৈ কৃত্রিম ভ্রূণ মডেল পঠিয়াই গৱেষণা আৰম্ভ চীনৰ
National-International

Space in China : মহাকাশত মানৱ জাতিৰ বংশবিস্তাৰ : মহাকাশলৈ কৃত্রিম ভ্রূণ মডেল পঠিয়াই গৱেষণা আৰম্ভ চীনৰ

May 30, 2026
50
Terrorist arrested : পাকিস্তানস্থিত নেটৱৰ্কৰ সৈতে জড়িত নটা সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ
National-International

Terrorist arrested : পাকিস্তানস্থিত নেটৱৰ্কৰ সৈতে জড়িত নটা সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ

May 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rajasthan murder case : ৱেব ছিৰিজ চাই পাঁচ মাহ ধৰি হত্যাৰ পৰিকল্পনা নাবালক পুত্ৰৰ, ৰাজস্থান হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য

Rajasthan murder case : ৱেব ছিৰিজ চাই পাঁচ মাহ ধৰি হত্যাৰ পৰিকল্পনা নাবালক পুত্ৰৰ, ৰাজস্থান হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য

May 30, 2026
Mamata Banerjee : ৬ জুনত ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক, উপস্থিত থাকিব পাৰে মমতা

Mamata Banerjee : ৬ জুনত ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক, উপস্থিত থাকিব পাৰে মমতা

May 30, 2026
Space in China : মহাকাশত মানৱ জাতিৰ বংশবিস্তাৰ : মহাকাশলৈ কৃত্রিম ভ্রূণ মডেল পঠিয়াই গৱেষণা আৰম্ভ চীনৰ

Space in China : মহাকাশত মানৱ জাতিৰ বংশবিস্তাৰ : মহাকাশলৈ কৃত্রিম ভ্রূণ মডেল পঠিয়াই গৱেষণা আৰম্ভ চীনৰ

May 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT