ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Parliament Winter Session : ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়ক শীতকালীন অধিবেশনতেই উত্থাপন হোৱাৰ সম্ভাৱনা

নিউজ ডেস্কঃ

News Desk by News Desk
December 12, 2024
Reading Time: 1 min read
A A
0
Parliament Winter Session : ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়ক শীতকালীন অধিবেশনতেই উত্থাপন হোৱাৰ সম্ভাৱনা

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি

‘এক দেশ, এক ভোট’ বা এক দেশ, এক নিৰ্বাচন (One nation, one election) প্ৰস্তাৱত অনুমোদন মোডী মন্ত্ৰীসভাৰ (Modi cabinet approves proposal)। বৃহস্পতিবাৰে এই প্ৰস্তাৱত অনুমোদন জনোৱা হয়। সূত্ৰ অনুসৰি, শীতকালীন অধিবেশন (Winter Session of Parliament)ৰ সময়ত কেন্দ্ৰই এই সন্দৰ্ভত সংসদত বিধেয়ক উত্থাপন কৰিব পাৰে (May introduce a bill in Parliament)। প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কমিটীয়ে ‘এক দেশ, এক ভোট’ৰ প্ৰতিবেদনত অনুমোদন জনায়। সূত্ৰসমূহে জনোৱা মতে, এই বিধেয়কখন যুটীয়া সংসদীয় সমিতি বা জেপিচিলৈও বিতং আলোচনাৰ বাবে প্ৰেৰণ কৰিব পাৰে।

বুধবাৰে সংসদৰ অধিবেশনৰ সময়ত কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে ‘এক দেশ, এটা ভোট’ৰ আহ্বান জনায়। তেওঁ কয়, “বাৰম্বাৰ নিৰ্বাচনৰ ফলত দেশৰ প্ৰগতিৰ পথত বাধাৰ সৃষ্টি হৈছে। দেশৰ ক’ৰবাত কোনোবা নহয় কোনোবা সময়ত নিৰ্বাচন চলি আছে।” হাৰিয়ানা, জম্মু-কাশ্মীৰ, মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছে। দিল্লীত আহি আছে নিৰ্বাচন। কিছু ৰাজ্যত বাৰ মাহ ধৰি নিৰ্বাচনৰ প্ৰস্তুতি চলি আছে। ফলত দেশৰ উন্নয়নৰ পথত বাধাৰ সৃষ্টি হৈছে।

one | ASSAM TIMES POST
‘এক দেশ, এক নিৰ্বাচন’ বিধেয়ক শীতকালীন অধিবেশনতেই উত্থাপন হোৱাৰ সম্ভাৱনা

আনহাতে, কংগ্ৰেছ, তৃণমূলৰ দৰে বিৰোধী দলসমূহে ‘এক দেশ, এক ভোট’ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকৰ যুক্তি, ফেডাৰেল গাঁথনিত সাংসদ আৰু বিধায়ক নিৰ্বাচনৰ ক্ষেত্ৰত যিমানেই বৈচিত্ৰ্য নাথাকক কিয়, বিজেপিৰ আক্ৰমণাত্মক প্ৰচাৰৰ সন্মুখত ছিন্নভিন্ন হ’ব পাৰে। দেশৰ প্ৰতিখন ৰাজ্যতে বিভিন্ন সময়ত বিধানসভাৰ কাৰ্যকাল শেষ হয়। একেলগে ভোটদান কৰিবলৈ হ’লে যিকোনো ৰাজ্যৰ নিৰ্বাচন আগবঢ়াই আনিব লাগিব। কিছুমান ৰাজ্যই আকৌ ভোটদান পিছুৱাই দিবলগা হ’ব, যিটো পদ্ধতিগতভাৱে অত্যন্ত সমস্যাজনক।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দীৰ্ঘদিন ধৰি ‘এক দেশ, এক ভোট’ৰ পোষকতা কৰি আহিছে। কেন্দ্ৰৰ যুক্তি যে ইয়াৰ ফলত নিৰ্বাচনত খৰচ কমিব। চৰকাৰৰ খৰচ যিমানেই কমি যাব সিমানেই ৰাজনৈতিক দলৰ খৰচো কমি যাব। বাৰে বাৰে নিৰ্বাচনৰ বাবে চৰকাৰী কাম-কাজ, চৰকাৰৰ উন্নয়নমূলক প্ৰকল্প স্থবিৰ হৈ পৰে। একেলগে নিৰ্বাচন অনুষ্ঠিত হ’লে এই সমস্যা কমি যাব। ভোটগ্ৰহণ কৰ্মী আৰু নিৰাপত্তাৰক্ষীৰ খৰচো হ্ৰাস পাব। বহুতৰ মতে আকৌ বিধানসভা আৰু লোকসভা নিৰ্বাচন একেলগে অনুষ্ঠিত হ’লে ভোটদানৰ হাৰ বৃদ্ধি পাব পাৰে। ৰাজনৈতিক দলসমূহেও ৰাইজৰ কামত অধিক মনোনিবেশ কৰিব পাৰিব। কাৰণ তেওঁলোকে গোটেই বছৰটো প্ৰচাৰৰ বাবে চিন্তা কৰিব নালাগে।

Tags: OneNationOneElectionএকদেশএকনিৰ্বাচনবিল
Share4Tweet3Send

Related Posts

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল
National-International

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

by News Desk
June 15, 2026
50
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

by News Desk
June 15, 2026
50
Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি
National-International

Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি

by News Desk
June 15, 2026
50
Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন
National-International

Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন

by News Desk
June 15, 2026
50
Under 16 Social Media Ban : ‎বিশ্বৰ চতুৰ্থ দেশ : ব্ৰিটেইনত ১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীয়ে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিব নোৱাৰিব
National-International

Under 16 Social Media Ban : ‎বিশ্বৰ চতুৰ্থ দেশ : ব্ৰিটেইনত ১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীয়ে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিব নোৱাৰিব

by News Desk
June 15, 2026
50
Delhi fire I দিল্লীৰ বহুমহলীয়া অট্টালিকাত অগ্নিসংযোগ কৰিছিল কিশোৰীয়ে, কিন্তু কিয়?
National-International

Delhi fire I দিল্লীৰ বহুমহলীয়া অট্টালিকাত অগ্নিসংযোগ কৰিছিল কিশোৰীয়ে, কিন্তু কিয়?

by Staff Reporter
June 15, 2026
50
ADVERTISEMENT
TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল
National-International

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

June 15, 2026
50
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

June 15, 2026
50
Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি
National-International

Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি

June 15, 2026
50
Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন
National-International

Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন

June 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

June 15, 2026
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

June 15, 2026
Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি

Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি

June 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx