ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Assam Cabinet : আধাৰ কাৰ্ড সন্দৰ্ভত অসম কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

নিউজ ডেস্কঃ

News Desk by News Desk
December 12, 2024
Reading Time: 1 min read
A A
0
Assam Cabinet : আধাৰ কাৰ্ড সন্দৰ্ভত অসম কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Cricket Stadium Umrangso । পাহাৰৰ সুউচ্চতাত ক্ৰিকেটৰ উন্মাদনা লাভ কৰিব পাৰিব এতিয়া ৰাজ্যবাসীয়ে

Assam Police I অসম আৰক্ষীৰ ৫,৮১৮ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্ৰ বিতৰণ

ULFA (I) : আলফা স্বাধীনত মোক্ষম আঘাত, শীৰ্ষ নেতা বাণ অসমৰ আত্মসমৰ্পণ

আধাৰ কাৰ্ড (Aadhaar Card) অনুমোদন প্ৰক্ৰিয়া (Approval Process) অধিক কঠোৰ কৰাৰ সিদ্ধান্ত (Decision to make it more stringent) ৰাজ্য চৰকাৰৰ (State Govt.)। এই বিষয়ে মঙলবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল (Himanta Biswa Sarma press conference)ত জনোৱা অনুসৰি, বাংলাদেশৰ পৰা হোৱা অনুপ্ৰৱেশৰ সমস্যা এক চিন্তনীয় বিষয় হৈ পৰিছে। সেয়ে অসম আৰক্ষীয়ে ছেকেণ্ড লাইন ডিফেন্স হিচাপে কাম কৰি আহিছে আৰু সেই ব্যৱস্থাক অধিক শক্তিশালী কৰিবৰ বাবে বি এছ এফৰ লগত সমন্বয় সৃষ্টিৰে সীমান্তত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰিব বিচৰা হৈছে। তাৰেই অংশ হিচাপে ৰাজ্যিক কেবিনেটে আধাৰ কাৰ্ড প্ৰদানৰ ব্যৱস্থাটো অধিক কঠোৰ আৰু কটকটীয়া কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

ad | ASSAM TIMES POST
আধাৰ কাৰ্ড সন্দৰ্ভত অসম কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ইয়াৰ বাবে অসমত আধাৰৰ নামভৰ্তিৰ ক্ষেত্ৰত অসম চৰকাৰে এছ অ’ পি নিৰ্ধাৰণ কৰিছে৷ আনহাতে, আবেদনকাৰীৰ প্ৰকৃত পৰিচয় নিশ্চিত কৰিবলৈ আধাৰ নামভৰ্তিৰ বাবে ৰাজ্য চৰকাৰৰ পৰ্টেলৰ অধীনত এক নতুন মানক পদ্ধতি ৰূপায়ণৰ বাবে এক প্ৰস্তাৱত কেবিনেটে অনুমোদন জনায়।

এই এছ অ’ পি অনুসৰি, এই এছ অ’ পি ৰূপায়ণৰ নোডেল বিভাগ হ’ব সাধাৰণ প্ৰশাসন বিভাগ৷ আনহাতে, ৰাজ্য চৰকাৰে দাখিল কৰা নথি-পত্ৰসমূহ পৰীক্ষা কৰি ফলাফল লাভ কৰাৰ ৪৫ দিনৰ ভিতৰত ইউ আই ডি এ আইলৈ (UIDAI) অনলাইনযোগে প্ৰেৰণ কৰিব৷ এই ক্ষেত্ৰত জিলা পৰ্যায়ত আধাৰ নামভৰ্তিৰ পৰীক্ষণ প্ৰক্ৰিয়া তদাৰক কৰিব অতিৰিক্ত জিলা আয়ুক্তসকলে। ইয়াৰ উপৰি চক্ৰ বিষয়াসকলে ৰাজহ চক্ৰ পৰ্যায়ত এই প্ৰক্ৰিয়া সম্পন্ন কৰিব৷ চক্ৰ বিষয়াই নিযুক্ত কৰা পৰিদৰ্শন বিষয়াসকলে অসমত আধাৰ আবেদনকাৰীয়ে এন আৰ চিৰ বাবে আবেদন কৰিছিলনে সেই বিষয়টো পৰীক্ষা কৰিব। লগতে আবেদনকাৰী নিৰ্দিষ্ট ঠিকনাত বাস কৰেনে নাই সেয়া পৰীক্ষা কৰিব পৰিদৰ্শন বিষয়াসকলে৷ অৱশ্যে অসমত সেৱা আগবঢ়াই থকা চৰকাৰী বিষয়াসকলৰ ক্ষেত্ৰত এন আৰ চি আবেদনৰ বিষয়টো প্ৰযোজ্য নহ’ব৷

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: AdharCardAssamCabinetআধাৰকাৰ্ডঅসমকেবিনেট
Share5Tweet3Send

Related Posts

Cricket Stadium Umrangso । পাহাৰৰ সুউচ্চতাত ক্ৰিকেটৰ উন্মাদনা লাভ কৰিব পাৰিব এতিয়া ৰাজ্যবাসীয়ে
Assam

Cricket Stadium Umrangso । পাহাৰৰ সুউচ্চতাত ক্ৰিকেটৰ উন্মাদনা লাভ কৰিব পাৰিব এতিয়া ৰাজ্যবাসীয়ে

by Staff Reporter
December 5, 2025
54
Assam Police I অসম আৰক্ষীৰ ৫,৮১৮ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্ৰ বিতৰণ
Assam

Assam Police I অসম আৰক্ষীৰ ৫,৮১৮ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্ৰ বিতৰণ

by Staff Reporter
December 3, 2025
52
ULFA (I) : আলফা স্বাধীনত মোক্ষম আঘাত, শীৰ্ষ নেতা বাণ অসমৰ আত্মসমৰ্পণ
Assam

ULFA (I) : আলফা স্বাধীনত মোক্ষম আঘাত, শীৰ্ষ নেতা বাণ অসমৰ আত্মসমৰ্পণ

by ASSAM TIMES POST
December 2, 2025
52
Kokrajhar violence I ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰুদ্ধে কোকৰাঝাৰত উত্তপ্ত পৰিস্থিতি, লণ্ডভণ্ড সচিবালয়
Assam

Kokrajhar violence I ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰুদ্ধে কোকৰাঝাৰত উত্তপ্ত পৰিস্থিতি, লণ্ডভণ্ড সচিবালয়

by Staff Reporter
November 29, 2025
52
Pregnant Woman Abducted in Alarming Incident at Paltan Bazar
Assam

Indian Railway I ১ ডিচেম্বৰৰ পৰা কেইবাখনো ৰে’লসেৱা বাতিল, ৰে’ল ভ্ৰমণৰ পূৰ্বে এবাৰ চাই লওক তালিকা

by Staff Reporter
November 29, 2025
52
Congress MLAs Walk Out of Assam Assembly Amid Tezpur University Turmoil
Assam

Congress MLAs Walk Out of Assam Assembly Amid Tezpur University Turmoil

by Staff Reporter
November 29, 2025
53
ADVERTISEMENT
Major Victory Against Drugs in Arunachal: Over 500g Heroin & 7kg Cannabis Seized, 91 Arrested in Naharlagun Crackdown
KARBI ANGLONG

Narcotics seized I বোকাজানত নিচাজাতীয় টেবলেট জব্দ

December 6, 2025
50
মেছিয়ে বিশ্বকাপৰ ৫ ফেভাৰিট দিলে মেছিয়ে
National-International

মেছিয়ে বিশ্বকাপৰ ৫ ফেভাৰিট দিলে মেছিয়ে

December 6, 2025
50
Khalistan I সম্পত্তি বাজেয়াপ্ত, খালিস্তানীৰ বিৰুদ্ধে ব্ৰিটেইনৰ কঠোৰ পদক্ষেপ
National-International

Khalistan I সম্পত্তি বাজেয়াপ্ত, খালিস্তানীৰ বিৰুদ্ধে ব্ৰিটেইনৰ কঠোৰ পদক্ষেপ

December 6, 2025
50
ইণ্ডিগো বিমান উৰণৰ সময়ত ইঞ্জিনত ধোঁৱা! ১৮৭ জন যাত্ৰীক গোৱাত উদ্ধাৰ নৌসেনাৰ
National-International

IndiGo crisis I কিহৰ বাবে ইণ্ডিগ’ৰ সমস্যা, ৰহস্য উন্মোচন কৰিবলৈ কেন্দ্ৰৰ তদন্ত আৰম্ভ

December 6, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Major Victory Against Drugs in Arunachal: Over 500g Heroin & 7kg Cannabis Seized, 91 Arrested in Naharlagun Crackdown

Narcotics seized I বোকাজানত নিচাজাতীয় টেবলেট জব্দ

December 6, 2025
মেছিয়ে বিশ্বকাপৰ ৫ ফেভাৰিট দিলে মেছিয়ে

মেছিয়ে বিশ্বকাপৰ ৫ ফেভাৰিট দিলে মেছিয়ে

December 6, 2025
Khalistan I সম্পত্তি বাজেয়াপ্ত, খালিস্তানীৰ বিৰুদ্ধে ব্ৰিটেইনৰ কঠোৰ পদক্ষেপ

Khalistan I সম্পত্তি বাজেয়াপ্ত, খালিস্তানীৰ বিৰুদ্ধে ব্ৰিটেইনৰ কঠোৰ পদক্ষেপ

December 6, 2025

Categories

accident (1) ALL NEWS (17411) Artificial Intelligence (3) Assam (13861) BREAKING NEWS (6488) Business (34) crime (23) cultural (5) Digital Transformation (3) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION (1) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2056) Health & Fitness (632) Jobs & Career (7) KARBI ANGLONG (3506) Lifestyle (24) literature (16) National-International (11060) NORTHEAST (882) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (1) Sports News (497) Stories (16) Tech (14) Tourism (1) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d