ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Delhi temperature I বুধবাৰে ৫ ডিগ্ৰী তললৈ নামিল দিল্লীৰ তাপমাত্ৰা, ১৪ বছৰত সৰ্বনিম্ন

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
December 12, 2024
Reading Time: 1 min read
A A
0
Delhi temperature I বুধবাৰে ৫ ডিগ্ৰী তললৈ নামিল দিল্লীৰ তাপমাত্ৰা, ১৪ বছৰত সৰ্বনিম্ন

Oplus_131072

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Online fraud : ৱাটছএপত বিয়াৰ কাৰ্ডৰ লিংক, অবাঞ্চিত নিমন্ত্ৰণ গ্ৰহণ কৰিবলৈ গৈ একাউণ্ট খালী

US Iran tension : ইৰাণত তেলৰ লেনদেনৰ বাবে শাস্তি, ১৪ জাহাজত নিষেধাজ্ঞা আমেৰিকাৰ

Supreme Court of India I ইচ্ছাৰ বিৰুদ্ধে সন্তান জন্ম দিবলৈ বাধ্য কৰিব নোৱাৰিব, ৩০ সপ্তাহত গৰ্ভপাতৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

ডিচেম্বৰৰ দ্বিতীয় সপ্তাহত হাড় কঁপোৱা ঠাণ্ডাত অৱস্থা কাহিল দিল্লীৰ সাধাৰণ জনতাৰ (Delhi Temperature) । বুধবাৰে নিশা নূন্যতম তাপমাত্ৰা তীব্ৰভাৱে হ্ৰাস পায়। ২৪ ঘন্টাত সৰ্বনিম্ন তাপমাত্ৰা প্ৰায় ৪ ডিগ্ৰী চেলছিয়াছ হ্ৰাস পায়।

Delhi temperature I
বুধবাৰে ৫ ডিগ্ৰী তললৈ নামিল দিল্লীৰ তাপমাত্ৰা, ১৪ বছৰত সৰ্বনিম্ন:

বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিয়া মতে আৰু কেইদিনমানৰ বাবে দিল্লীত শীতল বতৰ অব্যাহত থাকিব। বতৰ বিভাগৰ তথ্য অনুসৰি, বুধবাৰে নিশা দিল্লীৰ সৰ্বনিম্ন তাপমাত্ৰা ৪.৯ ডিগ্ৰী চেলছিয়াছ।

১৪ বছৰৰ পাছত ডিচেম্বৰৰ আৰম্ভণিতে দিল্লীৰ নূন্যতম উষ্ণতা ৫ ডিগ্ৰী চেলছিয়াছৰ তললৈ নামি আহে। মঙলবাৰে দিল্লীৰ সৰ্বনিম্ন তাপমাত্ৰা আছিল ৮ ডিগ্ৰী চেলছিয়াছ। এদিনৰ ভিতৰতে তাপমাত্ৰা প্ৰায় ৪ ডিগ্ৰী চেলছিয়াছ হ্ৰাস পায়। পৰিসংখ্যা অনুসৰি, ১৯৮৭ চনৰ ৬ ডিচেম্বৰত দিল্লীৰ সৰ্বনিম্ন তাপমাত্ৰা আছিল ৪.১ ডিগ্ৰী চেলছিয়াছ।

বুধবাৰৰ পৰা দিল্লীত আৰম্ভ হৈছে শীত প্ৰবাহ। অহা শুকুৰবাৰলৈকে দিল্লীত ই অব্যাহত থাকিব। সৰ্বনিম্ন তাপমাত্ৰা ৪ৰ পৰা ৬ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত হ’ব। ইয়াৰ বাবে দিল্লীত জাৰি কৰা হৈছে হালধীয়া সতৰ্কবাণী। পশ্চিম মৌচুমী আঁতৰি যোৱাৰ লগে লগে দিল্লীত তাপমাত্ৰা হ্ৰাস পায়।

২০২৩ আৰু ২০২২ চনৰ ডিচেম্বৰ মাহত দিল্লীত কোনো ধৰণৰ শীত প্ৰবাহ নাছিল। ২০২০ চনৰ নৱেম্বৰ মাহত দিল্লীত দেখা গৈছিল শীত প্ৰবাহ। পুনৰ এইবাৰ ডিচেম্বৰৰ দ্বিতীয় সপ্তাহত দিল্লীত শীত প্ৰবাহৰ সতৰ্কবাণী জাৰি কৰা হয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: ১৪ বছৰত সৰ্বনিম্নদিল্লীৰ তাপমাত্ৰাবুধবাৰে ৫ ডিগ্ৰী তললৈ নামিল
Share4Tweet3Send

Related Posts

Online fraud : ৱাটছএপত বিয়াৰ কাৰ্ডৰ লিংক, অবাঞ্চিত নিমন্ত্ৰণ গ্ৰহণ কৰিবলৈ গৈ একাউণ্ট খালী
National-International

Online fraud : ৱাটছএপত বিয়াৰ কাৰ্ডৰ লিংক, অবাঞ্চিত নিমন্ত্ৰণ গ্ৰহণ কৰিবলৈ গৈ একাউণ্ট খালী

by News Desk
February 7, 2026
53
US Iran tension : ইৰাণত তেলৰ লেনদেনৰ বাবে শাস্তি, ১৪ জাহাজত নিষেধাজ্ঞা আমেৰিকাৰ
National-International

US Iran tension : ইৰাণত তেলৰ লেনদেনৰ বাবে শাস্তি, ১৪ জাহাজত নিষেধাজ্ঞা আমেৰিকাৰ

by News Desk
February 7, 2026
54
Supreme Court challenging the automatic disqualification of a MP or MLA:
National-International

Supreme Court of India I ইচ্ছাৰ বিৰুদ্ধে সন্তান জন্ম দিবলৈ বাধ্য কৰিব নোৱাৰিব, ৩০ সপ্তাহত গৰ্ভপাতৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

by Staff Reporter
February 7, 2026
50
Assam Crime Records I চলিত বছৰত সাত মাহত অসমত ৫ শতাধিক হত্যাকাণ্ড
National-International

Delhi crime । বছৰৰ প্ৰথম মাহটোত ৰাজধানীত ৫ শতাধিক মহিলা নিৰুদ্দেশৰ তথ্য নস্যাৎ দিল্লী আৰক্ষীৰ

by Staff Reporter
February 7, 2026
50
Polluted city of India I জানুৱাৰী মাহত দেশৰ আটাইতকৈ প্ৰদূষিত চহৰ কোনখন, তালিকা প্ৰকাশ
National-International

Polluted city of India I জানুৱাৰী মাহত দেশৰ আটাইতকৈ প্ৰদূষিত চহৰ কোনখন, তালিকা প্ৰকাশ

by Staff Reporter
February 7, 2026
51
Pakistan Blast I পাকিস্তানৰ মছজিদত আত্মঘাতী বিস্ফোৰণত ভাৰতলৈ আঙুলি পাক মন্ত্ৰীৰ
National-International

Pakistan Blast I পাকিস্তানৰ মছজিদত আত্মঘাতী বিস্ফোৰণত ভাৰতলৈ আঙুলি পাক মন্ত্ৰীৰ

by Staff Reporter
February 7, 2026
50
ADVERTISEMENT
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
KARBI ANGLONG

Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two

February 8, 2026
54
Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২
 কাৰ্বি আংলঙ

Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২

February 8, 2026
53
বিশিষ্ট নাট্যকাৰ, কবি নাট পৰিচালক ৰফিকুল হোছেইনৰ মৃত্যুত শোকস্তব্ধ অসমৰ কৌতুক জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাৰ শোকবাৰ্তা:
Assam

বিশিষ্ট নাট্যকাৰ, কবি নাট পৰিচালক ৰফিকুল হোছেইনৰ মৃত্যুত শোকস্তব্ধ অসমৰ কৌতুক জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাৰ শোকবাৰ্তা:

February 8, 2026
54
ৰাজ্যজুৰি গুণমুগ্ধক শোকসাগৰত পেলাই মহাপ্ৰয়াণ অসমৰ নাট্য কাব্য জগতৰ মহীৰূহ ৰফিকুল হোছেইনৰ: বোকাখাতত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা জ্ঞাপন ৰফিকুল হোছেইনলৈ:

Assam Times Post is an Online Assamese and English News Portal from Assam.

Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two

Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two

February 8, 2026
Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২

Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২

February 8, 2026
বিশিষ্ট নাট্যকাৰ, কবি নাট পৰিচালক ৰফিকুল হোছেইনৰ মৃত্যুত শোকস্তব্ধ অসমৰ কৌতুক জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাৰ শোকবাৰ্তা:

বিশিষ্ট নাট্যকাৰ, কবি নাট পৰিচালক ৰফিকুল হোছেইনৰ মৃত্যুত শোকস্তব্ধ অসমৰ কৌতুক জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাৰ শোকবাৰ্তা:

February 8, 2026

Categories

ALL NEWS (17416) Artificial Intelligence (3) Assam (13922) BREAKING NEWS (6492) Business (34) crime (26) cultural (5) Digital Transformation (3) DIPHU (4) Economy (101) Editorial (17) EDUCATION AND TECHNOLOGY (103) election (4) Entertainment (768) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2064) Health & Fitness (632) Jobs & Career (7) KARBI ANGLONG (3547) Lifestyle (24) literature (16) Music (1) National-International (11472) NORTHEAST (895) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (2) Social Media (2) Sports News (507) Stories (16) Tech (14) Technology (3) Travel (6) Uncategorized (15) Video News (90)  কাৰ্বি আংলঙ (11) আসাম (2)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d