ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

CM Himanta Biswa Sarma : অহা বছৰ জুলাইত সম্পূৰ্ণ হ’ব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ব্ৰহ্মপুত্ৰ দলং, নিৰ্মাণকাৰ্য পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্কঃ

News Desk by News Desk
November 28, 2024
Reading Time: 1 min read
A A
0
CM Himanta Biswa Sarma : অহা বছৰ জুলাইত সম্পূৰ্ণ হ’ব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ব্ৰহ্মপুত্ৰ দলং, নিৰ্মাণকাৰ্য পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

RELATED POSTS

হঠাৎ গুৱাহাটী মহানগৰীৰ ৰাজপথত কমি আহিছে গ্ৰীণ বাছ, কিন্তু কিয় ?

Guwahati I 22 Transgender Persons Arrested for Extortion, Nuisance

Guwahati murder case I গুৱাহাটী মহানগৰীত আন এক হত্যাকাণ্ড, জুৱাখেলৰ বাবেই মৰিয়াই হত্যা যুৱকক

New Logo Smal 5 | ASSAM TIMES POST

গুৱাহাটী আৰু উত্তৰ গুৱাহাটী (Guwahati and North Guwahati) সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত চলি গুৱাহাটীৰ তৃতীয়খন দলঙৰ নিৰ্মাণ (construction of the third bridge) কাৰ্য ২০২৫ চনৰ জুলাই মাহৰ (July, 2025) ভিতৰত সম্পূৰ্ণ হৈ উঠিব (will be complete)। আজি দলংখনৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে (Chief Minister inspects construction work) এই কথা কয়।

ghy 2 | ASSAM TIMES POST
অহা বছৰ জুলাইত সম্পূৰ্ণ হ’ব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ব্ৰহ্মপুত্ৰ দলং

তেওঁ কয়, “গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ কাম ভালদৰে আগবাঢ়িছে আৰু আমি ২০২৫ চনৰ জুলাইৰ পাছত জনসাধাৰণৰ বাবে উৎসৰ্গা কৰাৰ পৰিকল্পনা কৰিছোঁ। দলংখন ট্ৰাকৰ বাহিৰে সকলো শ্ৰেণীৰ বাহনৰ বাবে ব্যৱহাৰ বিনামূলীয়া হ’ব।”

আনহাতে, দলংখনৰ ওপৰেৰে যাতায়ত কৰিবলগা বাহনসমূহৰ টোল সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, “গুৱাহাটী মহানগৰক অধিক যান-জঁটমুক্ত কৰাৰ উদ্দেশ্যৰে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলংখনেৰে বাণিজ্যিক ট্ৰাক, ছুপাৰ আদি অহা-যোৱা কৰিলে টোল ফী দিব লাগিব৷ স্কুটাৰ, মটৰ গাড়ী আদিকে ধৰি কিছু বাহনৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ’ব৷”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: HimantaBiswaSarmaব্ৰহ্মপুত্ৰদলং
Share4Tweet3Send

Related Posts

হঠাৎ গুৱাহাটী মহানগৰীৰ ৰাজপথত কমি আহিছে গ্ৰীণ বাছ, কিন্তু কিয় ?
Guwahati

হঠাৎ গুৱাহাটী মহানগৰীৰ ৰাজপথত কমি আহিছে গ্ৰীণ বাছ, কিন্তু কিয় ?

by News Desk
November 21, 2026
50
Guwahati I 22 Transgender Persons Arrested for Extortion, Nuisance
Guwahati

Guwahati I 22 Transgender Persons Arrested for Extortion, Nuisance

by News Desk
November 14, 2026
54
Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ
Guwahati

Guwahati murder case I গুৱাহাটী মহানগৰীত আন এক হত্যাকাণ্ড, জুৱাখেলৰ বাবেই মৰিয়াই হত্যা যুৱকক

by News Desk
November 5, 2026
52
Grihamantri Dakshata Padak : অসমৰ ২৩ আৰক্ষী বিষয়া-জোৱানলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক
Guwahati

Grihamantri Dakshata Padak : অসমৰ ২৩ আৰক্ষী বিষয়া-জোৱানলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক

by News Desk
October 31, 2026
52
Guwahati hotel firing : হোটেলৰ দিবলগা ভাৰাৰ বাবেই ৫ জন লোকৰ মৃত্যু, হেলেনা ভৰালীৰ ভাগিনীয়েকৰ বিস্ফোৰক মন্তব্য
Guwahati

Guwahati hotel firing : হোটেলৰ দিবলগা ভাৰাৰ বাবেই ৫ জন লোকৰ মৃত্যু, হেলেনা ভৰালীৰ ভাগিনীয়েকৰ বিস্ফোৰক মন্তব্য

by News Desk
October 29, 2026
51
Responsible for the escape from Ghanakanta’s hostage situation! Court issues strict instructions for the security of the killer of five murders
Guwahati

Responsible for the escape from Ghanakanta’s hostage situation! Court issues strict instructions for the security of the killer of five murders

by ASSAM TIMES POST
October 28, 2026
54
ADVERTISEMENT
বশিষ্ঠ আৰক্ষীৰ জালত ২ দুধৰ্ষ চোৰ
Assam

বশিষ্ঠ আৰক্ষীৰ জালত ২ দুধৰ্ষ চোৰ

November 22, 2026
50
UGC-NET row : পুনৰ বিতৰ্কত এনটিএ, এইবাৰ প্ৰশ্নকাকতত ত্ৰুটিৰ বাবে ইউজিচি-নেটৰ তিনিটা বিষয়ৰ পৰীক্ষা বাতিল
National-International

NEET paper case I বুধবাৰৰ পৰা আৰম্ভ হ’ব নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ বিচাৰ, ১৪ জনৰ বিৰুদ্ধে চাৰ্জশ্বীট

November 21, 2026
50
ডিফুত ‘বীৰ শম্ভুধন ফংল আৰু ডিমাছা বিশেষ’ গ্ৰন্থ উন্মোচন
KARBI ANGLONG

ডিফুত ‘বীৰ শম্ভুধন ফংল আৰু ডিমাছা বিশেষ’ গ্ৰন্থ উন্মোচন

November 21, 2026
56
Nitish setu I বিহাৰত দেশৰ সৰ্বাধিক দৈৰ্ঘ্যৰ ‘নীতিশ সেতু’ উদ্বোধন প্ৰধানমন্ত্ৰীৰ, ধলা-শদিয়াৰ ৰেকৰ্ড ভংগ
National-International

Nitish setu I বিহাৰত দেশৰ সৰ্বাধিক দৈৰ্ঘ্যৰ ‘নীতিশ সেতু’ উদ্বোধন প্ৰধানমন্ত্ৰীৰ, ধলা-শদিয়াৰ ৰেকৰ্ড ভংগ

November 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

বশিষ্ঠ আৰক্ষীৰ জালত ২ দুধৰ্ষ চোৰ

বশিষ্ঠ আৰক্ষীৰ জালত ২ দুধৰ্ষ চোৰ

November 22, 2026
UGC-NET row : পুনৰ বিতৰ্কত এনটিএ, এইবাৰ প্ৰশ্নকাকতত ত্ৰুটিৰ বাবে ইউজিচি-নেটৰ তিনিটা বিষয়ৰ পৰীক্ষা বাতিল

NEET paper case I বুধবাৰৰ পৰা আৰম্ভ হ’ব নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ বিচাৰ, ১৪ জনৰ বিৰুদ্ধে চাৰ্জশ্বীট

November 21, 2026
ডিফুত ‘বীৰ শম্ভুধন ফংল আৰু ডিমাছা বিশেষ’ গ্ৰন্থ উন্মোচন

ডিফুত ‘বীৰ শম্ভুধন ফংল আৰু ডিমাছা বিশেষ’ গ্ৰন্থ উন্মোচন

November 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d