ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

Elon Mask : ‘আইৰন মেন’ৰ অৱতাৰত দেখা যাব ইলন মাস্কক

নিউজ ডেস্কঃ

News Desk by News Desk
November 25, 2024
Reading Time: 1 min read
A A
0
Elon Mask : ‘আইৰন মেন’ৰ অৱতাৰত দেখা যাব ইলন মাস্কক

RELATED POSTS

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

New Logo Smal 4 | ASSAM TIMES POST

মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্ছৰ প্ৰথমখন ছবি (Film) হৈছে আইৰন মেন (Iron Man)। ছবিখনত ৰবাৰ্ট ডাউনী জুনিয়ৰে (Robert Downey Jr.) আইৰন মেনৰ চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনৰ দ্বিতীয় সংস্কৰণত টেছলাৰ চিইঅ’ ইলন মাস্কে (Elon Musk) ৰবাৰ্টৰ সৈতে সৰু চৰিত্ৰ এটাত অভিনয় কৰিছিল। পিছত মাৰ্ভেলৰ কাৰ্যবাহীসকলে কয় যে আইৰন মেন টনি ষ্টাৰ্কৰ চৰিত্ৰটো মাস্কৰ পৰাই অনুপ্ৰাণিত। ভৱিষ্যতে মাস্ককেই আইৰন মেন হিচাপে দেখা যাব নেকি? ছ’চিয়েল মিডিয়াত তেওঁৰ এটা পোষ্টে সেই জল্পনা-কল্পনাক ইন্ধন যোগাইছে।

Iraon 1 | ASSAM TIMES POST
‘আইৰন মেন’ৰ অৱতাৰত দেখা যাব ইলন মাস্কক

দেওবাৰে মাস্কে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত নিজৰ এখন ছবি পোষ্ট কৰে। তাত তেওঁ আইৰন মেনৰ চুট পিন্ধা দেখা গৈছে। উক্ত ছবিখন ভাইৰেল হ’বলৈ বেছি সময় নালাগিল। আনকি কিছুমানে তেওঁক ৰবাৰ্টৰ লগত তুলনা কৰিবলৈও আৰম্ভ কৰে। এজনে লিখিছে, “ইলন মাস্কে ৰবাৰ্ট ডাউনী জুনিয়ৰতকৈ আইৰন মেনৰ চৰিত্ৰত ভালকৈ ফিট হ’ব।”

২০২২ চনত আইৰন মেন-২ৰ চিত্ৰনাট্যকাৰ মাৰ্ক ফাৰ্গাছে এক সাক্ষাৎকাৰত কৈছিল যে ছবিখনত ৰবাৰ্টৰ চৰিত্ৰটো মাস্ক, ড’নাল্ড ট্ৰাম্প আৰু ষ্টিভ জবছৰ সংমিশ্ৰণ। শেহতীয়াকৈ মাস্কে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ খিতাপ লাভ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পিছত টেছলাৰ শ্বেয়াৰৰ মূল্য বৃদ্ধি পাইছে ৪০ শতাংশ। তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছে ৩২১ বিলিয়ন ডলাৰ।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ElonMaskIronManইৰনমেন
Share4Tweet3Send

Related Posts

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

by News Desk
July 18, 2026
50
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
Entertainment

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

by News Desk
July 5, 2026
50
Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে
Entertainment

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

by News Desk
January 19, 2026
55
Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ
Entertainment

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

by News Desk
March 21, 2025
57
Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ
Entertainment

Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

by News Desk
March 21, 2025
57
Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে
Entertainment

Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে

by News Desk
January 2, 2025
55
ADVERTISEMENT
‘He Insisted on Examining Me’: Gauhati Doctor Accused of Harassment
Guwahati

‘He Insisted on Examining Me’: Gauhati Doctor Accused of Harassment

October 17, 2026
50
Manipur Violence : Village Chief Among 4 Civilians Injured in Firing
NORTHEAST

Manipur Violence : Village Chief Among 4 Civilians Injured in Firing

October 17, 2026
50
Encounter in Rongia : ৰঙিয়াত ডকাইতক এনকাউণ্টাৰ
Assam

Assam Shocker: Robbery Accused Injured in Police Firing at Rangia

October 17, 2026
50
Eviction drive : সৰুপথাৰ অসম-নাগালেণ্ড সীমান্তত পুনৰ চলিল উচ্ছেদ অভিযান
Assam

Eviction drive : সৰুপথাৰ অসম-নাগালেণ্ড সীমান্তত পুনৰ চলিল উচ্ছেদ অভিযান

October 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‘He Insisted on Examining Me’: Gauhati Doctor Accused of Harassment

‘He Insisted on Examining Me’: Gauhati Doctor Accused of Harassment

October 17, 2026
Manipur Violence : Village Chief Among 4 Civilians Injured in Firing

Manipur Violence : Village Chief Among 4 Civilians Injured in Firing

October 17, 2026
Encounter in Rongia : ৰঙিয়াত ডকাইতক এনকাউণ্টাৰ

Assam Shocker: Robbery Accused Injured in Police Firing at Rangia

October 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d