ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Burmese Supari, Drugs seized : ডিলাইত ১১ লাখ টকা মূল্যৰ বার্মিজ চুপাৰিৰ লগতে ড্ৰাগছ জব্দ, আটক ৪

ষ্টাফ ৰিপ'ৰ্টাৰঃ ডিফু :

News Desk by News Desk
November 19, 2024
Reading Time: 1 min read
A A
0
Burmese Supari, Drugs seized : ডিলাইত ১১ লাখ টকা মূল্যৰ বার্মিজ চুপাৰিৰ লগতে ড্ৰাগছ জব্দ, আটক ৪

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ মাজেৰে যোৱা ৩৬নং আৰু ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথ দুটা ক একাংশ অসাধু বেপাৰীয়ে কৰিডৰ হিচাপে ব্যৱহাৰ কবি বর্তমানেও গোপনে বার্মিজ চুপাৰি (Burmese Supari)ৰ অবৈধ সৰবৰাহ (Illegal trafficking) অব্যাহত ৰাখিছে। এই কথাৰ সত্যতা পুনৰ প্ৰমাণ কৰিছে আজি বোকাজান মহকুমাৰ অধীনৰ ডিলাই আৰক্ষীৰ নিয়মীয়া নাকাত জব্দ হোৱা বৃহৎ পৰিমাণৰ বার্মিজ চুপাৰিয়ে।

ডিলাইত ১১ লাখ টকা মূল্যৰ বার্মিজ চুপাৰিৰ লগতে ড্ৰাগছ জব্দ, আটক ৪
ডিলাইত ১১ লাখ টকা মূল্যৰ বার্মিজ চুপাৰিৰ লগতে ড্ৰাগছ জব্দ, আটক ৪

ইয়াৰ উপৰি এই বার্মিজ চুপাৰিৰ লগতে আৰক্ষীয়ে কেইবালক্ষাধিক টকাৰ ড্রাগছো জব্দ কৰে। আৰক্ষী সূত্রে পোৱা তথ্য অনুসৰি আজি ডিলাই আৰক্ষীৰ নিয়মীয়া নাকাত এএছ-৩১-চি-১০৭৭ নম্বৰৰ এখন বলেৰ’ পিক আপ বাহন ৰখাই-তালাচী চলাওঁতেই গাড়ীখনৰ পৰা ২৪টা বস্তাত মুঠ ২৩ কুইণ্টল বার্মিজ চুপাৰি উদ্ধাৰ কৰে। আজি আৰক্ষীয়ে জব্দ কৰা ড্রাগছখিনিৰ লগতে এটা সৰবৰাহকাৰী আটক কৰে। ধৃত বার্মিজ চুপাৰি সৰবৰাহকাৰীটো হৈছে ডবকাৰ নাজিৰ হুছেইন।

আজি ডিলাই আৰক্ষী (Dillai police)য়ে জব্দ কৰা বার্মিজ চুপাৰিখিনিৰ বজাৰ মূল্য প্রায় ১১ লাখ টকা হ’ব বুলি আৰক্ষী সূত্রে জানিব পৰা গৈছে। আনহাতে, আজি একেদিনাই ডিলাই আৰক্ষীয়ে এনএল-০৭- এএ-৩৭৭৮ নম্বৰ আন এখন বালি কঢ়িওৱা ডাম্পাৰ গাড়ীৰ পৰা ডিলাই আৰক্ষীৰ তালাচীত আৰক্ষীৰ এটা দলে ডবকাৰ জাকিৰ হুছেইন, খাইৰুল ইছলাম আৰু ফাৰুক আহমেদৰ পৰা তিনিটাকৈ চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত ৩৫.৯৫ গ্রাম ড্রাগছ জব্দ (Drugs seized) কৰিবলৈ সক্ষম হয়। আজি আৰক্ষীয়ে জব্দ কৰা নিষিদ্ধ ড্রাগছখিনিৰ বজাৰ মূল্য ৩ লক্ষাধিকৰো অধিক হ’ব বুলি আৰক্ষী সূত্রে জানিব পৰা গৈছে।

Tags: BurmeseSupariDrugsseizedড্ৰাগছজব্দবার্মিজচুপাৰি
Share4Tweet3Send

Related Posts

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ
KARBI ANGLONG

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

by News Desk
June 22, 2026
50
Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ
KARBI ANGLONG

Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ

by Staff Reporter
June 22, 2026
50
‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন
KARBI ANGLONG

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

by Staff Reporter
June 21, 2026
50
ডিফুত পালন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যোগে সুস্থ শৰীৰ, শান্তিপূৰ্ণ মন আৰু সুসম সমাজৰ প্ৰসাৰ ঘটায় – CEM ডাঃ ৰংহাং
KARBI ANGLONG

ডিফুত পালন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যোগে সুস্থ শৰীৰ, শান্তিপূৰ্ণ মন আৰু সুসম সমাজৰ প্ৰসাৰ ঘটায় – CEM ডাঃ ৰংহাং

by Staff Reporter
June 21, 2026
50
Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ
KARBI ANGLONG

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ

by News Desk
June 19, 2026
50
বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ
KARBI ANGLONG

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

by Staff Reporter
June 17, 2026
50
ADVERTISEMENT
FIFA World Cup 2026 I বিশ্বকাপত অনন্য অভিলেখ পৰ্তুগীজ ফুটবলাৰ ৰোনাল্ডোৰ
National-International

FIFA World Cup 2026 I বিশ্বকাপত অনন্য অভিলেখ পৰ্তুগীজ ফুটবলাৰ ৰোনাল্ডোৰ

June 24, 2026
50
US Iran talks I ইৰাণক পুনৰ সকীয়নি ট্ৰাম্পৰ, শান্তি আলোচনা বাতিলৰো হুংকাৰ
National-International

US Iran talks I ইৰাণক পুনৰ সকীয়নি ট্ৰাম্পৰ, শান্তি আলোচনা বাতিলৰো হুংকাৰ

June 24, 2026
50
Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ
NORTHEAST

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

June 23, 2026
50
Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়
National-International

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

June 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

FIFA World Cup 2026 I বিশ্বকাপত অনন্য অভিলেখ পৰ্তুগীজ ফুটবলাৰ ৰোনাল্ডোৰ

FIFA World Cup 2026 I বিশ্বকাপত অনন্য অভিলেখ পৰ্তুগীজ ফুটবলাৰ ৰোনাল্ডোৰ

June 24, 2026
US Iran talks I ইৰাণক পুনৰ সকীয়নি ট্ৰাম্পৰ, শান্তি আলোচনা বাতিলৰো হুংকাৰ

US Iran talks I ইৰাণক পুনৰ সকীয়নি ট্ৰাম্পৰ, শান্তি আলোচনা বাতিলৰো হুংকাৰ

June 24, 2026
Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

June 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx