ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home EDUCATION AND TECHNOLOGY

Jio 5G : জিঅ’ই আনিছে ফাইভ-জিৰ বাম্পাৰ অফাৰ, কেতিয়াৰ পৰা উপলব্ধ হ’ব এই সেৱা?

নিউজ ডেস্কঃ

News Desk by News Desk
November 12, 2024
Reading Time: 1 min read
A A
0
Jio 5G : জিঅ’ই আনিছে ফাইভ-জিৰ বাম্পাৰ অফাৰ, কেতিয়াৰ পৰা উপলব্ধ হ’ব এই সেৱা?

New Logo Smal 2 | ASSAM TIMES POST
দেশৰ স্মাৰ্টফোন বজাৰত এক অনন্য মাত্ৰা প্ৰদানৰ বাবে সাজু হৈছে ৰিলায়েন্স জিঅ’ (Reliance Jio)। জিঅ’ই কেইদিনমানৰ ভিতৰতে একেবাৰে কম মূল্যত ৫জি ফোন (5G phone) বজাৰত মুকলি কৰিব। আধুনিক স্পেচিফিকেচন আৰু সুলভ মূল্য (Affordable Prices)ত লাখ লাখ ভাৰতীয়ই এই ৫জি ফোন ব্যৱহাৰ কৰিব পাৰিব। সূত্ৰ অনুসৰি জিঅ’ ভাৰত ৫জি স্মাৰ্টফোনৰ মূল্য ৪,৯৯৯ টকাৰ পৰা ৫,৯৯৯ টকাৰ ভিতৰত হ’ব পাৰে। আনহাতে, ৩,৯৯৯ টকাৰ বিশেষ ৰেহাইতো এই ফোনটো ক্ৰয় কৰিব পাৰে।

RELATED POSTS

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক

The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms

Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace

ক্ৰেতাসকলে মাত্ৰ ৯৯৯ টকাৰ পৰা আৰম্ভ কৰি ইএমআইৰ সুবিধাও লাভ কৰিব। ২০২৫ চনৰ জানুৱাৰী মাহৰ শেষৰ ফালে বা ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে এই ফোন মুকলি কৰিব পাৰে। এই জিঅ’ ৫-জি ফোনত ৫.৩ ইঞ্চি পাঞ্চ-হোল ডিছপ্লে, ৭২০x১৯২০ পিক্সেল ৰিজ’লিউচন, ইন্টিগ্ৰেটেড ফিংগাৰপ্ৰিণ্ট চেন্সৰ, মিডিয়াটেক ৬২০০ প্ৰচেছৰ আছে। এই 5G ফোনটো বিভিন্ন ষ্ট’ৰেজ চিষ্টেমত উপলব্ধ হ’ব।

Jio | ASSAM TIMES POST
জিঅ’ই আনিছে ফাইভ-জিৰ বাম্পাৰ অফাৰ

জিঅ’ ইণ্ডিয়াৰ ভাৰতত উপলব্ধ হ’ব ৬ জিবি ৰেম + ৬৪ জিবি ষ্ট’ৰেজ, ৬ জিবি ৰেম + ১২৮ জিবি ষ্ট’ৰেজ, ৮ জিবি ৰেম + ১২৮ জিবি ষ্ট’ৰেজ। ডিভাইচটোত 7100mAh বেটাৰী থাকিব যিটো সাধাৰণ ব্যৱহাৰৰ সৈতে সহজেই এদিন টিকি থাকিব। আনকি ফাষ্ট চাৰ্জিং চিষ্টেমো আছে। ছেলফিৰ বাবে ১০৮ এমপি প্ৰাইমেৰী কেমেৰা, ১২ মেগা পিক্সেল আল্ট্ৰা-ৱাইড লেন্স, ৫ মেগা পিক্সেল প’ৰ্ট্ৰেইট লেন্স আৰু ১৩ মেগা পিক্সেলৰ ফ্ৰন্ট কেমেৰা আছে। ভাৰতত জিঅ’ই স্মাৰ্টফোন আৰু ৫জি সংযোগৰ দিশত কেইবাটাও উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। বিশেষজ্ঞসকলৰ মতে, জিঅ’ ইণ্ডিয়াৰ ৫জি বজাৰত প্ৰৱেশে আন কোম্পানীসমূহক পুনৰ চিন্তা কৰাত বাধ্য কৰিব।

Tags: Jio5GPhoneজিঅ’৫জিফোন
Share4Tweet3Send

Related Posts

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক
EDUCATION AND TECHNOLOGY

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক

by News Desk
January 17, 2026
50
The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms
EDUCATION AND TECHNOLOGY

The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms

by ASSAM TIMES POST
May 12, 2025
50
Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace
EDUCATION AND TECHNOLOGY

Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace

by ASSAM TIMES POST
May 11, 2025
50
Uncover the Enchantment: Discover Hidden Gems Beyond the Tourist Trail in Kyoto
EDUCATION AND TECHNOLOGY

Uncover the Enchantment: Discover Hidden Gems Beyond the Tourist Trail in Kyoto

by ASSAM TIMES POST
May 10, 2025
50
The Ripple Effect: Global Events Transforming Local Lives
EDUCATION AND TECHNOLOGY

The Ripple Effect: Global Events Transforming Local Lives

by ASSAM TIMES POST
May 9, 2025
50
Assam’s Hidden Treasures: Unveiling the Enchanting Wonders Awaiting Your Discovery
EDUCATION AND TECHNOLOGY

Assam’s Hidden Treasures: Unveiling the Enchanting Wonders Awaiting Your Discovery

by ASSAM TIMES POST
May 8, 2025
50
ADVERTISEMENT
West Indies Team : বিশ্বকাপৰ অভিযান সমাপ্ত হৈছিল পাঁচ দিন আগতে কলকতাত আবদ্ধ ৱেষ্ট ইণ্ডিজ দল, যাব পৰা নাই স্বদেশলৈ
Sports News

West Indies Team : বিশ্বকাপৰ অভিযান সমাপ্ত হৈছিল পাঁচ দিন আগতে কলকতাত আবদ্ধ ৱেষ্ট ইণ্ডিজ দল, যাব পৰা নাই স্বদেশলৈ

March 5, 2026
50
US Iran war : অতিথি হিচাপে ভাৰতলৈ যোৱা যুদ্ধজাহাজ ডুবোৱাৰ পৰিণতি ভুগিব লাগিব আমেৰিকাই, ইৰাণৰ ভাবুকি
National-International

US Iran war : অতিথি হিচাপে ভাৰতলৈ যোৱা যুদ্ধজাহাজ ডুবোৱাৰ পৰিণতি ভুগিব লাগিব আমেৰিকাই, ইৰাণৰ ভাবুকি

March 5, 2026
50
Attack on American ship : উত্তৰ উপসাগৰত জ্বলিছে আমেৰিকাৰ টেংকাৰ, দাবী তেহৰাণৰ
National-International

Attack on American ship : উত্তৰ উপসাগৰত জ্বলিছে আমেৰিকাৰ টেংকাৰ, দাবী তেহৰাণৰ

March 5, 2026
50
বিহাৰবাসীৰ লগত প্ৰতাৰণা! চৰকাৰ ভংগ কৰাৰ পিছত নীতিশক আক্ৰমণ বিজেপিৰ
National-International

Nitish Kumar I মুখ্যমন্ত্ৰীৰ পৰা পদত্যাগ নীতিশ কুমাৰৰ ! কিন্তু কিয় ?

March 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

West Indies Team : বিশ্বকাপৰ অভিযান সমাপ্ত হৈছিল পাঁচ দিন আগতে কলকতাত আবদ্ধ ৱেষ্ট ইণ্ডিজ দল, যাব পৰা নাই স্বদেশলৈ

West Indies Team : বিশ্বকাপৰ অভিযান সমাপ্ত হৈছিল পাঁচ দিন আগতে কলকতাত আবদ্ধ ৱেষ্ট ইণ্ডিজ দল, যাব পৰা নাই স্বদেশলৈ

March 5, 2026
US Iran war : অতিথি হিচাপে ভাৰতলৈ যোৱা যুদ্ধজাহাজ ডুবোৱাৰ পৰিণতি ভুগিব লাগিব আমেৰিকাই, ইৰাণৰ ভাবুকি

US Iran war : অতিথি হিচাপে ভাৰতলৈ যোৱা যুদ্ধজাহাজ ডুবোৱাৰ পৰিণতি ভুগিব লাগিব আমেৰিকাই, ইৰাণৰ ভাবুকি

March 5, 2026
Attack on American ship : উত্তৰ উপসাগৰত জ্বলিছে আমেৰিকাৰ টেংকাৰ, দাবী তেহৰাণৰ

Attack on American ship : উত্তৰ উপসাগৰত জ্বলিছে আমেৰিকাৰ টেংকাৰ, দাবী তেহৰাণৰ

March 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx