ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

Salman Khan Death Threat : জীয়াই থাকিব বিচাৰিল ক্ষমা খোজক নতুবা ৫ কোটি দিয়ক, পুনৰ মৃত্যুৰ ভাবুকি ছলমান খানক

নিউজ ডেস্কঃ

News Desk by News Desk
November 5, 2024
Reading Time: 1 min read
A A
0
Salman Khan Death Threat : জীয়াই থাকিব বিচাৰিল ক্ষমা খোজক নতুবা ৫ কোটি দিয়ক, পুনৰ মৃত্যুৰ ভাবুকি ছলমান খানক

New Logo Smal 4 | ASSAM TIMES POST

RELATED POSTS

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে

এসপ্তাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে অভিনেতা ছলমান খানক মৃত্যুৰ ভাবুকি (Salman Khan receives death threat)। সোমবাৰে নিশা মুম্বাই আৰক্ষীৰ কণ্ট্ৰ’ল ৰুমে গেংষ্টাৰ লৰেন্স বিষ্ণয় (Gangster Lawrence Bishnoy)ৰ ভাতৃ আনমোলৰ নামত ভাবুকিপূৰ্ণ ৱাটছএপ মেছেজ (WhatsApp message) লাভ কৰে। আৰক্ষী সূত্ৰৰ মতে, যান-বাহন নিয়ন্ত্ৰণ কক্ষলৈ প্ৰেৰণ কৰা বাৰ্তাটোত দাবী কৰা হৈছে, “মই লৰেন্স বিষ্ণয়ৰ ভাতৃয়ে কৈছো। যদি ছালমান খানে জীয়াই থাকিব বিচাৰে তেন্তে আমাৰ মন্দিৰলৈ গৈ ক্ষমা বিচাৰক। আৰু যদি নকৰে তেন্তে পাঁচ কোটি টকা দিব লাগিব। যদি তেওঁ দুয়োটাৰ এটাও কাম নকৰে তেন্তে ছলমানক হত্যা কৰা হ’ব। আমাৰ গেংটোৱে এতিয়াও নজৰ ৰাখি আছে।”

sal 1 1 | ASSAM TIMES POST
জীয়াই থাকিব বিচাৰিল ক্ষমা খোজক নতুবা ৫ কোটি দিয়ক, পুনৰ মৃত্যুৰ ভাবুকি ছলমান খানক

এই বাৰ্তা লাভ কৰাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে এই বাৰ্তাটো ক’ৰ পৰা আহিল, প্ৰেৰকজন আচলতে আনমোল বিষ্ণুয় হয়নে নহয় সেই বিষয়ে। উল্লেখ্য, ৩০ অক্টোবৰত যান-বাহন আৰক্ষীয়ে ছলমানক হত্যাৰ ভাবুকি লাভ কৰিছিল। সেই সময়ত দাবী কৰা হৈছিল দুই কোটি টকা।

আনহাতে, ১৮ অক্টোবৰতো মুম্বাই ট্ৰেফিক পুলিচৰ ৱাটছএপ নম্বৰত লৰেন্স বিষ্ণয়ৰ নামত ভাবুকি আহিছিল। তাত কোৱা হৈছিল যে ছলমান খানে ততালিকে ৫ কোটি টকা যদি নিদিয়ে তেন্তে এন চি পি নেতা বাবা ছিদ্দিকীতকৈ তেওঁৰ কৰুণ পৰিণতি হʼব। ইয়াৰ পিছতে মুম্বাই আৰক্ষী সক্ৰিয় হৈ উযে। উক্ত ভাবুকিৰ আধাৰতেই তদন্ত আৰম্ভ হয়। তদন্তৰ সময়তে জামছেদপুৰৰ পৰা এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয়। অভিযোগ মতে, তেওঁ বিষ্ণয়ৰ নামত ছলমানক ভাবুকি দিছিল।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: SalmanKhanDeathThreatমৃত্যুৰভাবুকিছলমানখান
Share4Tweet3Send

Related Posts

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ
Entertainment

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

by News Desk
March 21, 2025
53
Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ
Entertainment

Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

by News Desk
March 21, 2025
57
Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে
Entertainment

Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে

by News Desk
January 2, 2025
54
Allu Arjun Arrested : আল্লু অৰ্জুনক গ্ৰেপ্তাৰৰ পিছতে অভিযোগ উটাই লোৱাৰ ঘোষণা ভুক্তভোগীৰ স্বামীৰ
Entertainment

Allu Arjun Arrested : আল্লু অৰ্জুনক গ্ৰেপ্তাৰৰ পিছতে অভিযোগ উটাই লোৱাৰ ঘোষণা ভুক্তভোগীৰ স্বামীৰ

by News Desk
December 13, 2024
56
Allu Arjun Arrested : ‘পুষ্পা ২’ প্ৰিমিয়াৰত পদপিষ্টৰ ঘটনাত গ্ৰেপ্তাৰ আল্লু অৰ্জুন
Entertainment

Allu Arjun Arrested : ‘পুষ্পা ২’ প্ৰিমিয়াৰত পদপিষ্টৰ ঘটনাত গ্ৰেপ্তাৰ আল্লু অৰ্জুন

by News Desk
December 13, 2024
55
Elon Mask : ‘আইৰন মেন’ৰ অৱতাৰত দেখা যাব ইলন মাস্কক
Entertainment

Elon Mask : ‘আইৰন মেন’ৰ অৱতাৰত দেখা যাব ইলন মাস্কক

by News Desk
November 25, 2024
52
ADVERTISEMENT
আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ
National-International

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

November 19, 2025
50
যৌন নিৰ্যাতন ৰোধ কৰিবলৈ গৈ ভয়ংকৰ বিপদত মহিলা, মুখত পৰিল ১১৮টা চিলাই!
National-International

প্ৰাক্তন প্ৰেমিকাক জোৰকৈ চুমা খাবলৈ গৈ জিভা হেৰুৱালে যুৱকে

November 19, 2025
50
Dowry I যৌতুকত পুৰণি আচবাব, খঙতে দৰাৰ পক্ষই ভাঙিলে বিয়া!
National-International

Dowry case I যৌতুকৰ দাবী কৰি চিকিৎসক স্বামী, অধ্যাপক শহুৰেকৰ বোৱাৰীয়েকক ‘যৌন নিৰ্যাতন’

November 19, 2025
50
বিশ্বকাপ ফুটবললৈ যোগ্যতা অৰ্জন জাৰ্মানী আৰু নেডাৰলেণ্ডৰ
National-International

ডেৰ নিযুত জনসংখ্যাৰ দেশ কুৰাকাওৰ বিশ্বকাপ ফুটবললৈ যোগ্যতা অৰ্জন ৪২ খন দেশৰ টিকট লাভ বিশ্বকাপলৈ বাকী আছে ৬খন দেশ

November 19, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

November 19, 2025
যৌন নিৰ্যাতন ৰোধ কৰিবলৈ গৈ ভয়ংকৰ বিপদত মহিলা, মুখত পৰিল ১১৮টা চিলাই!

প্ৰাক্তন প্ৰেমিকাক জোৰকৈ চুমা খাবলৈ গৈ জিভা হেৰুৱালে যুৱকে

November 19, 2025
Dowry I যৌতুকত পুৰণি আচবাব, খঙতে দৰাৰ পক্ষই ভাঙিলে বিয়া!

Dowry case I যৌতুকৰ দাবী কৰি চিকিৎসক স্বামী, অধ্যাপক শহুৰেকৰ বোৱাৰীয়েকক ‘যৌন নিৰ্যাতন’

November 19, 2025

Categories

accident (1) ALL NEWS (17410) Artificial Intelligence (3) Assam (13846) BREAKING NEWS (6488) Business (34) crime (23) cultural (5) Digital Transformation (3) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION (1) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2052) Health & Fitness (631) Jobs & Career (7) KARBI ANGLONG (3496) Lifestyle (24) literature (16) National-International (10908) NORTHEAST (880) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (1) Sports News (497) Stories (16) Tech (14) Tourism (1) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d