ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিফুত শংকৰী কৃষ্টি বিকাশ সংঘৰ উদ্যোগত দেওবাৰে পুৱা ৫ বজাৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অবিৰত ভাগৱত পাঠ 

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
November 3, 2024
Reading Time: 1 min read
A A
0
ডিফুত শংকৰী কৃষ্টি বিকাশ সংঘৰ উদ্যোগত দেওবাৰে পুৱা ৫ বজাৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অবিৰত ভাগৱত পাঠ 

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

দেওবাৰে প্ৰাতঃপুৱাৰে পৰা ডিফু থানা পথৰ বৰ নামঘৰত শংকৰী কৃষ্টি বিকাশ সংঘৰ উদ্যোগত ৩ নৱেম্বৰৰ পৰা ৭ নৱেম্বৰলৈ শুভাৰম্ভ হৈছে অবিৰত ভাগৱত পাঠ কাৰ্যসূচী ৷ আজিৰে পৰা কৃষ্ণ ৰসেৰে উদ্বুদ্ধ হৈ পৰিব ভকত- বৈষ্ণৱ সকল ৷ ৫ দিনীয়া কাৰ্যসূচীৰে প্ৰভূৰ শ্ৰীচৰণত আশিষ বিচাৰি এই ভাগৱত পাঠৰ আয়োজন কৰা হৈছে ৷

কাৰ্যসূচী অনুসৰি পুৱা ৫ বজাত প্ৰাতঃ প্ৰসংগ, ৮ বজাত ধ্বৰ্ম ধ্বজা উত্তোলন কৰে শংকৰী কৃষ্টি বিকাশ সংঘৰ সভাপতি দেৱ কুমাৰ গগৈ, ইয়াৰ পিছতে ক্ৰমান্বয়ে বৰগীত পৰিৱেশন, ৯ বজাত ৩২ গছি বন্তি প্ৰজ্বলনৰ উন্মোচন কৰে মুখ্য প্ৰৌজ্বলক উপেন দত্তই ৷

ডিফুত শংকৰী কৃষ্টি বিকাশ সংঘৰ উদ্যোগত দেওবাৰে পুৱা ৫ বজাৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অবিৰত ভাগৱত পাঠ 
ডিফুত শংকৰী কৃষ্টি বিকাশ সংঘৰ উদ্যোগত দেওবাৰে পুৱা ৫ বজাৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অবিৰত ভাগৱত পাঠ 

ইয়াৰোপৰি বৈকুণ্ঠ পট উদ্ধোধন, ভাগৱত প্ৰতিষ্ঠা আৰু নাম প্ৰসংগ অনুষ্ঠিত হয় ৷ কাৰবি আংলঙৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পাঠক সকলে অবিৰত ভাগৱত পাঠ কৰি ডিফু লগতে বিশ্বৰ মানৱ জাতিৰ সম্প্ৰীতি, সমন্বয় আৰু বিশ্ব শান্তিৰ বাবে ভগৱন্তৰ শ্ৰী চৰণত প্ৰাৰ্থনা জনাব বুলি জানিব পৰা গৈছে ৷ ভাগৱত পাঠৰ শুভাৰম্ভ কৰে ক্ৰমে, দিগন্ত লষ্কৰ,প্ৰফুল্ল মহন্তই ৷ নাম প্ৰসংগৰ নামাচাৰ্যৰ ৰূপে দায়িত্ব নিৰ্বাহ কৰে শংকৰী কৃষ্টি বিকাশ সংঘ ডিফু বৰনামঘৰৰ নামাচাৰ্য দিলীপ কুমাৰ ফুকন৷

Tags: অসমৰ পাঠকআশিষউপেন দত্তকাৰবি আংলঙকৃষ্ণ ৰসডিফু থানাদিগন্ত লষ্কৰদিলীপ কুমাৰ ফুকন.দেওবাৰেদেৱ কুমাৰ গগৈধ্বৰ্ম ধ্বজানাম প্ৰসংগনামাচাৰ্যপ্ৰফুল্ল মহন্তপ্ৰভূপ্ৰাতঃপুৱাবিশ্ব মানৱ জাতিৰ সম্প্ৰীতিবিশ্ব শান্তিবৈকুণ্ঠ পটবৰ নামঘৰবৰগীতভকত-বৈষ্ণৱভগৱন্তৰ শ্ৰী চৰণভাগৱত পাঠভাগৱত প্ৰতিষ্ঠাশংকৰী কৃষ্টি বিকাশ সংঘশ্ৰীচৰণসমন্বয়৩ নৱেম্বৰ৩২ গছি বন্তি৫ দিনীয়া কাৰ্যসূচী৭ নৱেম্বৰ
Share4Tweet3Send

Related Posts

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
KARBI ANGLONG

by News Desk
August 6, 2026
50
Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

by News Desk
August 5, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

by News Desk
August 4, 2026
50
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ
KARBI ANGLONG

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

by News Desk
August 1, 2026
50
One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন
KARBI ANGLONG

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

by News Desk
July 30, 2026
50
ADVERTISEMENT
Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত
National-International

August 7, 2026
50
CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব

UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক
National-International

UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক

August 7, 2026
50
Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
KARBI ANGLONG

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

August 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত

Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত

August 7, 2026
CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব

CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব

August 7, 2026
UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক

UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক

August 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT