ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

Salman Khan Death Threat : এসপ্তাহটোত দ্বিতীয়বাৰ ছলমান খানক হত্যাৰ ভাবুকি, ২ কোটি দাবীৰে আৰক্ষীলৈ বাৰ্তা

নিউজ ডেস্কঃ

News Desk by News Desk
October 30, 2024
Reading Time: 1 min read
A A
0
Salman Khan Death Threat : এসপ্তাহটোত দ্বিতীয়বাৰ ছলমান খানক হত্যাৰ ভাবুকি, ২ কোটি দাবীৰে আৰক্ষীলৈ বাৰ্তা

New Logo Smal 4 | ASSAM TIMES POST

RELATED POSTS

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

ছলমান খানক পুনৰ হত্যাৰ ভাবুকি (Salman Khan threatened to kill him again)। এই ভাবুকি বাৰ্তা মুম্বাই যান-বাহন আৰক্ষীলৈ (Threat message to Mumbai traffic police) প্ৰেৰণ কৰা হৈছে। তাত দাবী কৰা হৈছে যে ছলমান খানে দুই কোটি টকা (Two crores demanded) নিদিলে তেওঁক হত্যা কৰা হ’ব। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মুম্বাই আৰক্ষীয়ে এই ভাবুকি কোনে প্ৰেৰণ কৰিছে তাৰ তদন্ত চলাই আছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, ছলমানক হত্যাৰ ভাবুকি দি যান-বাহন আৰক্ষীলৈ বাৰ্তা প্ৰেৰণ কৰা হৈছে। কিন্তু ক’ৰ পৰা বাৰ্তা প্ৰেৰণ কৰা হৈছে তাৰ কোনো উল্লেখ নাই। এই সন্দৰ্ভত মুম্বাইৰ ৱাৰ্লিত এজন অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে।

sal 1 1 | ASSAM TIMES POST
এসপ্তাহটোত দ্বিতীয়বাৰ ছলমান খানক হত্যাৰ ভাবুকি, ২ কোটি দাবীৰে আৰক্ষীলৈ বাৰ্তা

উল্লেখ্য যে দুদিনমান পূৰ্বে মৃত্যুৰ ভাবুকি লাভ কৰিছিল ছলমানে। কেৱল ছলমানেই নহয়, নিহত এন চি পি নেতা (অজিত পাৱাৰ গোট) বাবা ছিদ্দিকীৰ পুত্ৰ জীশানকো ভাবুকি দিয়া হৈছিল। মঙলবাৰে জনা যায় যে শেহতীয়াকৈ জীশানে মৃত্যুৰ ভাবুকি লাভ কৰিছিল। তেওঁ মুম্বাইৰ বান্দ্ৰা ইষ্ট সমষ্টিৰ বিধায়ক। শুকুৰবাৰে সন্ধিয়া তেওঁৰ বান্দ্ৰা কাৰ্যালয়লৈ অচিনাকি নম্বৰৰ পৰা ফোন আহে। অভিযোগ অনুসৰি, জীশানক ফোনযোগে হত্যাৰ ভাবুকি দিয়া হৈছিল। ছলমান খানকো একেদৰেই ভাবুকি প্ৰেৰণ কৰা হৈছে। এই সন্দৰ্ভত মঙলবাৰে নয়দাৰ পৰা মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত যুৱকজনক।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: SalmanKhanDeathThreatছলমানখানকহত্যাৰভাবুকি
Share5Tweet3Send

Related Posts

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে
Entertainment

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

by News Desk
January 19, 2026
55
Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ
Entertainment

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

by News Desk
March 21, 2025
57
Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ
Entertainment

Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

by News Desk
March 21, 2025
57
Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে
Entertainment

Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে

by News Desk
January 2, 2025
55
Allu Arjun Arrested : আল্লু অৰ্জুনক গ্ৰেপ্তাৰৰ পিছতে অভিযোগ উটাই লোৱাৰ ঘোষণা ভুক্তভোগীৰ স্বামীৰ
Entertainment

Allu Arjun Arrested : আল্লু অৰ্জুনক গ্ৰেপ্তাৰৰ পিছতে অভিযোগ উটাই লোৱাৰ ঘোষণা ভুক্তভোগীৰ স্বামীৰ

by News Desk
December 13, 2024
57
Allu Arjun Arrested : ‘পুষ্পা ২’ প্ৰিমিয়াৰত পদপিষ্টৰ ঘটনাত গ্ৰেপ্তাৰ আল্লু অৰ্জুন
Entertainment

Allu Arjun Arrested : ‘পুষ্পা ২’ প্ৰিমিয়াৰত পদপিষ্টৰ ঘটনাত গ্ৰেপ্তাৰ আল্লু অৰ্জুন

by News Desk
December 13, 2024
55
ADVERTISEMENT
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
KARBI ANGLONG

Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two

February 8, 2026
54
Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২
 কাৰ্বি আংলঙ

Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২

February 8, 2026
53
বিশিষ্ট নাট্যকাৰ, কবি নাট পৰিচালক ৰফিকুল হোছেইনৰ মৃত্যুত শোকস্তব্ধ অসমৰ কৌতুক জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাৰ শোকবাৰ্তা:
Assam

বিশিষ্ট নাট্যকাৰ, কবি নাট পৰিচালক ৰফিকুল হোছেইনৰ মৃত্যুত শোকস্তব্ধ অসমৰ কৌতুক জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাৰ শোকবাৰ্তা:

February 8, 2026
54
ৰাজ্যজুৰি গুণমুগ্ধক শোকসাগৰত পেলাই মহাপ্ৰয়াণ অসমৰ নাট্য কাব্য জগতৰ মহীৰূহ ৰফিকুল হোছেইনৰ: বোকাখাতত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা জ্ঞাপন ৰফিকুল হোছেইনলৈ:
Assam

ৰাজ্যজুৰি গুণমুগ্ধক শোকসাগৰত পেলাই মহাপ্ৰয়াণ অসমৰ নাট্য কাব্য জগতৰ মহীৰূহ ৰফিকুল হোছেইনৰ: বোকাখাতত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা জ্ঞাপন ৰফিকুল হোছেইনলৈ:

February 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two

Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two

February 8, 2026
Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২

Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২

February 8, 2026
বিশিষ্ট নাট্যকাৰ, কবি নাট পৰিচালক ৰফিকুল হোছেইনৰ মৃত্যুত শোকস্তব্ধ অসমৰ কৌতুক জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাৰ শোকবাৰ্তা:

বিশিষ্ট নাট্যকাৰ, কবি নাট পৰিচালক ৰফিকুল হোছেইনৰ মৃত্যুত শোকস্তব্ধ অসমৰ কৌতুক জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাৰ শোকবাৰ্তা:

February 8, 2026

Categories

ALL NEWS (17416) Artificial Intelligence (3) Assam (13922) BREAKING NEWS (6492) Business (34) crime (26) cultural (5) Digital Transformation (3) DIPHU (4) Economy (101) Editorial (17) EDUCATION AND TECHNOLOGY (103) election (4) Entertainment (768) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2064) Health & Fitness (632) Jobs & Career (7) KARBI ANGLONG (3547) Lifestyle (24) literature (16) Music (1) National-International (11472) NORTHEAST (895) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (2) Social Media (2) Sports News (507) Stories (16) Tech (14) Technology (3) Travel (6) Uncategorized (15) Video News (90)  কাৰ্বি আংলঙ (11) আসাম (2)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d