ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Sports News

Indian Cricket Team : ঘৰুৱা মাটিতে লজ্জাজনক ৰেকৰ্ড ভাৰতীয় ক্ৰিকেট দলৰ

নিউজ ডেস্কঃ

News Desk by News Desk
October 17, 2024
Reading Time: 1 min read
A A
0
Indian Cricket Team : ঘৰুৱা মাটিতে লজ্জাজনক ৰেকৰ্ড ভাৰতীয় ক্ৰিকেট দলৰ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

India’s 15-Member Squad for the 2025 Asia Cup Announced

IPL 2025 : আই পি এলৰ পৰা বৰ্খাস্ত ইৰফান পাঠানক, কিন্তু কিয়?

IPL 2025 : এইবাৰ আই পি এলত তিনিটা নতুন নিয়মৰ সংযোজন, কি এই নিয়ম?

টেষ্ট ক্রিকেট (Test Cricket)ৰ এটা ইনিংছত সৰ্বনিম্ন স্ক’ৰ হৈছে ৩৬ ৰান।এই ৰেকৰ্ড ভংগৰ পৰা কেনেবাকৈ ৰক্ষা পৰে ভাৰতীয় ক্ৰিকেট দল। কিন্তু তথাপিও আন এক লজ্জাৰ ৰেকৰ্ড গঢ়ে ৰোহিত শৰ্মা বাহিনীয়ে। বাংগালুৰুত নিউজিলেণ্ডৰ বিৰুদ্ধে (Against New Zealand in Bengaluru) ৪৬ ৰানতে অন্ত পৰে ভাৰতৰ ইনিংছ (India’s innings ends at 46)। ৰোহিত শৰ্মা, বিৰাট কোহলীৰ দৰে তাৰকা সমৃদ্ধ ভাৰতীয় দলৰ এয়া হৈছে টেষ্ট ক্ৰিকেটত এটা ইনিংছত ঘৰুৱা মাটিত সৰ্বনিম্ন ৰানত অলআউট।

উল্লেখযোগ্য যে টেষ্টত ভাৰতৰ সৰ্বনিম্ন ৰাণৰ অভিলেখ হৈছে ৩৬। ২০২০ চনৰ ডিচেম্বৰ মাহত এডিলেইডত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্টৰ সময়ত সংঘটিত হৈছিল এই ঘটনা। উক্ত ইনিংছত অৱশ্যে ভাৰতৰ ১০টা উইকেট পৰা নাছিল, ৯ টা উইকেট পৰিছিল। হাতত আঘাত পাই আধাতে ক্ৰিজ এৰি যায় মহম্মদ শ্বামীয়ে।

sp 1 | ASSAM TIMES POST
ঘৰুৱা মাটিতে লজ্জাজনক ৰেকৰ্ড ভাৰতীয় ক্ৰিকেট দলৰ। ৪৬ ৰানতে অন্ত পৰে ইনিংছ।

ভাৰতৰ টেষ্ট ইতিহাসত দ্বিতীয় সৰ্বনিম্ন অল আউট হৈছিল ১৯৭৪ চনত। লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে ৪২ ৰানত অল আউট হৈছিল। তাৰ পিছত এইবাৰ বাংগালুৰু।  নিউজিলেণ্ডৰ বিৰুদ্ধে তৃতীয় সৰ্বনিম্ন ৰানত অল আউট হয় ৰোহিটৰ দল।

টেষ্টৰ ইতিহাসত ভাৰতে কেইবাবাৰো কম ৰানত অল আউট হৈছে। ১৯৪৭ চনত ব্রিজবেনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫৮ ৰানত ভাৰতৰ ইনিংছ সমাপ্ত হৈছিল। ১৯৫২ চনত মানচেষ্টাৰত ভাৰতে ৫২ ৰানত অল আউট হৈছিল।

১৯৯৬ চনত ডাৰবানত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰত ৬৬ ৰানত অল আউট হৈছিল।  ১৯৪৮ চনত মেলবৰ্ণত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ ইনিংছ ৬৭ ৰানতে সমাপ্ত হয়। ১৯৮৭ চনত দিল্লীত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰত ৭৫ ৰানত অল আউট হৈছিল।  সেইটোৱেই আছিল ঘৰুৱা ক্ষেত্ৰত ভাৰতৰ ইনিংছত সৰ্বনিম্ন ৰান। ৰোহিত বাহিনীয়ে আজি উক্ত লজ্জাজনক অভিলেখ ভংগ কৰে।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: NewZealand-IndiaTestCricketটেষ্টক্রিকেটনিউজিলেণ্ড-ভাৰত
Share4Tweet3Send

Related Posts

India’s 15-Member Squad for the 2025 Asia Cup Announced
Sports News

India’s 15-Member Squad for the 2025 Asia Cup Announced

by ASSAM TIMES POST
August 19, 2025
54
IPL 2025 : আই পি এলৰ পৰা বৰ্খাস্ত ইৰফান পাঠানক, কিন্তু কিয়?
Sports News

IPL 2025 : আই পি এলৰ পৰা বৰ্খাস্ত ইৰফান পাঠানক, কিন্তু কিয়?

by News Desk
March 22, 2025
54
IPL 2025 : এইবাৰ আই পি এলত তিনিটা নতুন নিয়মৰ সংযোজন, কি এই নিয়ম?
Sports News

IPL 2025 : এইবাৰ আই পি এলত তিনিটা নতুন নিয়মৰ সংযোজন, কি এই নিয়ম?

by News Desk
March 20, 2025
55
Riyan Parag : ৰিয়ান পৰাগক গুৰুত্বপূৰ্ণ দায়িত্ব, প্রথম তিনিখন মেচত ৰাজস্থানক নেতৃত্ব দিব অসমৰ যুৱ প্ৰতিভাগৰাকীয়ে
Sports News

Riyan Parag : ৰিয়ান পৰাগক গুৰুত্বপূৰ্ণ দায়িত্ব, প্রথম তিনিখন মেচত ৰাজস্থানক নেতৃত্ব দিব অসমৰ যুৱ প্ৰতিভাগৰাকীয়ে

by News Desk
March 20, 2025
54
Sunil Shetri : অৱসৰ ভংগ কৰি পুনৰ খেলপথাৰলৈ উভতিল ফুটবলাৰ সুনীল ছেত্ৰী
Sports News

Sunil Shetri : অৱসৰ ভংগ কৰি পুনৰ খেলপথাৰলৈ উভতিল ফুটবলাৰ সুনীল ছেত্ৰী

by News Desk
March 7, 2025
53
Khel Ratna Award 2024 : দেশৰ ৪ ক্ৰীড়াবিদলৈ এই বছৰৰ খেলৰত্ন বঁটা
Sports News

Khel Ratna Award 2024 : দেশৰ ৪ ক্ৰীড়াবিদলৈ এই বছৰৰ খেলৰত্ন বঁটা

by News Desk
January 2, 2025
56
ADVERTISEMENT
আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ
National-International

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

November 19, 2025
50
যৌন নিৰ্যাতন ৰোধ কৰিবলৈ গৈ ভয়ংকৰ বিপদত মহিলা, মুখত পৰিল ১১৮টা চিলাই!
National-International

প্ৰাক্তন প্ৰেমিকাক জোৰকৈ চুমা খাবলৈ গৈ জিভা হেৰুৱালে যুৱকে

November 19, 2025
50
Dowry I যৌতুকত পুৰণি আচবাব, খঙতে দৰাৰ পক্ষই ভাঙিলে বিয়া!
National-International

Dowry case I যৌতুকৰ দাবী কৰি চিকিৎসক স্বামী, অধ্যাপক শহুৰেকৰ বোৱাৰীয়েকক ‘যৌন নিৰ্যাতন’

November 19, 2025
50
বিশ্বকাপ ফুটবললৈ যোগ্যতা অৰ্জন জাৰ্মানী আৰু নেডাৰলেণ্ডৰ
National-International

ডেৰ নিযুত জনসংখ্যাৰ দেশ কুৰাকাওৰ বিশ্বকাপ ফুটবললৈ যোগ্যতা অৰ্জন ৪২ খন দেশৰ টিকট লাভ বিশ্বকাপলৈ বাকী আছে ৬খন দেশ

November 19, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

আৰচিবিৰ মালিকীস্বত্ব সলনি বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ

November 19, 2025
যৌন নিৰ্যাতন ৰোধ কৰিবলৈ গৈ ভয়ংকৰ বিপদত মহিলা, মুখত পৰিল ১১৮টা চিলাই!

প্ৰাক্তন প্ৰেমিকাক জোৰকৈ চুমা খাবলৈ গৈ জিভা হেৰুৱালে যুৱকে

November 19, 2025
Dowry I যৌতুকত পুৰণি আচবাব, খঙতে দৰাৰ পক্ষই ভাঙিলে বিয়া!

Dowry case I যৌতুকৰ দাবী কৰি চিকিৎসক স্বামী, অধ্যাপক শহুৰেকৰ বোৱাৰীয়েকক ‘যৌন নিৰ্যাতন’

November 19, 2025

Categories

accident (1) ALL NEWS (17410) Artificial Intelligence (3) Assam (13846) BREAKING NEWS (6488) Business (34) crime (23) cultural (5) Digital Transformation (3) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION (1) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2052) Health & Fitness (631) Jobs & Career (7) KARBI ANGLONG (3496) Lifestyle (24) literature (16) National-International (10908) NORTHEAST (880) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (1) Sports News (497) Stories (16) Tech (14) Tourism (1) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d