ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

SC on Section 6A : বিদেশী চিনাক্তকৰণৰ ভিত্তি বৰ্ষ ১৯৭১ চনৰ ২৫ মাৰ্চ, উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

ষ্টাফ ৰি'পৰ্টাৰঃ

ASSAM TIMES POST by ASSAM TIMES POST
October 17, 2024
Reading Time: 1 min read
A A
0
Landmark SC Verdict Unveiled: Emotional Impact of Section 6A Citizenship Act Validity Challenged

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

অসম চুক্তি মতে বিদেশী চিনাক্তকৰণৰ ভিত্তি বৰ্ষ হ’ব ১৯৭১ চন। উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়। উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠৰ এই গুৰুত্বপূৰ্ণ ৰায়।
মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত গঠিত পাঁচজনীয়া বিচাৰপীঠৰ চাৰিগৰাকী ন্যায়াধীশে এই ভিত্তি বৰ্ষৰ সপক্ষে ৰায়দান কৰাৰ বিপৰীতে এগৰাকীয়ে ১৯৫১ চনৰ ভিত্তি বৰ্ষৰ সপক্ষে ৰায়দান কৰে।

বিদেশী চিনাক্তকৰণৰ ভিত্তি বৰ্ষ ১৯৭১ চনৰ ২৫ মাৰ্চ, উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
বিদেশী চিনাক্তকৰণৰ ভিত্তি বৰ্ষ ১৯৭১ চনৰ ২৫ মাৰ্চ, উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ সূৰ্য কান্ত, এম এম সুন্দৰেশ আৰু মনোজ মিশ্ৰই ১৯৭১ চনৰ ভিত্তি বৰ্ষৰ সপক্ষে ৰায়দান কৰে। আনহাতে, ন্যায়াধীশ জে ডি পাৰদিৱালাই ইয়াৰ বিপক্ষে ৰায়দান কৰে।

উল্লেখ্য যে ২০২৩ চনৰ ১২ ডিচেম্বৰত মুখ্য ন্যায়াধীশৰ নেতৃত্বত সাংবিধানিক বিচাৰপীঠে বিষয়টোৰ ৰায় সংৰক্ষিত ৰাখিছিল। 6A ধাৰা অনুযায়ী ১৯৬৬ চনৰ ১ জানুৱাৰী বা তাৰ পিচত আৰু ১৯৭১ চনৰ ২৫ মাৰ্চৰ পূৰ্বে বাংলাদেশকে ধৰি বিভিন্ন ভূখণ্ডৰ পৰা অসমলৈ প্ৰব্ৰজন কৰা লোকসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হ’ব। ১৯৮৫ চনৰ সংশোধিত নাগৰিকত্ব আইন অনুসৰি সেইসকল লোকে ধাৰা ১৮ৰ অধীনত নাগৰিকত্ব লাভৰ বাবে পঞ্জীয়ন কৰিব লাগিব।

১৯৮৫ চনৰ ১৫ আগষ্টত তদানীন্তন ৰাজীৱ গান্ধী চৰকাৰ আৰু অসম আন্দোলনৰ নেতৃবৃন্দৰ মাজত স্বাক্ষৰিত ‘অসম চুক্তি’ কাৰ্যকৰী কৰাৰ বাবে ১৯৫৫ চনৰ নাগৰিকত্ব আইন সংশোধন কৰি 6A ধাৰাটো অন্তৰ্ভুক্ত কৰা হৈছিল। ৰায় ঘোষণা কৰি মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয় যে অসম চুক্তি হৈছে অসমৰ অবৈধ প্ৰব্ৰজন সমস্যাৰ এটা ৰাজনৈতিক সমাধান।

আনহাতে, ধাৰা 6A আছিল ইয়াৰ আইনী সমাধান। স্থানীয় জনসাধাৰণক সুৰক্ষা দিয়াৰ প্ৰয়োজনীয়তাৰ লগতে মানৱীয় উদ্বেগৰ ভাৰসাম্য ৰক্ষাৰ বাবেই ধাৰা 6A প্ৰণয়ন কৰা হৈছিল বুলিও মুখ্য ন্যায়াধীশে ৰায়টোত কয়।

Tags: অসম চুক্তিঅসম চুক্তি ৰায়আইনী সিদ্ধান্তউচ্চতম ন্যায়ালয়এম এম সুন্দৰেশগুৰুত্বপূৰ্ণ ৰায়ন্যায়াধীশ জে ডি পাৰদিৱালান্যায়াধীশ মনোজ মিশ্ৰন্যায়াধীশ সূৰ্য কান্তপাঁচজনীয়া বিচাৰপীঠবিচাৰপীঠৰ সিদ্ধান্তবিদেশী চিনাক্তকৰণবিদেশী চিনাক্তকৰণ বিতৰ্কভাৰতীয় ন্যায়পালিকাভাৰতীয় সংবিধান।ভিত্তি বৰ্ষমুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়১৯৫১ চন১৯৭১ চন
Share4Tweet3Send

Related Posts

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান
Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

by News Desk
June 13, 2026
50
Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

by Staff Reporter
June 13, 2026
50
Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day
Assam

Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day

by Staff Reporter
June 12, 2026
50
ADVERTISEMENT
NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!
National-International

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

June 17, 2026
50
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ
National-International

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

June 17, 2026
50
Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন
DIPHU

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

June 17, 2026
50
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

June 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

June 17, 2026
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

June 17, 2026
Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

June 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx