ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Seminar : দেইথৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয় ৩ দিনীয়া বিশেষ আলোচনা চক্ৰৰ সামৰণি

অজন্তা তালুকদাৰঃ বোকাখাত :

News Desk by News Desk
October 7, 2024
Reading Time: 1 min read
A A
0
Seminar : দেইথৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয় ৩ দিনীয়া বিশেষ আলোচনা চক্ৰৰ সামৰণি

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

চৰকাৰী আদর্শ মহাবিদ্যালয়, দেইথৰৰ বংলং টেৰাং গ্ৰন্থাগাৰ আৰু তথ্য কেন্দ্ৰৰ উদ্যোগত আৰু Indian Council of Social Science Research চমুকৈ ICSSR-ৰ সৌজন্যত যোৱা ৩ অক্টোবৰৰ পৰা আৰম্ভ হোৱা আলোচনাচক্ৰখনৰ ৫ অক্টেবৰত সমাপ্তি ঘটে। ‘Oral Tradition, culture and folk heritage of North-East India and beyond’ শীর্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ (Seminar)খনত দেশৰ বিভিন্ন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ প্রায় ৫০ ৰো অধিক অধ্যাপক-অধ্যাপিকা আৰু গৱেষকে গৱেষণা-পত্র পাঠ কৰে। ৩ অক্টোবৰত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত সভাপতিত্ব কৰে মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি পদ্মশ্রী ধনেশ্বৰ ইংতিয়ে।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে দেশৰ মৌখিক ইতিহাস অধ্যয়ন আৰু গৱেষণাৰ অধ্যাপক ইন্দিৰা চৌধুৰী, কটন বিশ্ববিদ্যালয়ৰ ড° তিলক হাজৰিকা, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ ৰাজনৈতিক উপদেষ্টা এলবিন টেৰণ, চিন্তাবিদ-গৱেষক ড° ধৰম সিং টেৰণ, নুমলীগড় শোধনাগাৰ কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক বিনোদ গগৈ। অনুষ্ঠানৰ লগত সংগতি ৰাখি জাতি-জনগোষ্ঠীয় লোক কৃষ্টি, লোক ৰীতি আৰু সংস্কৃতিক প্রতিফলিত কৰা প্ৰদৰ্শনীৰ আয়োজন কৰে। ভিতৰ কালিয়নী আৰু হানবকা গাঁও, ৰাজলক্ষ্মী বৰা, পদ্মিনী লাংথাছা, ড° ধ্রুৱজ্যোতি দলে আৰু ছাত্র-ছাত্রীসকলে কাৰ্বি সংস্কৃতি, ডিমাছা পৰম্পৰা, মিচিং লোকাচাৰ, ভাওনাত ব্যৱহৃত সঁজুলি প্রদর্শন কৰে। সাংস্কৃতিক অনুষ্ঠানত কাৰ্বি আংলং জিলাৰ সংগীত শিল্পী ৰাজলক্ষ্মী বৰাৰ উপৰি মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্র- ছাত্রীসকলে সাংস্কৃতিক সমন্বয় প্রতিফলিত কৰি সাংস্কৃতিক কার্যক্রম ৰূপায়ণ কৰে।

boka 1 | ASSAM TIMES POST
দেইথৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয় ৩ দিনীয়া বিশেষ আলোচনা চক্ৰ

ইয়াৰ পৰৱৰ্তী দুয়োটা দিনত ১০ ৰো অধিক কাৰিকৰী আৰু দুটাকৈ আলোচনা-সত্ৰৰ আয়োজন কৰে। অধ্যাপক ইন্দিৰা চৌধুৰী, এলবিন টেৰণ, ড° ধৰমসিং টেৰণ, যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সৌমিত্র পূজাৰী, ড° দেৱেশীষ বৰুৱা, ড° জয়ন্ত দাস, মাইনু টেৰণপী, পদ্মশ্রী ধনেশ্বৰ ইংতি, সমাজকর্মী নবীন টেৰণ, ভাস্কর্যশিল্পী পাপু ঘোষে অংশগ্রহণ কৰে।

উল্লেখ্য যে আলোচনা-চক্ৰখনত প্রায় ৬০ ৰো অধিক ছাত্র-ছাত্রীয়ে গৱেষণা-পত্র পাঠ কৰে। চৰকাৰী আদর্শ মহাবিদ্যালয়, দেইথৰৰ অধ্যক্ষ ড° দীপক কুমাৰ বৰাই আলোচনাচক্ৰখনৰ আয়োজনত সহায়-সহযোগিতা কৰা সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে অনাগত দিনসমূহত কার্বি লোক কৃষ্টি আৰু মৌখিক পৰম্পৰাসমূহৰ সংৰক্ষণ আৰু সংবর্ধনৰ বাবে দায়বদ্ধতাৰে কাম কৰি যাব বুলিও জানিবলৈ দিয়ে। মহাবিদ্যালয়খনৰ গ্ৰন্থাগাৰিক তথা আলোচনাচক্ৰখনৰ সমন্বয়ক ড° নীলাক্ষী শর্মাই আলোচনাচক্ৰখনত পাঠ কৰা গৱেষণা-পত্ৰসমূহক লৈ অতি শীঘ্ৰেই গৱেষণা-গ্ৰন্থ এখন প্রকাশ কৰিব বুলি জানিবলৈ দিছে।

Tags: Seminarআলোচনা চক্ৰ
Share4Tweet3Send

Related Posts

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান
Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

by News Desk
June 13, 2026
50
Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

by Staff Reporter
June 13, 2026
50
Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day
Assam

Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day

by Staff Reporter
June 12, 2026
50
ADVERTISEMENT
NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!
National-International

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

June 17, 2026
50
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ
National-International

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

June 17, 2026
50
Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন
DIPHU

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

June 17, 2026
50
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

June 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

June 17, 2026
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

June 17, 2026
Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

June 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx