ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Kaziranga National Park I আজিৰে পৰা পৰ্যটকৰ বাবে পুনৰ মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
October 1, 2024
Reading Time: 1 min read
A A
0
Kaziranga National Park I আজিৰে পৰা পৰ্যটকৰ বাবে পুনৰ মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

RELATED POSTS

জ্যেষ্ঠ ACS বিষয়া দেৱেশ্বৰ বৰাৰ বিৰুদ্ধে CM Vigilanceৰ অভিযান

ৰিয়া তালুকদাৰ হত্যাকাণ্ড:দুটা ভাগত ৰিয়াৰ মৃতদেহ, ফ্ৰীজত উদ্ধাৰ ছিন্ন মুণ্ড

Photo is distorted : AIৰে ফটো বিকৃত কৰাৰ অভিযোগ, হাছানুৰ ইছলামৰ বিৰুদ্ধে CIDত এজাহাৰ দীপান্বিতা ডেকাৰ

New Logo Smal 3 | ASSAM TIMES POST

পৰ্যটক তথা দৰ্শনাৰ্থীৰ বাবে আজিৰে পৰা পুনৰ মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। উল্লেখযোগ্য যে সোমবাৰে পৰ্যটকৰ বাবে মুকলি কৰা হৈছিল মানাহ ৰাষ্ট্ৰীয় উদ্যান। আজি মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তৰ লগতে সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ উপস্থিতিত আগন্তুক পৰ্যটন বৰ্ষৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park) আনুষ্ঠানিকভাৱে মুকলি কৰে বন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে।

Kaziranga National Park I
আজিৰে পৰা পৰ্যটকৰ বাবে পুনৰ মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান:

উল্লেখযোগ্য যে বিগত বৰ্ষত দর্শনাৰ্থী তথা ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে এক অভিলেখ সৃষ্টি কৰিছিল। আনহাতে, যথেষ্ট সংখ্যক দেশী-বিদেশী পৰ্যটককো আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।

উল্লেখযোগ্য যে কোভিডৰ বাবে ২০১৯-২০২০ বৰ্ষত দৰ্শনাৰ্থীৰ সংখ্যা কিছু হ্ৰাস পায়। যাৰ বাবে উক্ত বৰ্ষত দর্শনাৰ্থীৰ সংখ্যা আছিল মাত্ৰ ১,৪২,৮৫৯ জন।
আনহাতে, ২০২০-২০২১ বৰ্ষত ১,৬৭,৬৪৪, ২০২১-২০২২ বৰ্ষত ২,৭৫,০০০, ২০২২-২০২৩ বৰ্ষত ৩,১৪,৭৯৬ আৰু ২০২৩-২০২৪ বৰ্ষত ৩,২৭,৪৯৩ গৰাকী দর্শনাৰ্থীয়ে কাজিৰঙা দৰ্শন কৰে। ইয়াৰে ১৩,৯১৯ গৰাকী আছিল বিদেশী পৰ্যটক।

IMG 20241001 WA0051 | ASSAM TIMES POST

ইয়াৰ দ্বাৰা ৫০ বছৰীয়া ইতিহাসত কাজিৰঙাই সৰ্বকালৰ অভিলেখ ভংগ কৰে। আনহাতে, যোৱা বছৰ কাজিৰঙাৰ পৰা প্ৰায় ৮,৮১,৮৪,১৬১ টকা ৰাজহ সংগ্ৰহ হয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: আজিৰে পৰা পৰ্যটকৰ বাবেপুনৰ মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
Share4Tweet3Send

Related Posts

জ্যেষ্ঠ ACS বিষয়া দেৱেশ্বৰ বৰাৰ বিৰুদ্ধে CM Vigilanceৰ অভিযান
Assam

by News Desk
September 7, 2026
50
ৰিয়া তালুকদাৰ হত্যাকাণ্ড:দুটা ভাগত ৰিয়াৰ মৃতদেহ, ফ্ৰীজত উদ্ধাৰ ছিন্ন মুণ্ড
Assam

ৰিয়া তালুকদাৰ হত্যাকাণ্ড:দুটা ভাগত ৰিয়াৰ মৃতদেহ, ফ্ৰীজত উদ্ধাৰ ছিন্ন মুণ্ড

by ASSAM TIMES POST
September 7, 2026
50
Photo is distorted : AIৰে ফটো বিকৃত কৰাৰ অভিযোগ, হাছানুৰ ইছলামৰ বিৰুদ্ধে CIDত এজাহাৰ দীপান্বিতা ডেকাৰ
Assam

Photo is distorted : AIৰে ফটো বিকৃত কৰাৰ অভিযোগ, হাছানুৰ ইছলামৰ বিৰুদ্ধে CIDত এজাহাৰ দীপান্বিতা ডেকাৰ

by News Desk
September 6, 2026
53
Vice President : অসমত উপস্থিত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন

Teachers Day 2026 : গুৱাহাটীত কেন্দ্ৰীয় শিক্ষক দিৱসৰ অনুষ্ঠানত ৰাজ্যিক কৃতী শিক্ষক, এনচিচি বিষয়াক শিক্ষামন্ত্ৰীৰ বঁটা প্ৰাদান

September 5, 2026
55
World Heritage site : বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশে ৰংপুৰ-শিৱসাগৰ

ADVERTISEMENT
বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ভয়ংকৰ ঘটনা  : মাতৃৰ চিকিৎসা কৰাবলৈ আহি চিকিৎসালয়তে প্ৰাণ হেৰুৱালে পুত্ৰই
Guwahati

বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ভয়ংকৰ ঘটনা : মাতৃৰ চিকিৎসা কৰাবলৈ আহি চিকিৎসালয়তে প্ৰাণ হেৰুৱালে পুত্ৰই

September 7, 2026
50
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি

Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ
National-International

ISRO : ইছৰোৰ ব্যক্তিগতকৰণ নহয়, কৰ্মচাৰীৰ উদ্বেগ আৰু বিতৰ্কৰ মাজতে স্পষ্ট কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই

Assam Times Post is an Online Assamese and English News Portal from Assam.

বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ভয়ংকৰ ঘটনা  : মাতৃৰ চিকিৎসা কৰাবলৈ আহি চিকিৎসালয়তে প্ৰাণ হেৰুৱালে পুত্ৰই

বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ভয়ংকৰ ঘটনা : মাতৃৰ চিকিৎসা কৰাবলৈ আহি চিকিৎসালয়তে প্ৰাণ হেৰুৱালে পুত্ৰই

September 7, 2026
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি

বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি

September 7, 2026
Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ

Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ

September 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d