ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Karbi Students Union : কাৰ্বি আংলঙত উচ্ছেদিত লোকে আশ্ৰয় লোৱাৰ অভিযোগ কাৰ্বি ছাত্ৰ সন্থাৰ

ষ্টাফ ৰিপ'ৰ্টাৰঃ ডিফু :

News Desk by News Desk
September 24, 2024
Reading Time: 1 min read
A A
0

RELATED POSTS

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত নিহত ,২ আহত ৪

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

New Logo Smal 2 | ASSAM TIMES POST
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃ ৰাজ্যত উচ্ছেদিত তথা সন্ত্ৰাসিত লোকে আশ্ৰয় গ্ৰহণ কৰিছে কাৰ্বি আংলং (Karbi Anglong) জিলাত। আজি ডিফুত এক সংবাদমেল (Press conference in Diphu)ৰ আয়োজন কৰি এই অভিযোগ উত্থাপন কৰিছে কাৰ্বি ছাত্ৰ সন্থা (Karbi Students Union)ই। সংগঠনটোৰ সভাপতি মিৰজেং ক্ৰʼই আজিৰ সংবাদমেলত উল্লেখ কৰা অনুসৰি শেহতীয়াকৈ কাৰ্বি আংলং জিলাৰ সিংহাসনৰ খনবামন এলেকা, ডিফুৰ পানবাৰী, ৰংনিহাং-২, বৰলাংফেৰ, খটখটী আদি এলেকাত একাংশ অচিনাক্ত তথা সন্দেহজনক লোকে অনুপ্ৰৱেশ আৰম্ভ কৰিছে।

বিগত ৩-৪ টা দিনত সংগঠনটোৱে বিহাৰ, মণিপুৰ, ধুবুৰী, সোনাপুৰ আদি ঠাইৰ পৰা অহা এনে কেতবোৰ লোকক আটক কৰিবলৈ সক্ষম হৈছে। এইসকল লোক সংশ্লিষ্ট এলেকাৰ পৰা উচ্ছেদিত অথবা হিংসাত্মক পৰিস্থিতিৰ বাবে পাহাৰীয়া জিলাখনত আশ্ৰয় লোৱা বুলি সংগঠনটোৱে অনুমান ব্যক্ত কৰে।

Karbi co | ASSAM TIMES POST
কাৰ্বি আংলঙত উচ্ছেদিত লোকে আশ্ৰয় লোৱাৰ অভিযোগ কাৰ্বি ছাত্ৰ সন্থাৰ ডিফুত এক সংবাদমেল

বিহাৰৰ পৰা অহা চাৰিজন এনে অনুপ্ৰবেশকাৰী একাংশৰ হাতত আনকি ভুৱা প্ৰমাণপত্ৰ আৰু ডমিচিল চাৰ্টিফিকেট লাভ কৰা বুলিও কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি গৰাকীয়ে অৱগত কৰে। কোনো অচিনাক্ত লোকে অনুপ্ৰৱেশকাৰী সকলক এনে ভুৱা নথি-পত্ৰৰ যোগান ধৰা বুলি মন্তব্য কৰি এই সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰোৱা বুলি উল্লেখ কৰে। আনহাতে, খটখটী আৰু ডিফুৰ বিভিন্ন স্থানত ধুবুৰী আৰু সোনাপুৰৰ পৰা উচ্ছেদিত হোৱা একাংশ লোকে আশ্ৰয় লোৱাৰ বিপৰীতে মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ পৰা আহি সিংহাসনৰ খনবামন এলেকাত একাংশ লোকে আশ্ৰয় লোৱাৰ তথ্য লাভ কৰা বুলি ছাত্ৰনেতাগৰাকীয়ে জানিবলৈ দিয়ে।

কাৰ্বি আংলঙৰ ৰাইজক এনে অনুপ্ৰবেশ সন্দৰ্ভত সজাগ হোৱাৰ লগতে এনে কোনো তথ্য পালেই লগে লগে সন্থাক অৱগত কৰোৱাৰ আহ্বান জনায়। কাৰ্বি ছাত্ৰ সন্থাই স্থানীয় লোকৰ সহযোগত উক্ত ঠাইসমূহ ভ্ৰমণ কৰি এনে অনুপ্ৰবেশকাৰীক চিনাক্ত কৰাৰ চেষ্টা চলাব বুলি সংবাদ মেলত কয়। এনে লোকক কোনো কাৰণতে আশ্ৰয় প্ৰদান নকৰিবলৈ সংগঠনটোৱে জিলাবাসীক আহ্বান জনায়। সোনাপুৰৰ উচ্ছেদ অভিযানৰ বাবে চৰকাৰৰ পদক্ষেপক আদৰণি জনাই ছাত্ৰ সংগঠনটোৱে ঠিক সেইদৰে কাৰ্বি আংলং জিলাৰ পিজিআৰ-ভিজিআৰ এলেকাটো অনুৰূপ ধৰণে উচ্ছেদ অভিযান চলোৱাৰ আহ্বান জনায়।

আনহাতে, জিলাখনত দীৰ্ঘদিন ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ থকা টেট শিক্ষকসকলৰ দৰমহা শীঘ্ৰেই মুকলি কৰি দিয়াৰ বাবে সভাপতি ক্ৰʼই কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদক দাবী জনায়। একাংশ শিক্ষকে দৰমহাৰ অভাৱৰ বাবে শ্ৰেণী বৰ্জনৰ প্ৰসংগ উল্লেখ কৰি সমাগত ছমহীয়া পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰেণী বৰ্জনৰ সিদ্ধান্ত বৰ্জনৰ আহ্বান জনায়। দৰমহা বঞ্চিত শিক্ষকসকলক প্ৰাপ্য দৰমহা লাভৰ ক্ষেত্ৰত ছাত্ৰ সংগঠনটোৱে সহযোগিতা আগবঢ়াই যাব বুলি সভাপতি ক্ৰʼৱে সংবাদমেলত উল্লেখ কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: DiphuKSUKSUPressConferenceকাৰ্বিছাত্ৰসন্থা
Share10Tweet7Send

Related Posts

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt
KARBI ANGLONG

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

by ASSAM TIMES POST
August 26, 2026
50
Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত নিহত ,২ আহত ৪
KARBI ANGLONG

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত নিহত ,২ আহত ৪

by News Desk
August 26, 2026
50
KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল
KARBI ANGLONG

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

by News Desk
August 25, 2026
57
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

by ASSAM TIMES POST
August 25, 2026
59
Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী
KARBI ANGLONG

Karbi Anglong Road Accident: Shocking, Sad Two Youths Dead 

by ASSAM TIMES POST
August 25, 2026
56
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস
KARBI ANGLONG

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

by News Desk
August 22, 2026
61
ADVERTISEMENT
Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt
KARBI ANGLONG

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

August 26, 2026
50
US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া
National-International

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

August 26, 2026
50
Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক
National-International

Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

August 26, 2026
50
Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু
National-International

Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু

August 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

August 26, 2026
US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

August 26, 2026
Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

August 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d