ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home EDUCATION AND TECHNOLOGY

ISRO : ইছৰোৰ ‘চন্দ্ৰযান-৪’ অভিযানৰ সেউজ সংকেত লাভ, ভাৰতীয় মহাকাশ কেন্দ্ৰৰ প্ৰস্তাৱতো কেবিনেটৰ সমৰ্থন

নিউজ ডেস্কঃ

News Desk by News Desk
September 18, 2024
Reading Time: 1 min read
A A
0
ISRO : ইছৰোৰ ‘চন্দ্ৰযান-৪’ অভিযানৰ সেউজ সংকেত লাভ, ভাৰতীয় মহাকাশ কেন্দ্ৰৰ প্ৰস্তাৱতো কেবিনেটৰ সমৰ্থন

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক

The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms

Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace

যোৱা মাৰ্চ মাহত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (Indian Space Research Organisation)ই দিয়া এক প্ৰস্তাৱৰ বাৰ্তাত বুধবাৰে নৰেন্দ্ৰ মোডী চৰকাৰে অনুমতি প্ৰদান কৰে। কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত ইছৰোৰ প্ৰস্তাৱ অনুসৰি চন্দ্ৰযান-৪ কাৰ্যসূচী (Chandrayaan-4 programme)ক অনুমতি প্ৰদান (Grant of Permission) কৰা হয়। লগতে শুক্ৰগ্ৰহলৈ মহাকাশযান প্ৰেৰণ আৰু মহাকাশ কেন্দ্ৰ নিৰ্মাণৰ প্ৰস্তাৱতো অনুমোদন জনোৱা হয়।

ইয়াৰ নাম হৈছে চন্দ্ৰ মেৰু অন্বেষণ অভিযান বা LUPEX। দৰাচলতে ই হৈছে ইছৰোৰ চতুৰ্থ পৰ্যায়ৰ চন্দ্ৰ অভিযান। চন্দ্ৰযান-৩ৰ সফলতাৰ পিছত ইছৰোৱে চন্দ্ৰ অভিযানক পৰৱৰ্তী পৰ্যায়লৈ লৈ যাবলৈ আগ্ৰহী আৰু ইতিমধ্যে জাপান এৰ’স্পেচ এক্সপ্ল’ৰেচন এজেন্সীৰ (JAXA) সৈতে চুক্তিত স্বাক্ষৰ কৰিছে। চন্দ্ৰপৃষ্ঠত সফলতাৰে অৱতৰণ কৰাৰ পিছত এই অভিযানৰ ‘লক্ষ্য’ হ’ব মেৰু অঞ্চলকে ধৰি বিভিন্ন অঞ্চলত পানী আৰু বিভিন্ন খনিজ পদাৰ্থৰ সন্ধান কৰা।

cHANDRAYAN | ASSAM TIMES POST
ইছৰোৰ ‘চন্দ্ৰযান-৪’ অভিযানৰ সেউজ সংকেত লাভ কেন্দ্ৰীয় চৰকাৰৰ পৰা

চন্দ্ৰযান-৪ দুটা পৰ্যায়ত উৎক্ষেপণ কৰা হ’ব। প্ৰথমবাৰৰ বাবে এলভিএম-৩ আৰু দ্বিতীয়বাৰৰ বাবে পিএছএলভি ব্যৱহাৰ কৰা হ’ব। ইছৰোৰ সূত্ৰ অনুসৰি, চন্দ্ৰযান-৪ত পাঁচখন পৃথক বাহন (ৰ’ভাৰ আৰু ৰেঞ্জাৰ) থাকিব। যদিহে এই অভিযান সফল হয় তেন্তে লুপেক্সক আমেৰিকাৰ এপ’ল’ মিছন, পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ লুনা আৰু চীনৰ চাং’ই অভিযানৰ শাৰীত ৰখা হ’ব।

উল্লেখ্য, ২০১৮ চনত ইছৰোৱে ভেনাছ মিছনৰ পৰিকল্পনা ঘোষণা কৰিছিল। সিদ্ধান্ত লোৱা হৈছিল যে ২০২৩ চনৰ ভিতৰত এই মহাকাশযানখন পৃথিৱীৰ দ্বিতীয় নিকটতম গ্ৰহটোলৈ প্ৰেৰণ কৰা হ’ব। কিন্তু পিছলৈ ইছৰোৰ বিজ্ঞানীসকল চন্দ্ৰযান অভিযানত ব্যস্ত হৈ পৰে। বুধবাৰে ‘ভেনাছ অৰ্বিটাৰ’ কাৰ্যসূচীয়ে নতুনকৈ কেবিনেটৰ অনুমতি লাভ কৰে। ইয়াৰ উপৰি প্ৰথমখন থলুৱাভাৱে নিৰ্মিত ভাৰতীয় মহাকাশযান উৎক্ষেপণৰ গগনযান প্ৰকল্প আৰু ‘ভাৰতীয় মহাকাশ কেন্দ্ৰ’ নিৰ্মাণৰ প্ৰস্তাৱতো অনুমোদন জনোৱা হৈছে।

চন্দ্ৰযান-৪ৰ অভিযান সফল হ’লে ইছৰোৱে আমেৰিকা, ৰাছিয়া আৰু চীনক অতিক্ৰম কৰিব। উক্ত দেশসমূহে ইতিমধ্যে যি কাম কৰিছে ভাৰতেও সেয়া কৰিবলৈ ওলাইছে। ইছৰোৰ মুৰব্বী এছ সোমনাথে শেহতীয়াকৈ এক অনুষ্ঠানত কয় যে ইছৰোৱে চন্দ্ৰযান-৪ৰ পৰা মাটি আৰু শিলৰ নমুনা সংগ্ৰহ কৰি দেশলৈ ঘূৰাই আনিব বিচাৰে। তাৰেই পৰিকল্পনা কৰা হৈছে। আনহাতে, ইছৰোৰ সূত্ৰ অনুসৰি ২০৩৫ চনৰ ভিতৰত ভাৰতৰ মহাকাশ কেন্দ্ৰটো পৃথিৱীৰ পৰা ৪০০ কিলোমিটাৰ উচ্চতাত কক্ষপথত স্থাপন কৰা হ’ব। উক্ত মহাকাশ কেন্দ্ৰত ‘এষ্ট্ৰ’বায়’লজী’ আৰু ‘মাইক্ৰ’গ্ৰেভিটি’ৰ সৈতে জড়িত বিভিন্ন গৱেষণা কৰা হ’ব।

Tags: Chandrayaan-4ISROচন্দ্ৰযান-৪
Share4Tweet3Send

Related Posts

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক
EDUCATION AND TECHNOLOGY

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক

by News Desk
January 17, 2026
50
The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms
EDUCATION AND TECHNOLOGY

The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms

by ASSAM TIMES POST
May 12, 2025
50
Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace
EDUCATION AND TECHNOLOGY

Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace

by ASSAM TIMES POST
May 11, 2025
50
Uncover the Enchantment: Discover Hidden Gems Beyond the Tourist Trail in Kyoto
EDUCATION AND TECHNOLOGY

Uncover the Enchantment: Discover Hidden Gems Beyond the Tourist Trail in Kyoto

by ASSAM TIMES POST
May 10, 2025
50
The Ripple Effect: Global Events Transforming Local Lives
EDUCATION AND TECHNOLOGY

The Ripple Effect: Global Events Transforming Local Lives

by ASSAM TIMES POST
May 9, 2025
50
Assam’s Hidden Treasures: Unveiling the Enchanting Wonders Awaiting Your Discovery
EDUCATION AND TECHNOLOGY

Assam’s Hidden Treasures: Unveiling the Enchanting Wonders Awaiting Your Discovery

by ASSAM TIMES POST
May 8, 2025
50
ADVERTISEMENT
Amit Shah : অনুপ্ৰৱেশৰ বাবে জনগাঁথনিৰ ওপৰত প্ৰভাৱ অধ্যয়ন কৰিবলৈ গৃহ মন্ত্ৰালয়ৰ উচ্চ পৰ্যায়ৰ কমিটী গঠন
National-International

Amit Shah : অনুপ্ৰৱেশৰ বাবে জনগাঁথনিৰ ওপৰত প্ৰভাৱ অধ্যয়ন কৰিবলৈ গৃহ মন্ত্ৰালয়ৰ উচ্চ পৰ্যায়ৰ কমিটী গঠন

May 26, 2026
50
Woman killed in US : আমেৰিকাৰ ছুপাৰ মাৰ্কেটত গুজৰাটী মহিলাক গুলীয়াই হত্যা
National-International

Woman killed in US : আমেৰিকাৰ ছুপাৰ মাৰ্কেটত গুজৰাটী মহিলাক গুলীয়াই হত্যা

May 26, 2026
50
Demographic change : অনুপ্ৰৱেশকাৰীৰ বাবে সংখ্যালঘু হোৱাৰ পথত হিন্দু : জনগাঁথনিগত পৰিৱৰ্তন বন্ধ কৰিবলৈ শ্বাহৰ বৃহৎ ঘোষণা
National-International

Demographic change : অনুপ্ৰৱেশকাৰীৰ বাবে সংখ্যালঘু হোৱাৰ পথত হিন্দু : জনগাঁথনিগত পৰিৱৰ্তন বন্ধ কৰিবলৈ শ্বাহৰ বৃহৎ ঘোষণা

May 26, 2026
50
Twisha Sharma case : ত্বিশাক ৭ লাখ দিয়াৰ দাবী সমৰ্থৰ; সম্পৰ্কৰ অৱনতি, গৰ্ভপাতৰ কথাও পোহৰলৈ আহিছে
National-International

Twisha Sharma case : ত্বিশাক ৭ লাখ দিয়াৰ দাবী সমৰ্থৰ; সম্পৰ্কৰ অৱনতি, গৰ্ভপাতৰ কথাও পোহৰলৈ আহিছে

May 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Amit Shah : অনুপ্ৰৱেশৰ বাবে জনগাঁথনিৰ ওপৰত প্ৰভাৱ অধ্যয়ন কৰিবলৈ গৃহ মন্ত্ৰালয়ৰ উচ্চ পৰ্যায়ৰ কমিটী গঠন

Amit Shah : অনুপ্ৰৱেশৰ বাবে জনগাঁথনিৰ ওপৰত প্ৰভাৱ অধ্যয়ন কৰিবলৈ গৃহ মন্ত্ৰালয়ৰ উচ্চ পৰ্যায়ৰ কমিটী গঠন

May 26, 2026
Woman killed in US : আমেৰিকাৰ ছুপাৰ মাৰ্কেটত গুজৰাটী মহিলাক গুলীয়াই হত্যা

Woman killed in US : আমেৰিকাৰ ছুপাৰ মাৰ্কেটত গুজৰাটী মহিলাক গুলীয়াই হত্যা

May 26, 2026
Demographic change : অনুপ্ৰৱেশকাৰীৰ বাবে সংখ্যালঘু হোৱাৰ পথত হিন্দু : জনগাঁথনিগত পৰিৱৰ্তন বন্ধ কৰিবলৈ শ্বাহৰ বৃহৎ ঘোষণা

Demographic change : অনুপ্ৰৱেশকাৰীৰ বাবে সংখ্যালঘু হোৱাৰ পথত হিন্দু : জনগাঁথনিগত পৰিৱৰ্তন বন্ধ কৰিবলৈ শ্বাহৰ বৃহৎ ঘোষণা

May 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx