ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Rahul Gandhi : ৱেয়ানাড়ৰ বাবে ৰাহুল গান্ধীয়ে দান কৰিলে সম্পূৰ্ণ দৰমহা, সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান

নিউজ ডেস্কঃ

News Desk by News Desk
September 4, 2024
Reading Time: 1 min read
A A
0
Rahul Gandhi : ৱেয়ানাড়ৰ বাবে ৰাহুল গান্ধীয়ে দান কৰিলে সম্পূৰ্ণ দৰমহা, সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Live-in relation I লিভ-ইনৰ সম্পৰ্ক ভাঙিলে অপৰাধ নহয়, উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ

WB Elections 2026 I নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগত উত্তৰ প্ৰদেশৰ ‘সিংহম’ৰ গৰ্জন

‎বুধবাৰে পশ্চিম বংগৰ সাতখন জিলাৰ ১৪২টা বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ I ১,৫০০ বিশৃংখলকাৰীক গ্ৰেপ্তাৰ

বিধ্বস্ত কেৰালা ৱেয়ানাড় (Kerala Wayanad)ৰ জনজীৱন লাহে লাহে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে। ধ্বংসাৱশেষৰ তলত আবদ্ধ গাঁওবোৰত পুনৰ সংস্থাপনৰ কাম চলি আছে। ভঙা ঘৰবোৰ পুনৰ নিৰ্মাণ কৰি আছে প্ৰশাসনে। এইবাৰ কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী (MP Rahul Gandhi)য়ে সেই কামত সহায়ৰ হাত আগবঢ়ালে। তেওঁৰ পুৰণি সংসদীয় সমষ্টিৰ বাবে সাংসদ হিচাপে তেওঁৰ সমগ্ৰ মাহিলি দৰমহা দান (Salary donations throughout the month) কৰে।

kerala 2 | ASSAM TIMES POST
ৱেয়ানাড়ৰ বাবে ৰাহুল গান্ধীয়ে দান কৰিলে সম্পূৰ্ণ দৰমহা

২০২৪ চনৰ লোকসভা নিৰ্বাচনত ৰাহুলে উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী আৰু কেৰালাৰ ৱেয়ানাড়ৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল। দুয়োটাতে তেওঁ জয়লাভ কৰে। তাৰ পিছত ৱেয়ানাড় এৰি দিয়ে। ২০১৯ চনত এই কেন্দ্ৰৰ পৰা জয়লাভ কৰি ৰাহুলে লোকসভালৈ গৈছিল। তেওঁৰ পুৰণি সমষ্টিটোৰ বাবে আৰ্থিক সাহায্যৰ বিষয়ে অৱগত কৰিলে। সাহায্য আৰু পুনৰ্বাসনৰ বাবে 2 লাখ ৩০ হাজাৰ টকা তেওঁ অনুদান আগবঢ়ায়। তদুপৰি লোকসভাৰ বিৰোধী নেতাগৰাকীয়ে সাধাৰণ ৰাইজকো আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

Tags: RahulGandhiৰাহুলগান্ধী
Share4Tweet3Send

Related Posts

Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability
National-International

Live-in relation I লিভ-ইনৰ সম্পৰ্ক ভাঙিলে অপৰাধ নহয়, উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ

by Staff Reporter
April 28, 2026
50
WB Elections 2026 I নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগত উত্তৰ প্ৰদেশৰ ‘সিংহম’ৰ গৰ্জন
National-International

WB Elections 2026 I নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগত উত্তৰ প্ৰদেশৰ ‘সিংহম’ৰ গৰ্জন

by Staff Reporter
April 28, 2026
50
Lok sabha election 2024 2nd phase : সামৰণি পৰিল দ্বিতীয় পৰ্যায়ৰ নির্বাচনী প্ৰচাৰ, ৫ সমষ্টিত ৬১ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব শুকুৰবাৰে
National-International

‎বুধবাৰে পশ্চিম বংগৰ সাতখন জিলাৰ ১৪২টা বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ I ১,৫০০ বিশৃংখলকাৰীক গ্ৰেপ্তাৰ

by Staff Reporter
April 28, 2026
50
‎জলবায়ু পৰিৱৰ্তনৰ ফলত ২০৮৫ চনৰ ভিতৰত এক তৃতীয়াংশ জীৱ-জন্তুৰ বাসস্থানত অত্যাধিক তাপপ্ৰৱাহ আৰু বনজুই লাগিব: অধ্যয়ন
National-International

‎জলবায়ু পৰিৱৰ্তনৰ ফলত ২০৮৫ চনৰ ভিতৰত এক তৃতীয়াংশ জীৱ-জন্তুৰ বাসস্থানত অত্যাধিক তাপপ্ৰৱাহ আৰু বনজুই লাগিব: অধ্যয়ন

by Staff Reporter
April 28, 2026
50
‎সামৰিক ব্যয়ত বিশ্বৰ পঞ্চম স্থানত ভাৰত
National-International

‎সামৰিক ব্যয়ত বিশ্বৰ পঞ্চম স্থানত ভাৰত

by Staff Reporter
April 28, 2026
50
Odisha Heat Wave I ওড়িশাত সূৰ্য দেৱতাৰ ৰঙাচকু, দুদিনত লোকপিয়লত নিয়োজিত দুই শিক্ষকৰ মৃত্যু
National-International

Odisha Heat Wave I ওড়িশাত সূৰ্য দেৱতাৰ ৰঙাচকু, দুদিনত লোকপিয়লত নিয়োজিত দুই শিক্ষকৰ মৃত্যু

by Staff Reporter
April 27, 2026
50
ADVERTISEMENT
Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability
National-International

Live-in relation I লিভ-ইনৰ সম্পৰ্ক ভাঙিলে অপৰাধ নহয়, উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ

April 28, 2026
50
WB Elections 2026 I নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগত উত্তৰ প্ৰদেশৰ ‘সিংহম’ৰ গৰ্জন
National-International

WB Elections 2026 I নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগত উত্তৰ প্ৰদেশৰ ‘সিংহম’ৰ গৰ্জন

April 28, 2026
50
কাৰ্বি আংলং জিলাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ২০২৫ বৰ্ষৰ ফলাফল: এক বিশ্লেষণ
Assam

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, সামগ্ৰিক উত্তীৰ্ণৰ হাৰ ৮১.৫৪ শতাংশ

April 28, 2026
50
Lok sabha election 2024 2nd phase : সামৰণি পৰিল দ্বিতীয় পৰ্যায়ৰ নির্বাচনী প্ৰচাৰ, ৫ সমষ্টিত ৬১ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব শুকুৰবাৰে
National-International

‎বুধবাৰে পশ্চিম বংগৰ সাতখন জিলাৰ ১৪২টা বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ I ১,৫০০ বিশৃংখলকাৰীক গ্ৰেপ্তাৰ

April 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability

Live-in relation I লিভ-ইনৰ সম্পৰ্ক ভাঙিলে অপৰাধ নহয়, উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ

April 28, 2026
WB Elections 2026 I নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগত উত্তৰ প্ৰদেশৰ ‘সিংহম’ৰ গৰ্জন

WB Elections 2026 I নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগত উত্তৰ প্ৰদেশৰ ‘সিংহম’ৰ গৰ্জন

April 28, 2026
কাৰ্বি আংলং জিলাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ২০২৫ বৰ্ষৰ ফলাফল: এক বিশ্লেষণ

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, সামগ্ৰিক উত্তীৰ্ণৰ হাৰ ৮১.৫৪ শতাংশ

April 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx