ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Vinesh Phogat : হাৰিয়ানাত কংগ্ৰেছে প্ৰাৰ্থিত্ব দিব বিচাৰিছে বিনেশ ফ’গাটক

নিউজ ডেস্কঃ

News Desk by News Desk
August 27, 2024
Reading Time: 1 min read
A A
0
Vinesh Phogat : হাৰিয়ানাত কংগ্ৰেছে প্ৰাৰ্থিত্ব দিব বিচাৰিছে বিনেশ ফ’গাটক

New Logo Smal 4 | ASSAM TIMES POST

RELATED POSTS

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা

হাৰিয়ানা (Haryana)ৰ সাম্প্ৰদায়িক সংঘাতৰ পৰা দৃষ্টি আকৰ্ষণ কৰিবলৈ কংগ্ৰেছ (Congress) হাইকমাণ্ডে বিধানসভা নিৰ্বাচন (Assembly elections)ত মল্লযুঁজাৰু বিনেশ ফ’গাটক (Wrestler Vinesh Phogat) প্ৰাৰ্থিত্ব প্ৰদানৰ কথা চিন্তা (Thinking about giving candidature) কৰিছে। অৱশ্যে যোৱা সপ্তাহত পেৰিছৰ পৰা উভতি অহা বিনেশৰ মতামতৰ ওপৰত সকলো নিৰ্ভৰ কৰিছে। কংগ্ৰেছৰ সূত্ৰ অনুসৰি, বিনেশে নিজে এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা নাই।

উল্লেখ্য যে হাৰিয়ানাৰ বিধানসভা নিৰ্বাচন সমাগত। ৰাজ্যখনত ১ অক্টোবৰত ভোটদান। যাৰ বাবে আজিৰে পৰা আৰম্ভ হৈছে কংগ্ৰেছৰ প্ৰাৰ্থী বাছনি সমিতিৰ বৈঠক। কংগ্ৰেছে এইবাৰ বিজেপিক উৎখাত কৰি পুনৰ ক্ষমতালৈ আহিব বুলি আশাবাদী। কিন্তু একমাত্ৰ বাধা হৈছে দলীয় সংঘাত। কিয়নো ৰাজ্যিক কংগ্ৰেছৰ তিনি মূলস্তম্ভ ভূপিন্দৰ সিং হুদা, কুমাৰী শৈলজা আৰু ৰণদীপ সিং সুৰজেৱালাই পৃথকে পৃথকে ৰাজহুৱা সভা অনুষ্ঠিত কৰি আছে। প্ৰাক্তন মুখ্যমন্ত্ৰী হুদাই হয় নিজেই মুখ্যমন্ত্ৰী হ’ব, নহ’লে নিজৰ পুত্ৰ দিপেন্দৰক মুখ্যমন্ত্ৰী পাতিব বিচাৰে। আনহাতে, দলিত নেত্ৰী শৈলাজাই ৰাজ্যৰ ৰাজনীতিলৈ ঘূৰি আহিবলৈ আগ্ৰহী বুলি মন্তব্য কৰিছে। ইফালে সুৰজেৱালা ৰাহুল গান্ধীৰ আস্থাভাজন হিচাপে পৰিচিত। তেনে ক্ষেত্ৰত কংগ্ৰেছ নেতৃত্বৰ চিন্তা হৈছে যে অন্তিম মুহূৰ্তত দলীয় সংঘাতৰ বাবে মধ্যপ্ৰদেশৰ দৰে হাৰিয়ানাতো বিজয়ৰ সম্ভাৱনা হেৰাই যাব নেকি।

Vinash | ASSAM TIMES POST
হাৰিয়ানাত কংগ্ৰেছে প্ৰাৰ্থিত্ব দিব বিচাৰিছে বিনেশ ফ’গাটক

এনে পৰিস্থিতিত কংগ্ৰেছৰ এটা অংশই বিনেশ ফ’গাটক মনোনীত হোৱাটো বিচাৰে। কিয়নো অলিম্পিকত পদক হেৰুৱালেও কিন্তু হাৰিয়ানাত তেওঁৰ জনপ্ৰিয়তা আকাশলংঘী। ইয়াৰ উপৰি মল্লযুঁজ ফেডাৰেচনৰ প্ৰাক্তন সভাপতি ব্ৰীজভূষণ চৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ প্ৰতিবাদৰ অন্যতম মুখ আছিল তেওঁ। ইফালে ইতিমধ্যে বিজেপিত যোগদান কৰিছে বিনেশৰ বৰদেউতাকৰ জীয়ৰী ববিতা কুমাৰীয়ে।

হাৰিয়ানাৰ কংগ্ৰেছৰ পৰ্যবেক্ষক দীপক বাব্ৰিয়াই অৱশ্যে কয় যে যদি বিনেশে ৰাজনীতিত প্ৰৱেশ কৰিব বিচাৰে তেন্তে কংগ্ৰেছে তেওঁক নিশ্চিতভাৱে প্ৰাৰ্থিত্ব প্ৰদান কৰিব। কংগ্ৰেছৰ সূত্ৰ অনুসৰি, বিনেশে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰিলেও কংগ্ৰেছ ক্ষমতালৈ আহিলে ক্ৰীড়া সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ চৰকাৰী পদত তেওঁক দেখা পোৱা যাব।

Tags: VineshPhogatCongressবিনেশফ'গাটককংগ্ৰেছেপ্ৰাৰ্থিত্ব
Share4Tweet3Send

Related Posts

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ
National-International

by News Desk
June 26, 2026
50
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed
National-International

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

by News Desk
June 26, 2026
50
Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা
National-International

Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা

by News Desk
June 26, 2026
50
Operation Sindoor : সিন্দুৰ অভিযানত প্ৰাণ আহুতি দিয়া ৬ ভাৰতীয় বীৰ জোৱানৰ পৰিচয় প্ৰকাশ, মৰণোত্তৰ সন্মান

Recover large property : হায়দৰাবাদত মহিলা বিষয়াৰ পৰা বৃহৎ সম্পত্তি উদ্ধাৰ

Earthquake in Venezuela : ভেনিজুৱেলাত ভূমিকম্পত খহি পৰা অট্টালিকাৰ তলত জীৱিতৰ সন্ধান : মৃত্যুৰ সংখ্যা ২৩৫লৈ বৃদ্ধি

ADVERTISEMENT
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ
National-International

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026
50
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed
National-International

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

June 26, 2026
50
Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা
National-International

Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা

June 26, 2026
50
Operation Sindoor : সিন্দুৰ অভিযানত প্ৰাণ আহুতি দিয়া ৬ ভাৰতীয় বীৰ জোৱানৰ পৰিচয় প্ৰকাশ, মৰণোত্তৰ সন্মান
National-International

Operation Sindoor : সিন্দুৰ অভিযানত প্ৰাণ আহুতি দিয়া ৬ ভাৰতীয় বীৰ জোৱানৰ পৰিচয় প্ৰকাশ, মৰণোত্তৰ সন্মান

June 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

June 26, 2026
Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা

Miracle murder : গাড়ীৰ ভিতৰত যুৱক-যুৱতীৰ গুলীবিদ্ধ মৃতদেহ, ৫০ ফুট দূৰৈত ৩টা ফোন; মধ্যপ্ৰদেশত ৰহস্যজনক মৃত্যুৰ ঘটনা

June 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT